অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বকাসুৰ

বকাসুৰ (बकासुर, ),হিন্দু মহাকাব্য মহাভাৰতৰ উল্লেখ থকা এটা অসুৰ। ইয়াক বকা নামেৰেও জনা যায়। ই বৰ্তমান পশ্চিমবংগৰ গড়বেটাৰ সমীপৰ অৰণ্য অঞ্চলত বাস কৰিছিল বুলি উল্লেখ আছে। ৰাজ্য বিস্তাৰ আৰু নিজৰ পৰাক্ৰম দেখুৱাৰ বাবে বকাসুৰে প্ৰজাক অত্যাচাৰ কৰিছিল।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ
বকাসুৰ
স্বীকৃতিৰাক্ষস
লিখনিসমূহমহাভাৰত
অঞ্চলএকাচক্ৰপুৰ
ব্যক্তিগত তথ্য
জন্ম।
ভাই-ভনীসকলকিৰমিৰা (কনিষ্ঠ ভাতৃ)

বকাসুৰ (बकासुर, ),হিন্দু মহাকাব্য মহাভাৰতৰ উল্লেখ থকা এটা অসুৰ। ইয়াক বকা নামেৰেও জনা যায়। ই বৰ্তমান পশ্চিমবংগৰ গড়বেটাৰ সমীপৰ অৰণ্য অঞ্চলত বাস কৰিছিল বুলি উল্লেখ আছে। ৰাজ্য বিস্তাৰ আৰু নিজৰ পৰাক্ৰম দেখুৱাৰ বাবে বকাসুৰে প্ৰজাক অত্যাচাৰ কৰিছিল। প্ৰজাৰ মাজৰ পৰা পাল পাতি এজন এজনকৈ লোক বকাসুৰৰ ভোজন হৈ আহিছিল।১ অজ্ঞাত বাসৰ সময়ত পাণ্ডৱক আশ্ৰয় দিয়া ব্ৰাক্ষ্মণ পৰিয়ালক ৰক্ষা কৰিবলৈ মাতৃ কুন্তিৰ আদেশ মতে ভীমে বকাসুৰৰ খাদ্য হৈ গৈছিল আৰু পিছত ভীমে যুদ্ধত বকাসুৰক বধ কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2012-06-15). Bakasura, Bakāsura: 4 definitions. www.wisdomlib.org
  2. ↑ Gopal. (1990). India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃ. 75

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিমহাভাৰতৰ ৰাক্ষস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বকাসুৰ” প্ৰবন্ধৰ সংশোধন ৫৬৮২৭৯ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।