অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বক্কুৰা

বক্কুৰা সাধাৰণতে মালদ্বীপত ব্যৱহাৰ কৰা অতি সৰু এক প্ৰকাৰৰ নাও। ইয়াৰ ধোনিৰ সৈতে সামান্য সাদৃশ্য আছে যদিও ইয়াৰ আকাৰ সৰু, ইয়াত মাত্ৰ দুজন বা তিনিজন ব্যক্তি থাকিব পাৰে, আৰু ই লেটিন(পাল) পাল নথকা।

হালনাগাদ: ৩০ জুন ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

বক্কুৰা সাধাৰণতে মালদ্বীপত ব্যৱহাৰ কৰা অতি সৰু এক প্ৰকাৰৰ নাও। ইয়াৰ ধোনিৰ সৈতে সামান্য সাদৃশ্য আছে যদিও ইয়াৰ আকাৰ সৰু, ইয়াত মাত্ৰ দুজন বা তিনিজন ব্যক্তি থাকিব পাৰে,১ আৰু ই লেটিন (পাল) পাল নথকা। বক্কুৰা চলাবলৈ সাধাৰণতে বঠাৰ গোট থাকে আৰু পৰম্পৰাগতভাৱে ৰিফৰ ওচৰত মাছ ধৰাৰ বাবে বা পাৰ পাবলৈ আৰু লংগৰ পেলোৱা মাছ ধৰা বা ব্যাৱসায়িক জাহাজৰ মাজত অহা-যোৱা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল২ বিশেষকৈ মালদ্বীপত কোনো জেটি থকাৰ আগতে ব্যৱহৃত হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Exploitation of Reef Resources. Food and Agriculture Organization
  2. ↑ Xavier Romero-Frias, The Maldive Islanders, A Study of the Popular Culture of an Ancient Ocean Kingdom. p. 55
  3. ↑ visittomaldives. (10 June 2012). Bokkura (small traditional vessel of Maldives) | Visit to Maldives. Visittomaldives.wordpress.com

সম্পৰ্কিত শ্ৰেণী

নাৱৰ প্ৰকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বক্কুৰা” প্ৰবন্ধৰ সংশোধন ৬১৫০৯৭ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।