অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বক্ষবন্ধনী

বক্ষবন্ধনী হ'ল নাৰীৰ অন্তৰ্বাস যিয়ে সিহঁতৰ স্তনযুগল সঠিক স্থানত ৰখাত সহায়তা কৰে। ইংৰাজীত ইয়াক brassiere (সংক্ষেপে bra), হিন্দীত চোলী আৰু বাংলাত বক্ষবন্ধনী বা কাচুলি বুলি কয়।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৪ ২৬ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ
বক্ষবন্ধনীৰ আগ ভাগ
বক্ষবন্ধনীৰ আগ ভাগছবি: Ralf Roletschek · GFDL
বক্ষবন্ধনীৰ পিছ ভাগ
বক্ষবন্ধনীৰ পিছ ভাগছবি: Ralf Roletschek (User:Marcela) · GFDL

বক্ষবন্ধনী হ'ল নাৰীৰ অন্তৰ্বাস যিয়ে সিহঁতৰ স্তনযুগল সঠিক স্থানত ৰখাত সহায়তা কৰে। ইংৰাজীত ইয়াক brassiere (সংক্ষেপে bra), হিন্দীত চোলী আৰু বাংলাত বক্ষবন্ধনী বা কাচুলি বুলি কয়।

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বক্ষবন্ধনী” প্ৰবন্ধৰ সংশোধন ৪৫৩৮০০ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।