অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তনুজা কঁৱৰ

তনুজা কঁৱৰ ( ইংৰাজী: Tanuja Kanwar; জন্ম: ২৮ জানুৱাৰী ১৯৯৮) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যিয়ে বৰ্তমান ৰেলৱে আৰু গুজৰাট জায়েণ্টছৰ হৈ খেলে। তেওঁ বাওঁহাতৰ গতানুগতিক বলাৰ হিচাপে খেলে। ২০২৪ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিষেক ঘটে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

তনুজা কঁৱৰ ( ইংৰাজী: Tanuja Kanwar; জন্ম: ২৮ জানুৱাৰী ১৯৯৮) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যিয়ে বৰ্তমান ৰেলৱে আৰু গুজৰাট জায়েণ্টছৰ হৈ খেলে।১২ তেওঁ বাওঁহাতৰ গতানুগতিক বলাৰ হিচাপে খেলে।৩ ২০২৪ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিষেক ঘটে।৪

ঘৰুৱা ক্ৰিকেট

ফেব্ৰুৱাৰী ২০২৪ চনত তেওঁক ₹৫০ লাখত গুজৰাট জায়েন্টছ দলৰ হৈ খেলিবলৈ ৱিমেনছ প্ৰিমিয়াৰ লীগৰ নিলামত লোৱা হৈছিল।৫৬ তেওঁ প্ৰথমখন WPL মেচ মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে ৪ মাৰ্চ ২০২৩ তাৰিখে খেলিছিল।৭৮ তেওঁ WPL 2023ত আঠখন মেচ খেলি পাঁচটা উইকেট লৈছিল আৰু তেওঁৰ ইকনমি ৰেট আছিল ৮.৮৫।৯ তেওঁ WPL 2024ত আঠখন মেচত ১০টা উইকেট লৈছিল, ইকনমি ৰেট আছিল ৭.১৩।৬

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

২১ জুলাই ২০২৪ তাৰিখে তেওঁক শ্ৰেয়াংকা পাটিলৰ প্ৰতিস্থাপন হিচাপে ২০২৪ মহিলা টুৱেণ্টি২০ এছিয়া কাপৰ বাবে ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰা হৈছিল।১০৯ তেওঁ ২১ জুলাই ২০২৪ তাৰিখে সংযুক্ত আৰব আমিৰাতৰ বিপক্ষে সেই একে প্ৰতিযোগিতাত নিজৰ টুৱেণ্টি২০ আন্তঃৰাষ্ট্ৰীয় (T20I) অভিষেক কৰিছিল।১১১২ তেওঁ ২৭ ডিচেম্বৰ ২০২৪ তাৰিখে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে নিজৰ একদিনীয়া আন্তঃৰাষ্ট্ৰীয় (ODI) অভিষেক কৰিছিল।১৩১৪১৫

তথ্যসূত্ৰ

  1. ↑ Player Profile: Tanuja Kanwar. ESPNcricinfo
  2. ↑ (22 February 2024). Who is Tanuja Kanwer · Bio · Stats · Gujarat Giants Player. Female Cricket
  3. ↑ Tanuja Kanwar. WPL
  4. ↑ Injured Shreyanka Patil out of Women's Asia Cup, India call up Tanuja Kanwar. ESPNcricinfo
  5. ↑ How uncapped Tanuja Kanwar made a big splash at the WPL. ESPNcricinfo
  6. ↑ Who's Tanuja Kanwer? All You Need To Know About Indian Spinner Who's Making Her Debut Against UAE. News18
  7. ↑ (৪ মাৰ্চ ২০২৩). WPL 2023: Tanuja Kanwar of Gujarat Giants takes first wicket of Women's Premier League. Sportstar
  8. ↑ 1st Match (N), DY Patil, March 04, 2023, Women's Premier League. ESPNcricinfo
  9. ↑ (২১ জুলাই ২০২৪). Who is Tanuja Kanwar? India's debutant in clash vs UAE in Women's Asia Cup 2024. India Today
  10. ↑ (২১ জুলাই ২০২৪). Women's T20 Asia Cup 2024: Injured Shreyanka Patil out of India squad, call-up for Tanuja Kanwer. Sportstar
  11. ↑ 5th Match, Group A, Dambulla, July 21, 2024, Women's Asia Cup. ESPNcricinfo
  12. ↑ Shreyanka Patil out of Women's Asia Cup 2024 following hand injury, India call up Tanuja Kanwar. Hindustan Times
  13. ↑ Tanuja Kanwar makes her ODI debut in the 3rd ODI against West Indies. Female Cricket
  14. ↑ Tanuja Kanwar debuts as West Indies women bat first in 3rd ODI. Cricket.com
  15. ↑ Who Is Tanuja Kanwer? Left-Arm Spinner Who Made Her ODI Debut For India In 3rd ODI vs WI. CricketOne

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তনুজা কঁৱৰ” প্ৰবন্ধৰ সংশোধন ৬৩৫৪১৪ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।