অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বঙাল পুখুৰী

বঙাল পুখুৰী (Bangal Pukhuri) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা ঐতিহাসিক পুখুৰী। এই পুখুৰীটো যোৰহাট নগৰৰ দক্ষিণত ন-আলিৰ ওচৰত অৱস্থিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বঙাল পুখুৰী (Bangal Pukhuri) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা ঐতিহাসিক পুখুৰী।১ এই পুখুৰীটো যোৰহাট নগৰৰ দক্ষিণত ন-আলিৰ ওচৰত অৱস্থিত।১২

ইতিহাস

বদন বৰফুকন আহোম ৰাজ্যৰ এজন বিষয়া আছিল। তেওঁ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে বাৰ্মাৰ পৰা সৈন্য আনিছিল আৰু সাধাৰণ জনতাক নানা অত্যাচাৰ কৰিছিল।৩ সেয়ে, ১৭৩৯ শকৰ (১৮১৮ চন) শাওণ মাহত বদন বৰফুকনে এই পুখুৰীটোত গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে (চুবেদাৰ) তেওঁক হত্যা কৰিছিল।৪২ ইয়াৰ বাবে ৰূপসিং বঙালক পুৰস্কাৰ হিচাপে টকা দিয়া হৈছিল। এই টকাৰে তেওঁ বৰ্তমানৰ ন-আলিৰ ওচৰত এই পুখুৰীটো পুনৰ খন্দাইছিল।

বঙাল পুখুৰীৰ পানী কোনো লোকে ব্যৱহাৰ নকৰে। কাৰণ মানুহ হত্যা কৰি পোৱা পুৰস্কাৰৰ পৰা এই পুখুৰীটো খন্দোৱা হৈছিল।৫২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ All destination at a glance. Sulekha.com
  2. ↑ Must See India: Bangalpukhari, Jorhat. Roam Space Travel Solutions Pvt Ltd
  3. ↑ Assam Online Portal. Govt. of Assam
  4. ↑ Assam: Its Heritage and Culture - Candra Bhūṣaṇa - Google Books. Books.google.co.in
  5. ↑ Jorhat- Places of Interest. District Administration, Jorhat

সম্পৰ্কিত শ্ৰেণী

যোৰহাট জিলাৰ পৰ্যটনস্থলীআহোম ৰাজ্যযোৰহাট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙাল পুখুৰী” প্ৰবন্ধৰ সংশোধন ৩৮১৯৪৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।