তাণ্ডিয়া ভাষা ইণ্ডোনেছিয়াৰ পাপুয়াৰ ধাৰণা কৰামতে চেণ্ডাৰৱাছিহ(গীলভিংক বে) পৰিয়ালৰ এটা বিলুপ্ত অষ্ট্ৰনেছিয়ান ভাষা। এই ভাষা কোৱা বেছিভাগ লোকেই ৱাণ্ডামেনলৈ স্থানান্তৰিত হৈছে। ১৯৯১ চনত পৃথিৱীত টাণ্ডিয়া ভাষা কোৱা মাত্ৰ দুজনহে আছিল, যি দুয়োজনেই ইণ্ডোনেছিয়াৰ ইৰিয়ান জয়া প্ৰদেশৰ ৱাণ্ডামেন উপদ্বীপৰ ৱোহচিমি নদীৰ ঠিক দক্ষিণে বাস কৰিছিল।১ ২০০৯ চনত ইয়াক জীৱন্ত ভাষা বুলি নিশ্চিত কৰা হয় যদিও ২০২৪ চনৰ ভিতৰত ভাষিক জৰীপকাৰী দলে ইয়াক বিলুপ্ত হোৱা বুলি ধৰা পেলায়।২
তথ্যসূত্ৰ
- ↑ Did you know Tandia is critically endangered?. endangeredlanguages.com
- ↑ (8 March 2024). 11 Indigenous Languages Declared Extinct: Education Ministry. Jakarta Globe
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাণ্ডিয়া ভাষা” প্ৰবন্ধৰ সংশোধন ৫৩৯৬৫৯ (২২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।