অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ম ২,১৫১ প্ৰবন্ধ
- মৌচম নূৰমৌচম বেনজিৰ নূৰ ( Mausam Noor ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে পশ্চিম বংগৰ পৰা ভাৰতৰ উচ্চ…
- মৌচাক (আলোচনী)মৌচাক এখন শিশুসকলৰ বাবে প্ৰকাশিত অসমীয়া ভাষাত মাহেকীয়াভাৱে প্ৰকাশিত আলোচনী। মৌচাক আলোচনী…
- মৌচাক কেশসজ্জাthumb|১৯৬২ চনত জিপ্সী চিনেমাখনৰ প্ৰচাৰমূলক ফটোত মৌচাক শৈলীৰ সৈতে আমেৰিকান অভিনেত্ৰী নাটালি…
- মৌচুমীআৰিফা পাৰভিন জামান (ইংৰাজী: Moushumi; জন্ম: ৩ নৱেম্বৰ ১৯৭৩), যাৰ মঞ্চনাম হ'ল মৌচুমী, এগৰাক…
- মৌচুমী আলিফামৌচুমী আলিফা (ইংৰাজী: Mousumi Alifa) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী নৱাগত অভিনেত্ৰী, গায়িকা…
- মৌচুমী কন্দলীমৌচুমী কন্দলী (Moushumi Kandali) এগৰাকী অসমীয়া সাহিত্যিক, কলা সমালোচক, অনুবাদক আৰু অধ্যাপ…
- মৌচুমী চহৰীয়ামৌচুমী চহৰীয়া (ইংৰাজী: Mousumi Saharia) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে …
- মৌচুমী চেটাৰ্জীমৌচুমী চেটাৰ্জী বা (Moushumi Chatterjee; জন্ম ইন্দিৰা চট্টোপাধ্যায়) এগৰাকী প্ৰখ্যাত ভাৰতী…
- মৌচুমী বায়ুমৌচুমী বতাহ সাধাৰণতে ঋতুচৰিত্ৰ অনুসৰি দিশ সলনি কৰা বতাহক বুজায়, যাৰ সৈতে বৰষুণৰ পৰিৱৰ্তন …
- মৌচুমী মুৰ্মুমৌচুমী মুৰ্মু (ইংৰাজী: Mousumi Murmu; জন্ম: ২৬ ডিচেম্বৰ ২০০৪) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় প…
- মৌচুমী হামিদমৌচুমী হামিদ (ইংৰাজী: Mousumi Hamid; জন্ম: ১২ অক্টোবৰ ১৯৮৮) এগৰাকী জনপ্ৰিয় বাংলাদেশী অভিন…
- মৌছিনৰামমৌচিনৰাম হৈছে উত্তৰ-পূৱ ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাচী পাহাৰ জিলাৰ এখন নগৰ, যি শ্বিলংৰ পৰা …
- মৌজাবাংলাদেশ, পাকিস্তান আৰু ভাৰতৰ কিছু অংশত মৌজা হৈছে একপ্ৰকাৰৰ প্ৰশাসনিক জিলা, যিটো এটা নিৰ্দ…
- মৌড এডিথ ভিক্টোৰিয়া ফ্লেমৌড এডিথ ভিক্টোৰিয়া গ্ল’ভাৰ ফ্লে (১৮৬৯–১৯৬৫) অষ্ট্ৰেলিয়াৰ প্ৰথম দিশৰ বন্যপ্ৰাণী চিত্ৰশিল…
- মৌতমমৌতম হৈছে ২০১১ চনত প্ৰকাশিত এখন গ্ৰন্থ। লিখক মৃণাল তালুকদাৰে একেলগে বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱ…
- মৌন ওঁঠ মুখৰ হৃদয়মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত …
- মৌনা-হোদান আহমেদমৌনা-হোদান আহমেদ (ছোমালী: Muna Axmed, জন্ম ১৯৭২) এগৰাকী লেখিকা, যি জিবুটিৰ কমসংখ্যক মহিলা …
- মৌনী অমাৱস্যামৌনী অমাৱস্যা (Mauni Amavasya) হৈছে হিন্দু ধৰ্মীয় অনুশীলনত পূৰ্বপুৰুষ বা পূৰ্বপুৰুষক সন্ম…
