অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বঙালী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

এয়া বঙালী ভাষাত ৰচনা কৰি সাহিত্য অকাডেমি বঁটা পোৱাসকলৰ তালিকা। সাহিত্য অকাডেমি বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়, চিহ্নিত ভাষাসমূহত ৰচনা কৰা লেখকসকলক।

হালনাগাদ: ৪ আগষ্ট ২০২৫ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এয়া বঙালী ভাষাত ৰচনা কৰি সাহিত্য অকাডেমি বঁটা পোৱাসকলৰ তালিকা। সাহিত্য অকাডেমি বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়, চিহ্নিত ভাষাসমূহত ৰচনা কৰা লেখকসকলক।

বিজয়ীসকল

বৰ্ষবিজয়ীগ্ৰন্থ
১৯৫৫জীবনানন্দ দাস (মৰণোত্তৰ)জীবনানন্দ দাশেৰ শ্ৰেষ্ঠ কবিতা (কবিতা সংকলন)
১৯৫৬তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়আৰোগ্য নিকেতন (উপন্যাস)
১৯৫৭প্ৰেমেন্দ্ৰ মিত্ৰসাগৰ থেকে ফেৰা (কবিতা)
১৯৫৮ৰাজশেখৰ বসুআনন্দীবাঈ ইত্যাদি গল্প (চুটিগল্প)
১৯৫৯গজেন্দ্ৰকুমাৰ মিত্ৰকলকাতাৰ কাছেই (উপন্যাস)
১৯৬১শশীভূষণ দাশগুপ্তভাৰতেৰ শক্তিসাধনা ও শাক্ত সাহিত্য (শাক্ত সংস্কৃতি বিষয়ক গবেষণাগ্ৰন্থ)
১৯৬২অন্নদাশঙ্কৰ ৰায়জাপানে (ভ্ৰমণসাহিত্য)
১৯৬৩অমিয় চক্ৰবৰ্তীঘৰে ফেৰাৰ দিন (কবিতা)
১৯৬৪সুভাষ মুখোপাধ্যায়যত দূৰেই যাই (কবিতা)
১৯৬৫বিষ্ণু দেস্মৃতি সত্তা ভবিষ্যৎ (কবিতা)
১৯৬৬মনোজ বসুনিশিকুটুম্ব (উপন্যাস)
১৯৬৭বুদ্ধদেব বসুতপস্বী ও তৰঙ্গিনী (নাটক)
১৯৬৯মণীন্দ্ৰ ৰায়মোহিনী আড়াল (কবিতা)
১৯৭০আবু সয়ীদ আইয়ুবআধুনিকতা ও ৰবীন্দ্ৰনাথ (সাহিত্য সমালোচনা)
১৯৭১উমাপ্ৰসাদ মুখোপাধ্যায়মণিমহেশ (ভ্ৰমণসাহিত্য)
১৯৭২সন্তোষকুমাৰ ঘোষশেষ নমষ্কাৰ (উপন্যাস)
১৯৭৪নীৰেন্দ্ৰনাথ চক্ৰবৰ্তীউলঙ্গ ৰাজা (কবিতা)
১৯৭৫বিমল কৰঅসময় (উপন্যাস)
১৯৭৬মৈত্ৰেয়ী দেৱীন হন্যতে (আত্মজীবনীমূলক উপন্যাস)
১৯৭৭শংখ ঘোষবাবৰেৰ প্ৰাৰ্থনা (কবিতা)
১৯৭৮শঙ্কৰীপ্ৰসাদ বসুবিবেকানন্দ ও সমকালীন ভাৰতবৰ্ষ, প্ৰথম, দ্বিতীয় ও তৃতীয় খণ্ড (জীবনী ও সাংস্কৃতিক ইতিহাস)
১৯৭৯মহাশ্বেতা দেৱীঅৰণ্যেৰ অধিকাৰ (ঐতিহাসিক উপন্যাস)
১৯৮০সমৰেশ বসু (কালকূট)শাম্ব (উপন্যাস)
১৯৮১ৰাধাৰমণ মিত্ৰকলিকাতা দৰ্পণ, প্ৰথম খণ্ড (স্থানীয় ইতিহাস ও সংস্কৃতি)
১৯৮২কমল দাসঅমৃতস্য পুত্ৰী (উপন্যাস)
১৯৮৩শক্তি চট্টোপাধ্যায়যেতে পাৰি কিন্তু কেন যাবো (কবিতা)
১৯৮৪সমৰেশ মজুমদাৰকালবেলা (উপন্যাস)
১৯৮৫সুনীল গঙ্গোপাধ্যায়সেই সময়, দ্বিতীয় পৰ্ব (ঐতিহাসিক উপন্যাস)
১৯৮৬অমিয়ভূষণ মজুমদাৰৰাজনগৰ (উপন্যাস)
১৯৮৭অৰুণ মিত্ৰখুঁজতে খুঁজতে এত দূৰ (কবিতা)
১৯৮৮ৰমাপদ চৌধুৰীবাড়ি বদলে যায়(উপন্যাস)
১৯৮৯শীৰ্ষেন্দু মুখোপাধ্যায়মানবজমিন (উপন্যাস)
