অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বছৰ

বছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়। বিভিন্ন সূত্ৰত মতে এই সময় ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ দিনৰ পৃথিৱীৰ এই পৰিভ্ৰমণ কালকেই এটা বছৰ বোলা হয়।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৪ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

বছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়। বিভিন্ন সূত্ৰত মতে এই সময় ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ দিনৰ পৃথিৱীৰ এই পৰিভ্ৰমণ কালকেই এটা বছৰ বোলা হয়।

সময়ৰ মাপ বুজাবলৈ এতিয়ালৈকে আন্তৰাষ্ট্ৰীয় ভাৱে কোনো নিৰ্দিষ্ট চিহ্ন বা প্ৰতীক নাই যদিও ইংৰাজী ভাষা ভাষাত "y" বা "Yr" চিহ্ন ব্যৱহাৰ কৰা দেখা যায়।

অসমীয়া লেখেৰে বৰ্তমান বৰ্ষপঞ্জিখন

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বছৰ” প্ৰবন্ধৰ সংশোধন ৪০৬১৯৪ (১৯ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।