- মৌনী ৰায়মৌনী ৰায় (ইংৰাজী: Mouni Roy; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৫) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ম…
- মৌপিয়ামৌপিয়া (Crimson Sunbird, বৈজ্ঞানিক নাম-Aethopyga siparaja) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ …
- মৌমা দাসমৌমা দাস ( Mouma Das; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। পশ্চিম …
- মৌমিতা দত্তমৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Applicati…
- মৌলবাদমৌলবাদ (Fundamentalism) হৈছে কঠোৰ ধৰ্মীয় মতবাদসমূহক অনুসৰণ কৰাৰ চাহিদা; যি সাধাৰণতে উদাৰ …
- মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজমৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ (Maulana Abul Kalam Azad Institute of…
- মৌলানা আব্দুল হামিদ খান ভাসানীমৌলনা আব্দুল হামিদ খান ভাষাণী (১২ ডিচেম্বৰ ১৮৮০-১৭ নৱেম্বৰ ১৯৭৬) সংক্ষিপ্ত মৌলনা ভাষাণী ব্…
- মৌলিং ৰাষ্ট্ৰীয় উদ্যানমৌলিং ৰাষ্ট্ৰীয় উদ্যান (Mouling National Park ) হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত …
- মৌলিক সংখ্যামৌলিক সংখ্যা (prime number) হ'ল ১তকৈ ডাঙৰ কিছুমান স্বাভাৱিক সংখ্যা, যাৰ কেৱল দুটা পৃথক উৎপ…
- মৌলিন (ভূ-ৰূপবিজ্ঞান)মৌলিন ( Moulin or glacier mill) বা হিমবাহ মিল মোটামুটিভাৱে বৃত্তাকাৰ, উলম্ব (বা প্ৰায় উলম…
- মৌৰ্য সাম্ৰাজ্যমৌৰ্য সাম্ৰাজ্য (Sanskrit: मौर्य साम्राज्यम:)লৌহ যুগৰ অবিভক্ত প্ৰাচীন ভাৰতৰ এক বৃহৎ ৰাজনৈত…
- ম্যলনিৰম্যলনিৰ (ইংৰাজী: Mjölnir) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ বিজুলীৰ দেৱতা থৰৰ হাতুৰী। এই হাতুৰীটোক…
- ম্যানমাৰম্যানমাৰ (Myanmar) বা মানদেশ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন…
- ম্যানমাৰ অৰ্থনৈতিক নিগমম্যানমাৰ অৰ্থনৈতিক নিগম (বাৰ্মিজ: မြန်မာ့စီးပွားရေး ကော်ပိုရေးရှင်း; MEC for... short) হৈছ…
- ম্যানমাৰ মান সময়ম্যানমাৰ মান সময় (မြန်မာ စံတော်ချိန်) হৈছে ম্যানমাৰৰ মান সময়, যি সাৰ্বজনীন মান সময় (ইউট…
- ম্যানমাৰৰ জিলাসমূহজিলা (ခရိုင်) হৈছে ম্যানমাৰৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। এই জিলাসমূহ হৈছে ম্যানমাৰৰ…
- ম্যানমাৰৰ টাউনশ্বিপসমূহটাউনশ্বিপ (မြို့နယ်) হৈছে ম্যানমাৰৰ তৃতীয় পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। লগতে ই ম্যানমাৰৰ জিলা…
- ম্যানমাৰৰ নাৰীঐতিহাসিক ভাবে, ম্যানমাৰৰ (বাৰ্মা বুলিও জনা যায়) নাৰীসকলক(women in the Myanmar) সামাজিকভাৱ…
