বঙালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
ইতিহাস
২০০৪ চনৰ ২৭ জানুৱাৰীত বঙালী ৱিকিপিডিয়া জন্মলাভ কৰে।১২ ২০০৬ চনৰ অক্টোবৰত বঙালী ৱিকিপিডিয়া প্ৰথম দক্ষিণ এছিয় ৱিকিপিডিয়া হিসাবে ১০,০০০ প্ৰবন্ধ অতিক্ৰম কৰে।৩ ২০১১ চনৰ ৩ অক্টোবৰত উইকিমিডিয়া বাংলাদেশ গঠন কৰা হয়। ২০১৭ চনত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৫০,০০০টা হয় আৰু ২০২০ চনত ৮০,০০০ অতিক্ৰম কৰে।
পৰিসংখ্যা
বঙালী ৱিকিপিডিয়াত বৰ্তমান টা প্ৰবন্ধ, জন সম্পাদক, জন প্ৰশাসক আৰু টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা।৪
বাহ্যিক সংযোগ
- বঙালী ৱিকিপিডিয়া
তথ্যসূত্ৰ
- ↑ একনজৰে বাংলা উইকিপিডিয়া. কালেৰ কণ্ঠ
- ↑ ১৪ বছৰে বাংলা উইকিপিডিয়া. কালেৰ কণ্ঠ
- ↑ যুগ পেৰিয়ে বাংলা উইকিপিডিয়া. কালেৰ কণ্ঠ
- ↑ পৰিসংখ্যা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙালী ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৩৬৪৯১০ (৮ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।