অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুমতাজ শান্তি

মুমতাজ শান্তি ( Mumtaz Shanti; ২৮ মে' ১৯২৬ – ১৯ অক্টোবৰ ১৯৮৯) ভাৰত বিভাজনৰ পূৰ্বৰ ভাৰতীয় চলচ্চিত্ৰ এগৰাকী অভিনেত্ৰী আছিল। ১৯৪০ দশক আৰু লগতে ১৯৫০ দশকৰ আগচোৱাত বলীউডী ছবিত কাম কৰি বিভাজনৰ পিছত পাকিস্তানলৈ গুচি যায় আৰু মনোৰঞ্জন জগতৰ পৰা সন্যাস লয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মুমতাজ শান্তি ( Mumtaz Shanti; ২৮ মে' ১৯২৬ – ১৯ অক্টোবৰ ১৯৮৯) ভাৰত বিভাজনৰ পূৰ্বৰ ভাৰতীয় চলচ্চিত্ৰ এগৰাকী অভিনেত্ৰী আছিল।১ ১৯৪০ দশক আৰু লগতে ১৯৫০ দশকৰ আগচোৱাত বলীউডী ছবিত কাম কৰি বিভাজনৰ পিছত পাকিস্তানলৈ গুচি যায় আৰু মনোৰঞ্জন জগতৰ পৰা সন্যাস লয়।

বসন্ত (১৯৪২) আৰু কিসমেত (১৯৪৩) ছবিত অভিনয় কৰাৰ বাবে তেওঁক "দ্য জুবিলী গাৰ্ল" নামেৰে জনা গৈছিল।[1] মংগতি (১৯৪২), বসন্ত (১৯৪২), বদলতী দুনিয়া (১৯৪৩), ধৰতী (১৯৪৬), ঘৰ কী ইজ্জত (১৯৪৮) আৰু আহুতি (১৯৫০) আদি ছবিত কাম কৰিছিল।২

কৰ্মজীৱন

১৯৪০ দশক আৰু ১৯৫০ দশকৰ আগডোখৰত বসন্ত (১৯৪২), অশোক কুমাৰৰ সৈতে কিসমেত (১৯৪৩), ত্ৰিলোক কাপুৰৰ সৈতে বদলতি দুনিয়া আৰু ধৰতী আৰু নৱযুৱক দিলীপ কুমাৰৰ সৈতে ঘৰ কী ইজ্জত (১৯৪৮) আদি হিট ছবিৰে জৰিয়তে মুমতাজৰ কেৰিয়াৰ তুংগত আছিল।৩৪৫

কিসমেত তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ হিট আছিল।৬৭৮ তেওঁ আৰু অশোক কুমাৰে অভিনয় কৰা ছবিখনে বক্স অফিচৰ ধন আহৰণৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল। কলকাতাৰ ৰক্সী ছবিগৃহত কিসমেত একেৰাহে তিনি বছৰ চলি অভিলেখ গঢ়িছিল। এই অভিলেখ ৩২ বছৰৰ পিছত শ্বোলেই ভংগ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ (20 August 2016). Mumtaz Shanti – Interview. Cineplot.com website
  2. ↑ Ghar Ki Izzat (1948). Hindi Geet Mala website
  3. ↑ (21 June 2014). Profile of Mumtaz Shanti. Cineplot.com website
  4. ↑ One Hundred Indian Feature Films: An Annotated Filmography. Routledge. পৃ. 109
  5. ↑ Bless You Bollywood!: A Tribute to Hindi Cinema on Completing 100 Years. Bloomington, IN: Trafford On Demand Pub. পৃ. 108
  6. ↑ (2013). Bollywood: A Guidebook to Popular Hindi Cinema. Routledge. পৃ. 145
  7. ↑ (2013). Routledge Handbook of Indian Cinemas. Routledge. পৃ. 165
  8. ↑ Encyclopaedia of Hindi Cinema. New Delhi: Encyclopaedia Britannica. পৃ. 446
  9. ↑ (7 October 2014). Kismet: The biggest blockbuster before 'Sholay'. The Times of India

সম্পৰ্কিত শ্ৰেণী

উৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুমতাজ শান্তি” প্ৰবন্ধৰ সংশোধন ৬৩২১৮৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।