অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বঙ্কিম পুৰস্কাৰ

বঙ্কিম পুৰস্কাৰ বা বঙ্কিম স্মাৰক পুৰস্কাৰ হ'ল পশ্চিমবঙ্গ চৰকাৰে বাংলা কথাসাহিত্যলৈ আগ বঢে়াৱা অৱদানৰ বাবে‍ প্ৰদান কৰা সৰ্বোচ্চ পুৰস্কাৰ। ১৯৭৫ চনত বিখ্যাত বাঙালী সাহিত্যিক বঙ্কি‍মচন্দ্ৰ চট্টোপাধ্যায়ৰ স্মৃতিত এই বঁটাটো প্ৰতিষ্ঠা কৰা হৈছিল।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

বঙ্কিম পুৰস্কাৰ বা বঙ্কিম স্মাৰক পুৰস্কাৰ হ'ল পশ্চিমবঙ্গ চৰকাৰে বাংলা কথাসাহিত্যলৈ আগ বঢে়াৱা অৱদানৰ বাবে‍ প্ৰদান কৰা সৰ্বোচ্চ পুৰস্কাৰ। ১৯৭৫ চনত বিখ্যাত বাঙালী সাহিত্যিক বঙ্কি‍মচন্দ্ৰ চট্টোপাধ্যায়ৰ স্মৃতিত এই বঁটাটো প্ৰতিষ্ঠা কৰা হৈছিল। এই বঁটা প্ৰদানৰ দায়িত্ব ২০০৩ চনৰপৰা তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আছে আৰু পশ্চিমবঙ্গ বাংলা অকাডেমীৰ অধীনলৈ অনা হৈছে। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰে।

