ব (বঙালী লিপিত ব, আই-পি-এ:/bɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৩ সংখ্যক আখৰ।১ ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ব উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
আ-- বা
ই-- বি
ঈ-- বী
উ-- বু
ঊ-- বূ
ঋ-- বৃ
এ-- বে
ঐ-- বৈ
ও-- বো
ঔ-- বৌ
বৰে আৰম্ভ শব্দ
- বঙালী (বংগ)
- বই (কিতাপ)
তথ্যসূত্ৰ
- ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব (বঙালী)” প্ৰবন্ধৰ সংশোধন ৪৫৬২০২ (১৯ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।