অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তান্দিন বিধা

তান্দিন বিধা (জোংখা: རྟ་མགྲིན་བུ་དར) এগৰাকী ভূটানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বৰ্তমানলৈকে ৩০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল হোম ছুইট হোম।

হালনাগাদ: ২১ মে’ ২০২৫ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

তান্দিন বিধা (জোংখা ভাষা: རྟ་མགྲིན་བུ་དར) এগৰাকী ভূটানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক।১২ তেওঁ বৰ্তমানলৈকে ৩০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল হোম ছুইট হোম।

চলচ্চিত্ৰ তালিকা

বছৰভাষাচলচ্চিত্ৰবঁটা
২০২২জোংখা ভাষাএ গ্লিমাৰ অৱ হ'পনাই
২০২০জোংখাৰুয়েবিনাই
২০১৯জোংখাউদুমভাৰা
জোংখাচিব চোলো
২০১৭জোংখাড্ৰাকচিন গ্যালমো
২০১৬জোংখাচ্যাগ ছেলো
জোংখাবুম বাথা চেনমি ৰেনজীসৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী (১৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা)১
জোংখাগাতেই ইয়ে?
২০১৫জোংখাচেংচাংমা

অন্যান্য কাৰ্য

বিধা ভূটানৰ ৰাষ্ট্ৰীয় গীত প্ৰতিযোগিতা ভয়েছ অৱ ভূটানৰ বক্তৃতা দাতা তথা পৰিচালক আছিল।৩ তেওঁ শেলডন নামৰ কাৰ্টুন শৃংখলাৰ বাবে ডাবিং কৰিছিল, যি ভূটানৰ প্ৰধানমন্ত্ৰী দাশো লোটে চেৰিংৰ উদ্যোগত ভূটানৰ ৰজাপুত্ৰই শিশু সকলৰ বাবে উপহাৰ হিচাপে দিছিল।৪

তথ্যসূত্ৰ

  1. ↑ Tandin Bidha - Bhutan Movie Actress. www.movies.bt
  2. ↑ Bubna, Vidhi. (2020-10-22). Tandin Bidha: The Grace of Bhutan. Modern Diplomacy
  3. ↑ (2019-04-19). 6 top reasons why 'Voice of Bhutan' is a hit reality show?. Discover Bhutanese
  4. ↑ (2018-03-30). Tandin Bidha. Mountain Echoes

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীভূটানৰ ব্যক্তিমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তান্দিন বিধা” প্ৰবন্ধৰ সংশোধন ৫১০৯৯৩ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।