অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ন ১,১৯৫ প্ৰবন্ধ
- নাজমা আখতাৰনাজমা আখতাৰ (Najma Akhtar; জন্মঃ ১৯৫৩) হ'ল এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু শৈক্ষিক প্ৰশাসক। ত…
- নাজমা চৌধুৰীনাজমা চৌধুৰী (Nazma Chowdhury; ২৬ ফেব্ৰুৱাৰী ১৯৪২ – ৮ আগষ্ট ২০২১) এগৰাকী বাংলাদেশী শিক্ষাব…
- নাজমা ছাদিকনাজমা ছাদিক ( (জন্ম, ১৯৪৩ –মৃত্যু, ৮ জানুৱাৰী ২০১৫) আছিল এগৰাকী বিশিষ্ট পাকিস্তানৰ সাংবাদি…
- নাজমা হেপতুল্লানাজমা আকবৰ আলি হেপতুল্লা (નજમા હેપ્તુલા; জন্ম: ১৩ এপ্ৰিল ১৯৪০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আ…
- নাজমুন আৰা চুলতানানাজমুন আৰা চুলতানা (: Nazmun Ara Sultana; জন্ম: ৮ জুলাই, ১৯৫০) বাংলাদেশৰ প্ৰথমগৰাকী মহিলা …
- নাজলি তাবাতাবাই-খাটামবখছনাজলি তাবাতাবাই-খাটামবখছ গিল্ডহল স্কুল অৱ মিউজিক এণ্ড ড্ৰামাৰ অপেৰা লিব্ৰেটিষ্ট প্ৰেকটিচ ব…
- নাজলী বেগমনাজলী ৰফিয়া বেগম, জন্ম নাম নাজলি ৰফিয়া চুলতানী হাছানালি ফিজী (১৮৭৪-১৯৬৮) আছিল এগৰাকী ভাৰ…
- নাজানিন আফছিন-জামনাজানিন আফছিন-জাম (ফাৰ্চী: نازنین افشین جم; জন্ম: ১১ এপ্ৰিল ১৯৭৯) হৈছে এগৰাকী ইৰানীয়-কানা…
- নাজিক আল আবিদনাজিক আল আবিদ (১৮৮৭–১৯৫৯) (Nazik al-Abid) "আৰবৰ জোয়ান অৱ আৰ্ক" নামেৰে পৰিচিত আছিল৷ তেওঁ এ…
- নাজিবা আহমদনাজিবা আহমদ ( Najiba Ahmad; জন্ম: ১৯৫৪ ) ( কুৰ্দিছ: ভাগিবা হাহাহাদ, নেচিবে এহমেদ) এজন সমসা…
- নাজিয়া ইকবালনাজিয়া ইকবাল (উৰ্দু: نازيه اقبال, ইংৰাজী: Nazia Iqbal; জন্ম: প্ৰায় ১৯৮৪) পাকিস্তানৰ এগৰা…
- নাজিয়া হাচাননাজিয়া হাচান (; ৩ এপ্ৰিল ১৯৬৫- ১৩ আগষ্ট ২০০০) বিশ্বব্যাপি ৬৫ মিলিয়ন ভায়েক জোহেব হাচানৰ …
- নাজিলা মাৰুফিয়াননাজিলা মাৰুফিয়ান ( Nazila Maroufian) (জন্ম: ২০ মে' ২০০০) এগৰাকী ইৰাণ নাগৰিক কৰ্মী, ৰাজনৈত…
- নাজিৰানাজিৰা (IPA: nəˈzɪərə) (Nazira) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷
- নাজিৰা বিধানসভা সমষ্টিনাজিৰা বিধানসভা সমষ্টি (ইংৰাজী: Nazira Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ…
- নাজী জাৰ্মানীনাজী জাৰ্মানী (Nazi-Deutschland) বা তৃতীয় ৰাইচ (Drittes Reich) আছিল এডলফ হিটলাৰৰ নেতৃত্বত…