- ম্যানমাৰৰ প্ৰশাসনিক বিভাগম্যানমাৰক একবিংশটা প্ৰশাসনিক মহকুমাত বিভক্ত কৰা হৈছে, য'ত ৭টা অঞ্চল, ৭টা ৰাজ্য, ১টা কেন্দ্…
- ম্যানমাৰৰ মিজো জনগোষ্ঠীম্যানমাৰৰ লুচেই (মিজো) জনগোষ্ঠী—ঐতিহাসিকভাৱে বাৰ্মা নেচনেল লুছাই হৈছে সম্পূৰ্ণ বা আংশিক মি…
- ম্লাব্ৰি জনগোষ্ঠীম্লাব্ৰি (:Mlabri,থাই:มลาบรี) বা ম্ৰাব্ৰি, যাক ফাই টং লুৱাং বুলিও কোৱা হয়, থাইলেণ্ড আৰু ল…
- ম্হ পূজাম্হা পূজা(দেৱনাগৰী: म्हপুজা) নৱবৰ্ষ উদযাপনৰ অংশ হিচাপে আত্মাক শুদ্ধ আৰু সবলীকৰণৰ বাবে নেপা…
- ম্হাৰ মঠ__NOTOC__ ম্হাৰ মঠ (Mhar Monastery, Мгарський монастир; সম্পূৰ্ণ নাম: ত্ৰাণকৰ্তা-ৰূপান্তৰণ…
- ম্ৰাউক-উ জিলাম্ৰাউক-উ জিলা (မြောက်ဦးခရိုင်) ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন নতুনকৈ সৃষ্টি হোৱা জিলা। যিটো প…
- মৎস্য অৱতাৰমৎস্য অৱতাৰ (मत्स्य) বিষ্ণুৰ দহ মুখ্য অৱতাৰৰ অন্যতম। মৎস্য অৱতাৰে মনুক আৰু সৃষ্টিক প্ৰলয়ৰ…
- মৎস্য ৰাজ্যমৎস্য(मत्स्य)প্ৰাচীনকালৰ এখন বৈদিক ৰাজ্য আছিল আৰু পিছলৈ ষোল্লটা মহাজনপদৰ অংশ হৈ পৰছিল। মৎস…
- মৎস্যগন্ধা (উপন্যাস)মৎস্যগন্ধা হৈছে হোমেন বৰগোহাঞিৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ পটভূমি নিৰ্মাণ হৈছে…
- মৎস্যেন্দ্ৰনাথমৎস্যেন্দ্ৰ বা মৎস্যেন্দ্ৰনাথ, (পূৰ্ব দহ শতিকা) হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এগৰাকী সাধু আৰু যোগ…
- মৰক্কোমৰক্কো (; المغرب; বা মৰক্কো ৰাজ্য; المملكة المغربية; Royaume du Maroc) হৈছে উত্তৰ আফ্ৰিকাৰ…
- মৰক্কোৰ নাৰীমৰক্কোৰ নাৰীসকলৰ (Women in Morocco) ইতিহাসত উত্তৰ-পশ্চিম আফ্ৰিকাৰ দেশ মৰক্কোত ইছলামৰ আগমনৰ…
- মৰণা মৰামৰণা মৰা হৈছে শস্যৰ পৰা বীজ পৃথকীকৰণৰ এক প্ৰক্ৰিয়া। কৃষিজীৱি মানুহে পথাৰৰ পৰা শস্য কাটি আ…
- মৰম তৃষ্ণামৰম তৃষ্ণা (Maram Trishna) ১৯৬৮ চনৰ ৫ জানুৱাৰীৰ দিনা মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া কথাছ…
- মৰম নদীৰ গাভৰু ঘাটমৰম নদীৰ গাভৰু ঘাট (Morom Nodir Gabhoru Ghat) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত, বিক্ৰম হাজৰিকা, বৰ্ণ…
- মৰমৰ দেউতামৰমৰ দেউতা নামৰ উপন্যাসখন ড° ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ এখন শিশু-কিশোৰ উপযোগী উপন্যাস। এই উপ…
- মৰশাল গছমৰশাল গছ (বৈজ্ঞানিক নাম: Vatica lanceaefolia) ডাইপ্টেৰ’কাৰপাচিয়া (Dipterocarpaceae) পৰিয়…
- মৰা ভৰলীমৰা ভৰলী (Mora Bharali) হৈছে বৰ্তমানৰ জীয়া ভৰলী নদীৰ এটা পৰিত্যক্ত গতিপথ। বৰ্তমানৰ জীয়া …
- মৰাণএইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। মৰাণ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। * মৰাণ…
- মৰাণ (নগৰ)মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল…
- মৰাণ চৰকাৰমৰাণ চৰকাৰ ( Moran Sarkar; ) এগৰাকী পঞ্জাবী মুছলমান সম্প্ৰদায়ৰ এগৰাকী দৰবাৰী নাচৰ নাচনী (…
- মৰাণ জনগোষ্ঠীমৰাণ জনগোষ্ঠী অসমত বসবাস কৰা বড়ো-কছাৰী ঠালৰ এক প্রাচীন নৃগোষ্ঠী, যিসকলৰ ইতিহাস ব্ৰহ্মপুত্…
- মৰাণ জনগোষ্ঠীৰ তামোল-পাণৰ ব্যৱহাৰঅসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য | এই ভূখণ্ডত তাহানিৰে পৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰি আ…
- মৰাণ জেৰ কেটজেনষ্টেইনমৰাণ জেৰ কাটজেনষ্টেইন (Moran Zer Katzenstein; জন্ম:-১৩ আগষ্ট ১৯৮২) এগৰাকী ইজৰাইলী মহিলা অধ…
- মৰাণ ভাষামৰাণ ভাষা (Moran language) বড়ো-গাৰো পৰিয়ালৰ অন্তৰ্গত আৰু পূৰ্ব্বতে উত্তৰ পূব ভাৰতৰ অসম (…
- মৰাণ স্বায়ত্বশাসিত পৰিষদমৰাণ স্বায়ত্বশাসিত পৰিষদ (Moran Autonomous Council) মৰাণ জনগোষ্ঠীৰ উন্নয়ত আৰু সুৰক্ষাৰ ব…
- মৰাণ ৰাজ্যত্ৰয়োদশ শতিকাৰ প্ৰাৰম্ভতে প্ৰাপ্ত (১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাৰ অসম আগমনৰ সময়ৰ) মৰাণ ৰাজ্…
- মৰাণসকলৰ পৰম্পৰাগত সাজপাৰমৰাণসকল অসমৰ পুৰণি জনগোষ্ঠীসমূহৰ ভিতৰৰ এটা অন্যতম জনগোষ্ঠী। এই জনগোষ্ঠীটো সকলো দিশৰ পৰাই এ…
- মৰাণহাটমৰাণহাট (IPA: ˈmɔːrænˌhɑːt)(Moranhat) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন সৰু নগৰ৷ ইয়াত বাস কৰ…
- মৰাপাটমৰাপাট হৈছে এক দীঘল, খহটা, চিকমিকীয়া বাকলি আঁহ যাক সূতা কাটি শক্তিশালী, মোটা সূতা তৈয়াৰ …
- মৰাপাট ব্যৱসায়মৰাপাট ব্যৱসায় মূলতঃ ভাৰতৰ পশ্চিমবংগ আৰু অসম আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক কেন্দ্ৰ কৰি …
- মৰিআম্মামৰি (மாரி), যাক মৰিআম্মান (மாரியம்மன்) আৰু মৰিয়াই হিচাপেও জনা যায়, যাৰ অৰ্থ হৈছে মাতৃ মৰ…
- মৰিকলং বিলমৰিকলং বিল (Morikalang Beel) অসমৰ মৰিগাঁও জিলাত অৱস্থিত ইংৰাজী বৰ্ণমালাৰ ইউ-আকৃতি (U-shape…
- মৰিগাঁওমৰিগাঁও নগৰ মৰিগাঁও জিলাৰ সদৰ ঠাই। মৰিগাঁও নগৰ 26.379 উত্তৰ অক্ষাংশ আৰু 92.341 পুৱ দ্ৰাঘিম…
- মৰিগাঁও চিকিৎসা মহাবিদ্যালয়মৰিগাঁও চিকিৎসা মহাবিদ্যালয় হৈছে অসমৰ মৰিগাঁও জিলাৰ বঘৰাত নিৰ্মাণ হ'বলগীয়া এখন প্ৰস্তাৱি…
- মৰিগাঁও জিলামৰিগাঁও জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা, যাৰ সদৰ মৰিগাঁও নগৰত অৱস্থিত। জোনবিল মেলা, পবি…
