বগাপতীয়া খুকুৰী সাপ (light-barred kukri snake, বৈজ্ঞানিক নাম-Oligodon albocinctus) 'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ এই সাপবিধ সমগ্ৰ বিশ্বৰ ভিতৰত কেৱল এছিয়াতহে দেখা পোৱা যায় (endemic)৷
বিতৰণ
বগাপতীয়া খুকুৰী সাপ ঘাইকৈ নেপাল, বাংলাদেশ, ভাৰত, ম্যানমাৰ আৰু চীন আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত ইয়াক অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আদি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰধানকৈ দেখা পোৱা যায়৷
আচৰণ
অধিক পঢ়ক
- Boulenger, George A. 1890. The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. (Taylor & Francis, Printers). London. xviii + 541 pp.
- Cantor, T.E. 1839. Spicilegium serpentium indicorum [parts 1 and 2]. Proc. Zool. Soc. London 7: 31-34, 49-55.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগাপতীয়া খুকুৰী সাপ” প্ৰবন্ধৰ সংশোধন ১৭৮৬৯৩ (২০ জুন ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।