- নাজী নিৰ্যাতন শিবিৰনাজী নিৰ্যাতন শিবিৰ (Nazi concentration camps) জাৰ্মানীৰ নাজীসকলৰ দ্বাৰা নিৰ্মাণ কৰা এক ধৰ…
- নাঞ্জানাগড় কলনাঞ্জানাগড় কল অথবা নাঞ্জানাগড় ৰচাবালে-হানু ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ চামাৰাজ নগৰ আৰু মহীশূৰ জ…
- নাট বল্টুনাট বল্টু (Nut Boltu) হৈছে ভাৰতীয় বঙালী ভাষাৰ এখন হাস্যৰসাত্মক এনিমেটেড টেলিভিছন ধাৰাবাহি…
- নাটকনাটক (Drama) সাহিত্যৰ এটি বিশেষ ধৰণ বা বিধা। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিন…
- নাটাচা আপানানাটাচা দেৱী পাথৰেড্ডী আপানা (ইংৰাজী: Nathacha Devi Pathareddy Appanah; জন্ম ২৪ মে' ১৯৭৩) এ…
- নাটালি ডি লুচিঅ’নাটালি ডি লুচিঅ’ (Natalie Di Luccio; জন্ম: ২৯ জুন ১৯৮৯) অন্টাৰিঅ'ৰ টৰন্টোৰ এগৰাকী ইটালীয়-…
- নাটালি ডৰমাৰনাটালি ডৰমাৰ (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। ঐতিহাসিক নাটক, ব্লকবাষ্ট…
- নাটালি পৰ্টমেননাটালি হাৰ্ছলাগ (জন্ম ৯ জুন, ১৯৮১), পেছাদাৰীভাৱে নাটালি পৰ্টমেন নামেৰে পৰিচিত, এগৰাকী অভিন…
- নাটালিয়া গুইমাৰেজনাটালিয়া আপাৰেচিডা গুইমাৰেজ (জন্ম: ২৫ ডিচেম্বৰ ১৯৮৪) এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, টিভি …
- নাটালিয়া পন্সে ডি লিঅ'ননাটালিয়া পন্সে ডি লিঅ'ন (: Natalia Ponce de León; জন্ম: ৮ আগষ্ট, ১৯৮০) বগোটাত জন্মগ্ৰহণ ক…
- নাটালিয়া মেটলিনেটছনাটালিয়া মেটলিনেটছ (ইউক্ৰেনিয়ান: Наталія Матолінець; জন্ম:২০ ডিচেম্বৰ, ১৯৯০) এগৰাকী ইউক্…
- নাটালিয়া ষ্ট্ৰ’ভানাটালিয়া "নাতাশা" ষ্ট্ৰ’ভা (ইংৰাজী: Natalya "Natasha" Stroeva; জন্ম: ২০ আগষ্ট ১৯৯৯) এগৰাক…
- নাটুৱানাটুৱা হৈছে অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত …
- নাটোনাটো (North Atlantic Treaty Organisation, সংক্ষেপে NATO) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ…
- নাট্য শাস্ত্ৰনাট্য শাস্ত্ৰ (नाट्य शास्त्र) পৰিৱেশ্য কলাৰ বিষয়ে সংস্কৃত ভাষাত ৰচিত এক নিৱন্ধ পুথি। ভৰত …
- নাট্ৰিনাইনাট্ৰিনাই (তামিলநற்றிணை}} অৰ্থাৎ উৎকৃষ্ট, টিনাই), তামিল সাহিত্যৰ এক ধ্ৰুপদী গ্ৰন্থ, আৰু পৰ…
