অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৃণাল পাণ্ডে

মৃণাল পাণ্ডে (জন্ম: ২৬ ফেব্ৰুৱাৰী,১৯৪৬) এগৰাকী ভাৰতীয় দূৰদৰ্শন ব্যক্তিত্ব, সাংবাদিক আৰু লেখিকা, আৰু ২০০৯ চনলৈকে হিন্দী দৈনিক বাতৰি কাকত 'হিন্দুস্তান'ৰ মুখ্য সম্পাদিকা।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মৃণাল পাণ্ডে (জন্ম: ২৬ ফেব্ৰুৱাৰী,১৯৪৬) এগৰাকী ভাৰতীয় দূৰদৰ্শন ব্যক্তিত্ব, সাংবাদিক আৰু লেখিকা, আৰু ২০০৯ চনলৈকে হিন্দী দৈনিক বাতৰি কাকত 'হিন্দুস্তান'ৰ মুখ্য সম্পাদিকা।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

পাণ্ডেৰ জন্ম ১৯৪৬ চনৰ ২৬ ফেব্ৰুৱাৰীত মধ্য প্ৰদেশৰ টিকমগড়ত হৈছিল। তেওঁ প্ৰথমতে নাইনিতালত পঢ়িছিল আৰু তাৰ পিছত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।১

কৰ্মজীৱন

গ্ৰাম্য অঞ্চলত ভাৰতীয় মহিলাৰ জীৱনসম্পৰ্কীয় তেওঁৰ প্ৰতিবেদনত (২০০৩) তেওঁ ভাৰতত শৰীৰ আৰু যৌনতাৰ সৈতে সম্পৰ্কিত সকলো বোৰৰ ব্যাপক নিষিদ্ধতাৰ সমালোচনা কৰে। ২তেওঁ শ্বৰিয়া-আধাৰিত মুছলমান ব্যক্তিগত আইন সমৰ্থন কৰে। এই আইনত মহিলাৰ বিৰুদ্ধে বৈষম্যমূলক আৰু সংসদৰ আইনৰ বিপৰীতে বুলি বিবেচনা কৰা হয়। ৩

সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ সেৱাৰ বাবে তেওঁক ২০০৬ চনত পদ্মশ্ৰী প্ৰদান কৰা হৈছিল।

গ্ৰন্থপঞ্জী

  • দেৱী, টেলছ অৱ দি গডেছ ইন আৱাৰ টাইম; ২০০০, ভাইকিং/পেংগুইন প্ৰকাশন.
  • 'ডটাৰ'চ ডটাৰ'', ১৯৯৩. পেংগুইন বুকচ.৪
  • ডেট হুইছ ৰাম হাথ অৰ্ডেইনদ, ১৯৯৩, Seagull Books.৫
  • দি চাৱজেক্ট ইজ ৱমেন, ১৯৯১. Sanchar Publishing House, New Delhi.
  • My own witness , 2001, Penguin, New Delhi,.#
  • ষ্টেপিং আউট। লাইফ এণ্ড চেক্সুৱেলিটি ইন ৰুৰেল ইণ্ডিয়া, 2003, Gardners Books.
  • আন দেশ: মফস্ফিলৰ পৰা প্ৰেৰণ, 2012, Penguin, New Delhi.

অনলাইন কৰ্ম

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mrinal Pandey Profile www.abhivyakti-hindi.org
  2. ↑ Cornelia Zetzsche (ed.), Geschichten aus dem modernen Indien. Frankfurt (Main) 2006, p. 93
  3. ↑ Just as King Vikramaditya Let the Vetal Go, We Too Must Let the Idea of a UCC Go. The Wire
  4. ↑ Mrinal Pande Books
  5. ↑ Mrinal Pande Books

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকলেখকভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃণাল পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৬৪০১৬৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।