

বগিয়া (পিঠা১ বুলিও জনা যায়) ভাৰত আৰু নেপালৰ মৈথিলী২ আৰু থাৰু সম্প্ৰদায়ৰ এক সুস্বাদু খাদ্য। এই খাদ্য বিশেষভাৱে শীতকালত ৰন্ধা হয়। নেপালী ব্যঞ্জন ভিতৰত ই এটা ডাম্পলিং, য'ত চাউলৰ আটাৰ বাহিৰৰ আৱৰণ আৰু ভিতৰত মিঠা পদাৰ্থ নাইবা শাক-পাচলি অথবা কুকুৰা বা ছাগলীৰ মাংস আৰু অন্যান্য ভজা উপাদানৰ ভৰোৱা থাকে। থাৰু সমাজত সুস্বাদু খাদ্য হিচাপে ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু লক্ষ্মী পূজাৰ দিনা পালন কৰা দীপাৱলী ( দীপাৱলী বা তিহাৰ বুলিও জনা যায়) উৎসৱৰ ই মূল অংশ।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ मिथिला के खान-पान की संस्कृति की पहचान बगिया. m.jagran.com
- ↑ सर्दी में बनने वाले खास स्नैक्स में से एक है यह गुड़ की बगिया. www.pakwangali.in
- ↑ Food and The Nepali. ECS NEPAL
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগিয়া” প্ৰবন্ধৰ সংশোধন ৪৭৫০১০ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।