- নাথ-যোগী সম্প্ৰদায়নাথ-যোগী ভাৰতবৰ্ষৰ এক ধৰ্মীয় সম্প্ৰদায়। সাধনাৰ জৰিয়তে শিৱক লাভ কৰাত এই সম্প্ৰদায়ৰ লোকে…
- নাথান ব্ৰাউননাথান ব্ৰাউন (Nathan Brown, ২২ জুন ১৮০৭ – ১ জানুৱাৰী ১৮৮৬) এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনে…
- নাথালিয়া কৌৰনাথালিয়া পিনহেইৰো ফেলিপ মাৰ্টিন্স (জন্ম: ১৫ আগষ্ট ১৯৯৩), যি নাথালিয়া কৌৰ নামেৰে অধিক পৰি…
- নাথিং লাষ্টছ ফৰেভাৰ (১৯৯৪ উপন্যাস)নাথিং লাষ্টছ ফৰেভাৰ (Nothing Lasts Forever) ১৯৯৪ চনত ছিডনী শ্বেলডন ৰচিত এখন থ্ৰিলাৰ উপন্যা…
- নাথু-লা গিৰিপথনাথু-লা পাছ ভাৰতৰ ছিক্কিম আৰু তিব্বতৰ সীমান্তবৰ্তী ঐতিহাসিক গিৰিপথ। হিমালয়ৰ ১৪,৪০০ ফুট উচ…
- নাথুৰাম গডছেনাথুৰাম বিনায়ক গডছে (Nathuram Vinayak Godse; ১৯ মে', ১৯১০ – ১৫ নৱেম্বৰ, ১৯৪৯) আছিল ব্ৰিটি…
- নাদজা ৰেজিননাদেজদা "নাদজা" পোডেৰেজিন (২ ডিচেম্বৰ ১৯৩১ – ৬ এপ্ৰিল ২০১৯), যিয়ে তেওঁৰ মঞ্চনাম নাদজা ৰেজ…
- নাদমনাদম মংগোলিয়া আৰু টুভাত উদযাপিত এক পৰম্পৰাগত উৎসৱ। ইয়াত মংগোলীয় মল্লযুঁজ, ঘোঁৰা দৌৰ, ধন…
- নাদিম আচলমনাদিম আচলম (Nadeem Aslam; জন্ম: ১১ জুলাই ১৯৬৬) এগৰাকী ব্ৰিটিছ পাকিস্তানী ঔপন্যাসিক। তেওঁৰ …
- নাদিয়া অঞ্জুমাননাদিয়া অঞ্জুমান (জন্ম ২৭ ডিচেম্বৰ, ১৯৮০ – মৃত্যু ৪ নৱেম্বৰ, ২০০৫) আফগানিস্তানৰ এগৰাকী কবি…
- নাদিয়া আলিঅনাই মালিক (জন্মনাম অনাজা মালিক; ) পেছাগতভাৱে নাদিয়া আলী নামেৰে পৰিচিত, এগৰাকী পাকিস্তান-…
- নাদিয়া আলেকজেণ্ডাৰনাদিয়া আলেকজেণ্ডাৰ (ইংৰাজী: Nadia Alexander; জন্ম ৫ এপ্ৰিল, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্…
- নাদিয়া গামালনাদিয়া গামাল ( Nadia Gamal; আৰবী: نادية جمال, ১৯৩৭ – ১৯৯০ ) এগৰাকী ইজিপ্তৰ নৃত্যশিল্পী আৰ…
- নাদিয়া জামিলনাদিয়া জামিল (জন্ম: ৩ অক্টোবৰ ১৯৮০), নাদিয়া ফজল জামিল নামেৰেও পৰিচিত) এগৰাকী পাকিস্তানী …
- নাদিয়া নদিমনাদিয়া নদিম পাৰ্চী: نادیه ندیم; (জন্ম হৈছিল ২ জানুৱাৰী ১৯৮৮) এগৰাকী আফগান-ডেনিছ পেছাদাৰী …
- নাদিয়া মুৰাদনাদিয়া মুৰাদ বাছি তাহা (نادیە موراد, نادية مراد; জন্ম: ১৯৯৩) ইৰাক দেশৰ এগৰাকী য়াযিদি কুৰ…