- মৰিগাঁও বিধানসভা সমষ্টিমৰিগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Morigaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম …
- মৰিগাঁও মহাবিদ্যালয়মৰিগাঁও মহাবিদ্যালয় (Morigaon College) হৈছে ১৯৬৪ চনত স্থাপিত অসমৰ মৰিগাঁৱত অৱস্থিত এখন পু…
- মৰিচ নৃত্যমৰিচ নৃত্য ইংৰাজ লোকগাথাৰ পৰা উদ্ভৱ হোৱা এটা জনপ্ৰিয় লোকনৃত্যৰ ৰূপ। সুন্দৰভাৱে সজ্জিত নৃত…
- মৰিচাছৰ নাৰীমৰিচাছৰ নাৰীয়ে (Women in Mauritius) মৰিচাছৰ নাৰীৰ সামাজিক জনগাঁথনিৰ কথা সূচায়। মৰিচাছ সম…
- মৰিচিমৰিচি বা মাৰিচি (मरीचि: আভিধানিক অৰ্থ: আলোকৰ ৰশ্মি) ব্ৰহ্মাৰ মানস পুত্ৰ, আৰু হিন্দু পৌৰাণি…
- মৰিছাছমৰিছাছ (Mauritius) আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ…
- মৰিন চাৰুণীমৰিন চাৰুণী (ইংৰাজী: Maureen Charuni; জন্ম: ১৯ ছেপ্টেম্বৰ, ১৯৬৩), সম্পূৰ্ণ নাম কুৰুকুলাসূৰ…
- মৰিয়নিমৰিয়নি (Mariani) অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই।
- মৰিয়নি জংচন ৰেল ষ্টেচনমৰিয়নি জংচন হৈছে যোৰহাট জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন।
- মৰিয়নী বিধানসভা সমষ্টিমৰিয়নী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূ…
- মৰিয়নেছ উৎসৱমৰিয়নেছ উৎসৱ (Moriones Festival) হৈছে ফিলিপাইনছৰ মেৰিণ্ডুক দ্বীপত প্ৰতি বছৰে পবিত্ৰ সপ্তা…
- মৰিয়মমৰিয়ম, জৰ্জিয়াৰ এগৰাকী ৰাণী আৰু ৰিজেণ্ট আছিল। ভাছপুৰাকানৰ আৰ্মেনিয়ান ৰজা জন-চেনেকেৰিম আ…
- মৰিয়ম (ছূৰা)মৰিয়ম (مريم, Maryam; "মেৰী"ৰ আৰবী সমাৰ্থক) হৈছে ৯৮ টা শ্লোক (আয়াত) থকা কোৰআনৰ ১৯ তম অধ্য…
- মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱামৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (Mariam Astin Athaba Hira Barua) হৈছে অৰূপা পটঙ্গীয়া কলিতাৰ…
- মৰিয়ম উৱাইছমৰিয়ম উৱাইছ (Maryam Hajiya Uwais)নাইজেৰিয়াৰ এগৰাকী ব্যৱসায়ী, অধিবক্তা, মানৱ অধিকাৰ কৰ্ম…
- মৰিয়ম কাছিমমৰিয়ম কাছিম (ছোমালি: মৰিয়াম কাছিম আক্সমেদ, আৰবী: مريم قاسم) এগৰাকী ছোমালি ৰাজনীতিবিদ। ২০…
- মৰিয়ম ঘনীমৰিয়ম ঘনী (পশতু/দাৰি: مریم غنی; জন্ম: ১৯৭৮) এগৰাকী আমেৰিকান দৃশ্য শিল্পী, ফটোগ্ৰাফাৰ, চলচ…
- মৰিয়ম চেম্বাৰলেইনমৰিয়ম চেম্বাৰলেন (Mariam Chamberlain; ২৪ এপ্ৰিল, ১৯১৮ – ১ এপ্ৰিল, ২০১৩) এগৰাকী নাৰীবাদী ক…
- মৰিয়ম ছাইদমৰিয়ম ছাইদ (ইংৰাজী: Mariyam Saeed; ২৭ মাৰ্চ ১৯৩৩ – ২৬ এপ্ৰিল ২০১৮) মালদ্বীপৰ এগৰাকী কবি আ…
- মৰিয়ম জাকাৰিয়ামৰিয়ম জাকাৰিয়া হৈছে ইৰানত জন্মগ্ৰহণ কৰা এগৰাকী অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ ভাৰতীয…
