বকো হৈছে ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাত অৱস্থিত এখন চহৰ।১ চহৰখন ১৩৯ খন গাঁওৰে গঠিত।২ ই গুৱাহাটী পৰা প্ৰায় ৬০ কিলোমিটাৰ পশ্চিমে অৱস্থিত।৩
তথ্যসূত্ৰ
- ↑ News, India TV. Boko Pin Code · Postal Code (Zip Code) of Boko, Kamrup, Assam, India. www.indiatvnews.com
- ↑ Villages & Towns in Boko Circle of Kamrup, Assam. www.census2011.co.in
- ↑ Distance between Guwahati and Boko. alldistancebetween.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বকো, কামৰূপ” প্ৰবন্ধৰ সংশোধন ৫১৭৪৯৩ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।