পুৰস্কাৰ প্ৰাপক

  • ১৯৭৫ - প্ৰবোধচন্দ্ৰ সেন - সমালোচনা সাহিত্য (প্ৰবন্ধ)
  • ১৯৮২ - গৌৰকিশোৰ ঘোষ - সাগিনা মাহাতো ও অন্যান্য (গল্প)
  • ১৯৮৩ - সুনীল গংগোপাধ্যায় - সেই সময় (উপন্যাস, ২ টি খণ্ড)
  • ১৯৮৪ - সুশীল জানা১ - শ্ৰেষ্ঠ কবিতা (কবিতা)
  • ১৯৮৫ - প্ৰফুল্ল ৰায় - ''আকাশেৰ নিচে মানুষ (উপন্যাস)
  • ১৯৮৬ - অমিয় ভূষণ মজুমদাৰ - ৰাজনগৰ (উপন্যাস)
  • ১৯৮৭ - অমলেন্দু চক্ৰবৰ্তী - যাবজ্জীৱন (উপন্যাস)
  • ১৯৮৮ - শচীন্দ্ৰনাথ বন্দ্যোপাধ্যায় ১ - বন্দৰে বন্দৰে (উপন্যাস)
  • ১৯৮৯ - ননী ভৌমিক - ধুলোমাটি (উপন্যাস)[২২]
  • ১৯৯০ - দিব্যেন্দু পালিত - ঢেউ (কবিতা)
  • ১৯৯১ - কমলকুমাৰ মজুমদাৰ২ - গল্পসমগ্ৰ (সম্পূৰ্ণ গল্প) (মৰণোত্তৰ)
  • ১৯৯২ - অভিজিৎ সেন - ৰহু চণ্ডালেৰ হাড় ৩ (উপন্যাস)
  • ১৯৯৪ - সৈয়দ মুস্তাফা সিৰাজ - অলীক মানুষ (উপন্যাস)
  • ১৯৯৫ - মঞ্জুশ দাশগুপ্ত,১ সন্দীপন চট্টোপাধ্যায় - পঞ্চাশটি গল্প (গল্প)
  • ১৯৯৬ - নবাৰুণ ভট্টাচাৰ্য - হাৰবাৰ্ট (উপন্যাস) (২০০৭ সালে নন্দীগ্ৰামেৰ সহিংসতাৰ বিৰুদ্ধে প্ৰতিবাদে পুৰস্কাৰ ফেৰৎ)
  • ১৯৯৮ - অতীন বন্দ্যোপাধ্যায়- দুই ভাৰতবৰ্ষ (উপন্যাস)
  • ১৯৯৯ - বাণী বসু- মৈত্ৰেয় জাতক (উপন্যাস)
  • ২০০০ - নাৰায়ণ সান্যাল - ৰূপমঞ্জৰি (৩ টি খণ্ড) (উপন্যাস)
  • ২০০১ - সমীৰ ৰক্ষিত -দুখেৰ আখ্যান (উপন্যাস), অমৰ মিত্ৰ - অশ্বচৰিত ৪ (উপন্যাস)
  • ২০০২ - চিত্ত ঘোষাল - নিৰ্বাচিত গল্প খণ্ড ২ (নিৰ্বাচিত গল্প)
  • ২০০২ - তপন বন্দ্যোপাধ্যায় - নদী মাটি অৰণ্য (উপন্যাস)
  • ২০০৪ - সাধন চট্টোপাধ্যায় - গল্প সংগ্ৰহ (গল্প)
  • ২০০৫ - নবেন্দু ঘোষ - চাঁদ দেখেছিল (উপন্যাস), স্বপ্নময় চক্ৰবৰ্তী৫- অবন্তীনগৰ (উপন্যাস)
  • ২০০৬ - ঝড়েশ্বৰ চট্টোপাধ্যায় - সহিস (উপন্যাস)
  • ২০০৭ - ৰামকুমাৰ মুখোপাধ্যায় - ধনপতিৰ সিংহলযাত্ৰা (উপন্যাস)
  • ২০০৮ - নলিনী বেৰা - মাটিৰ মৃদঙ্গ (উপন্যাস)
  • ২০০৯ - সমৰেশ মজুমদাৰ - কলিকাতায় নবকুমাৰ ( উপন্যাস)
  • ২০১০ - অনিল ঘড়াই - অনন্ত দ্ৰাঘীমা (ৰবীন্দ্ৰনাথ ঠাকুৰেৰ ৰং ও কাজেৰ ব্যৱহাৰ সম্পৰ্কে অধ্যয়ন), আফসৰ আহমেদ- হীৰে ভিখাৰিনী ও সুন্দৰী ৰমণী কিস্যা (গল্প)
  • ২০১১ - ৰবি শংকৰ বল - দোজখনামা (উপন্যাস)
  • ২০১২ - কমল চক্ৰবৰ্তী - উপন্যাস সমগ্ৰ (উপন্যাস)
  • ২০১৪ - ৰামনাথ ৰায় - উপন্যাস সমগ্ৰ (উপন্যাস) ৬৭
  • ২০১৬ - আবুল বাশাৰ
  • ২০১৭ - বলৰাম বসাক
  • ২০১৮ - সুব্ৰত সেনগুপ্ত
  • ২০২২ - হৰ্ষ দত্ত
  • ২০২৩ - জয়ন্ত দে
  • ২০২৫ - সন্মাত্ৰাণন্দ - নাস্তিক পণ্ডিতেৰ ভিটা (উপন্যাস)

তথ্যসূত্ৰ

  1. ↑ Dutt, Kartik Chandra, Who's who of Indian Writers, 1999: A-M, সাহিত্য অকাডেমি, 1999
  2. ↑ কমলকুমাৰ মজুমদাৰ: স্বকীয় ধাৰাৰ কথাশিল্পী, Dainik Destiny, January 15, 2010
  3. ↑ Sen, Abhijit, বালুৰঘাট — সময়েৰ বালুবেলা, Samakal, December 17, 2010
  4. ↑ অলস দুপুৰ: কীভাবে বলব তাৰ ওপৰ গল্প, উপন্যাসেৰ হয়ে ওঠা বা না ওঠা নিৰ্ভৰশীল: কথাসাহিত্যিক অমৰ মিত্ৰেৰ সাথে অনলাইন আলাপ
  5. ↑ www.galpopath.com/p/blog-page_2.html{{অকাৰ্যকৰ সংযোগ|date=নভেম্বৰ ২০২২ |bot=InternetArchiveBot |ঠিক কৰাৰ প্ৰচেষ্টা=yes }}
  6. ↑ নজৰুল তীৰ্থেৰ নাম মানুষেৰ মুখে মুখে ঘুৰবে: মমতা, Aajkaal, May 27, 2014
  7. ↑ নজৰুল তীৰ্থ দুই বাংলাৰ সম্পৰ্ককে সুদৃঢ় কৰবে, বল’লেন মমতা, Ei Samay Sangbadpatra, June 13, 2014

সম্পৰ্কিত শ্ৰেণী

সাহিত্যৰ বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙ্কিম পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৬৩০৪১৩ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।