গোলাপী কাঞ্চন বা বগা কাঞ্চন হৈছে এক প্ৰকাৰৰ বৃক্ষ। ই ৰঙা কাঞ্চনতকৈ আকাৰত সৰু, পাতৰ গঠনো একে, অৰ্থাৎ আগফালে দুভাগত বিভক্ত। বসন্তত প্ৰায় পাতহীন গছজোপাত গোলপীয়া ৰঙৰ সুগন্ধি ফুলেৰে ভৰি পৰে। ফুলৰ পাহি ৫টা। ফল চিৰা চিৰা। ইয়াৰ বগা ফুলৰ প্ৰকাৰভেদো আছে। ই এক ভাৰতীয় প্ৰজাতি।১
বহিঃসংযোগ
- Germplasm Resources Information Network: Phanera variegata (as Bauhinia variegata)
- Invasive Species South Africa
তথ্যসূত্ৰ
- ↑ দ্বিজেন শৰ্মা, ফুলবোৰ যেন কথা, বাংলা একাডেমী, ঢাকা, ডিচেম্বৰ ২০০৩, পৃষ্ঠা-১৮।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগা কাঞ্চন” প্ৰবন্ধৰ সংশোধন ৬১২৮৩৪ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।