১৯৯০দেবেশ ৰায়তিস্তাপাৰেৰ বৃত্তান্ত (উপন্যাস)
১৯৯১মতি নন্দীসাদা খাম (উপন্যাস)
১৯৯২অলোকৰঞ্জন দাশগুপ্তমৰমী কৰাত (কবিতা)
১৯৯৩শ্যামল গঙ্গোপাধ্যায়শাহজাদা দাৰাশুকো (ঐতিহাসিক উপন্যাস)
১৯৯৪সৈয়দ মুস্তাফা সিৰাজঅলীক মানুষ (উপন্যাস)
১৯৯৫নৰেশ গুহনৰেশ গুহ কবিতা সংগ্ৰহ (কবিতা)
১৯৯৬অশোক মিত্ৰতালবেতাল (প্ৰবন্ধ)
১৯৯৭নবাৰুণ ভট্টাচাৰ্যহাৰবাৰ্ট (উপন্যাস)
১৯৯৮দিব্যেন্দু পালিতঅনুভব (উপন্যাস)
১৯৯৯নৱনীতা দেৱ সেননব-নীতা (গদ্য-পদ্য)
২০০০জয় গোস্বামীপাগলী, তোমাৰ সঙ্গে (কবিতা)
২০০১অতীন বন্দ্যোপাধ্যায়পঞ্চাশটি গল্প (চুটিগল্প)
২০০২সন্দীপন চট্টোপাধ্যায়আমি ও বনবিহাৰী (উপন্যাস)
২০০৩প্ৰফুল্ল ৰায়ক্ৰান্তিকাল (উপন্যাস)
২০০৪সুধীৰ চক্ৰবৰ্তীবাউল ফকিৰ কথা (প্ৰবন্ধ)
২০০৫বিনয় মজুমদাৰহাসপাতালে লেখা কবিতাগুচ্ছ (কবিতা সংকলন)
২০০৬অমৰ মিত্ৰধ্ৰুবপুত্ৰ (উপন্যাস)
২০০৭সমৰেন্দ্ৰ সেনগুপ্তাআমাৰ সময় অল্প (কবিতা)
২০০৮শৰৎকুমাৰ মুখোপাধ্যায়ঘুমেৰ বড়িৰ মতো চাঁদ (কবিতা)
২০০৯সৌৰীন ভট্টাচাৰ্যকেন আমৰা ৰবীন্দ্ৰনাথকে চাই ও কীভাবে (প্ৰবন্ধ)
২০১০১২বাণী বসুখনামিহিৰেৰ ঢিপি (উপন্যাস)
২০১১৩৪মনীদ্ৰ গুপ্তাবনে আজ কোনক্ষেত্ৰ (কবিতা)
২০১২৫সুব্ৰত মুখোপাধ্যায়বীৰাসন (উপন্যাস)
২০১৩৬সুবোধ সৰকাৰদ্বৈপায়ন হ্ৰদেৰ ধাৰে (কবিতা)
২০১৪উৎপল কুমাৰ বসুপিয়া মনে ভাবে (কবিতা)
২০১৫অলোক সৰকাৰশোন জবাফুল (কবিতা)
২০১৬নৃসিংহপ্ৰসাদ ভাদুড়ীমহাভাৰতেৰ অষ্টাদশী (প্ৰবন্ধ)
২০১৭৭আফচাৰ আহমেদসেই নিখোঁজ মানুষটা (উপন্যাস)
২০১৮৮সঞ্জীৱ চট্টোপাধ্যায়শ্ৰীকৃষ্ণেৰ শেষ কটা দিন (চুটিগল্প)
২০১৯চিন্ময় গুহঘুমেৰ দৰজা ঠেলে (প্ৰবন্ধ)

তথ্যসূত্ৰ

  1. ↑ Bani Basu shortlisted for Sahitya Akademi award - Indian Express
  2. ↑ Archived copy
  3. ↑ (2011-12-21). Poets Dominate Sahitya Akademi Awards 2011. সাহিত্য অকাডেমি
  4. ↑ (21 December 2011). Guha wins it for narrative history. The Hindu
  5. ↑ (2012-12-20). Poets Dominate Sahitya Akademi Awards 2012. সাহিত্য অকাডেমি
  6. ↑ "Poets dominate Sahitya Akademi Awards 2013". সাহিত্য অকাডেমি. 2013-12-18. Retrieved 2013-12-18
  7. ↑ .:: SAHITYA: Akademi Awards::.. sahitya-akademi.gov.in
  8. ↑ Sahitya Akademi Press Release 2018. Sahitya Akademi

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যসাহিত্য অকাডেমি বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙালী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল” প্ৰবন্ধৰ সংশোধন ৫৩০২৫২ (৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।