- মৰিয়ম মিৰবাগেৰীমৰিয়ম মিৰবাগেৰী (ফাৰ্চী: مریم میرباقری; জন্ম ১৮ ফেব্ৰুৱাৰী), তেওঁৰ পেছাদাৰী নাম মাৰিয়ামা…
- মৰিয়ম ৰায়েদমৰিয়ম ৰায়েদ (Maryam Rayed) হৈছে মানৱ অধিকাৰৰ এগৰাকী আফগান সমৰ্থক৷ আফগানিস্তানৰ মহিলা আৰু…
- মৰিয়াম আমিদমৰিয়াম আমিদ-চেমনানী (Maryam Amid) কুৰি শতিকাৰ আৰম্ভণিতে সক্ৰিয় হৈ থকা এগৰাকী ইৰাণী বুদ্ধ…
- মৰিয়াম আৰ্ছাকি আছলামাজিয়ানমৰিয়াম আৰ্ছাকি আচলামাজিয়ান; ২০ অক্টোবৰ ১৯০৭ – ১৬ জুলাই ২০০৬ এগৰাকী ছোভিয়েট আৰ্মেনিয়ান …
- মৰিয়াম চাবি তলাতামাৰিয়াম চাবি তালাতা জিমে ইয়েৰিমা (জন্ম ৭ জুলাই ১৯৬৩), বেনিনৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০২…
- মৰিষ্কা পোখৰেলমৰিষ্কা পোখৰেল (मरिष्का पोखरेल) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল আৰু চিত্ৰশিল্পী। ‘…
- মৰীচিকামৰীচিকা (ইংৰাজী: Mirage) উত্তপ্ত মৰুভূমি অঞ্চলত সম্পূৰ্ণ বিজ্ঞানসন্মত কাৰণত হোৱা এক দৃষ্টি…
- মৰুতীৰ্থ হিংলাজমৰুতীৰ্থ হিংলাজ (Marutirtha Hinglaj) ১৯৫৯ চনৰ বিকাশ ৰায় পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয়…
- মৰুভূমিমৰুভূমি (Desert) হ’ল এক অতি শুকান বিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমাণ অতি কম। ই…
- মৰুৎহিন্দু ধৰ্মত মৰুৎ (; मरुत), যাক মৰুতগণ বুলিও কোৱা হয় আৰু কেতিয়াবা ৰুদ্ৰৰ সৈতেও চিনাক্ত ক…
- মৰূদ্যানভূগোলৰ মতে মৰুদ্যান হৈছে মৰুভূমি বা অৰ্ধ-মৰুভূমিৰ পৰিৱেশত থকা এক উৰ্ব্বৰ এলেকা (প্ৰায়ে খে…
- মৰেনা হেৰেৰামৰেনা হেৰেৰা (: Morena Herrera; জন্ম: ১৯৫৯ বা ১৯৬০ (বয়স ৬৫–৬৬) ) এগৰাকী ছালভাডৰিয়ান নাৰী…
- মৰ্টনমৰ্টন হৈছে এক মিঠা খাদ্য য'ত মুখ্য উপাদান হিচাপে চেনিক ব্যৱহাৰ কৰা হয়। চেনি কনফেক্সনেৰী ন…
- মৰ্দানীমৰ্দানী ( Mardaani) ২০১৪ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। পৰিচালক প্ৰদীপ সৰক…
- মৰ্দানী খেলমৰ্দানী খেল(Mardani khel) বা বোথাটি মহাৰাষ্ট্ৰত উৎপত্তি হোৱা এক সশস্ত্ৰ ভাৰতীয় যুদ্ধ কলা।…
- মৱাৰিমৱাৰি হৈছে শোনা আৰু ভেণ্ডা জনগোষ্ঠীৰ আফ্ৰিকাৰ পৰম্পৰাগত ধৰ্ম অনুসাৰে সৰ্বোচ্চ স্ৰষ্টা দেৱত…
- ম’বাইল ফোনম’বাইল ফোন বা চেলুলাৰ ফোন বা ভ্ৰাম্যভাষ যন্ত্ৰ হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্প…
- ম’য়া কেননম’য়া কেনন ( Moya Cannon; জন্ম: ১৯৫৬) এগৰাকী আইৰিছ লেখিকা আৰু কবি আৰু তেওঁৰ সাতখন প্ৰকাশিত…
- ম’ৰ’গ’ৰ’ম’ৰ’গ’ৰ (Morogoro, চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলৰ ৰাজধানী ) প…