অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ব

ব অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ব'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ব' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ব'-ক এনেদৰে লিখা যায়।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ব অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'ব'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ব' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ব'-ক এনেদৰে লিখা যায়।২

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ'ব'ৰ লগত যোগ হ'লে
অব
আবা
ইবি
ঈবী
উবু
ঊবূ
ঋবৃ
এবে
ঐবৈ
ওবো
ঔবৌ

যুক্তবৰ্ণ (ব যোগ)

ব্ + জ = ব্জ = কব্জা

ব্ + দ = ব্দ = অব্দ

ব্ + ধ = ব্ধ = ক্ষুব্ধ

ব্ + ব = ব্ব = আব্বা

ব্ + য = ব্য = গন্তব্য

ব্ + ৰ = ব্ৰ = ব্ৰমিন

ব্ + ল = ব্ল = ব্লগ

ব্ + ৰ + উ = ব্ৰু = বব্ৰুবাহন

'ব'ৰে আৰম্ভ শব্দৰ উদাহৰণ

ইউনিক’ড

চিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ৩
বU+09ACBENGALI LETTER BA

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
  2. ↑ World Braille Usage, UNESCO, 2013
  3. ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব” প্ৰবন্ধৰ সংশোধন ৫৯৫৮৩৬ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।