- নাদিৰা (অভিনেত্ৰী)নাদিৰা, যাৰ জন্ম নাম ফ্লোৰেন্স ইজাকিয়েল, (জন্ম: ডিচেম্বৰ ১৯৩২ আৰু মৃত্যু: ৯ ফেব্ৰুৱাৰী ২০…
- নাদিৰা বব্বৰনাদিৰা বব্বৰ ( Nadira Babbar; জন্ম ২০ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ…
- নাদিৰা বেগমনাদিৰা বেগম (ইংৰাজী: Nadira Begum; মৃত্যু: ৬ নৱেম্বৰ ২০২৩) এগৰাকী বাংলাদেশী লোক-গায়িকা। ২…
- নাদীন আশ্ৰফনাদীন আশ্ৰফ (Nadeen Ashraf; জন্ম-১২ মাৰ্চ ১৯৮) এগৰাকী ইজিপ্তৰ নাৰীবাদী কৰ্মী। তেওঁ ছ’চিয়ে…
- নাদু-ভংগীনাদু-ভংগী হ'ল সত্ৰীয়া নৃত্যৰ এটা ভাগ। এই নাদু-ভংগী নাচত তিনিযোৰা নটুৱাই (গোপ-গোপী) নাচে। …
- নাদুননাদুন (ইংৰাজী: Nadun) হৈছে মংগুঅৰ জনগোষ্ঠীৰ (যিসকলক চীনাত টু জু বুলি জনা যায়)দ্বাৰা উদযাপ…
- নাদেৰ ইব্ৰাহিমীনাদেৰ ইব্ৰাহিমী (জন্ম ৩ এপ্ৰিল, ১৯৩৬ মৃত্যু ৫ জুন, ২০০৮) এজন ইৰানী লেখক, চিত্ৰনাট্যকাৰ, ফট…
- নাননান (/nɑːn/)এবিধ লুণীয়া স্বাদৰ, টাণ্ডুৰত সিজোৱা বা তাৱাত ভজা চেপেটা ৰুটি, যাক অ’ভেনতো বনা…
- নানজিয়াম্মানানজিয়াম্মা(Nanjiyamma); জন্ম: ১ জানুৱাৰী ১৯৬০) কেৰেলাৰ এটা জনজাতীয় সম্প্ৰদায়ৰ পৰা অহা …
- নানপিয়েনানমি বা নানপিয়ে (; তাই নুয়া: TaiLe / ᥢᥣᥢᥙᥥ) হৈছে বিভিন্ন সতেজ উপাদান, বনৌষধি আৰু মচলাৰে…
- নানা জাগনিজেনানা জাগনিজে (জৰ্জিয়ান: ნანა ძაგნიძე; জন্ম ১ জানুৱাৰী ১৯৮৭) এগৰাকী জৰ্জিয়ান দবা খেলুৱৈ। …
- নানা পাটেকৰবিশ্বনাথ পাটেকৰ (Vishwanath Patekar; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে…
- নানা বুলুকুনানা বুলুকু, যাক নানা বুৰুকু, নানা বুকু বা নানান-বৌক্ল বুলিও কোৱা হয়, পশ্চিম আফ্ৰিকাৰ ফন …
- নানাজী দেশমুখচণ্ডীকাদাস অমৃতৰাও দেশমুখ বা নানাজী দেশমুখ (नानाजी देशमुख; ১১ অক্টোবৰ ১৯১৬ – ২৭ ফেব্ৰুৱাৰী…
- নানী (অভিনেতা)ঘণ্টা নবীন বাবু (Ghanta Naveen Babu; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৮৪), পেছাদাৰীভাৱে তেওঁৰ পৰ্দা ন…
- নাফিছা আলীনাফিছা আলী এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ…
- নাফিজা আজাদনাফিজা আজাদ এগৰাকী ফিজিয়ান–কানাডিয়ান যং এডাল্ট কল্পকাহিনী ফেণ্টাছি লেখিকা। তেওঁৰ প্ৰথম উ…
- নাভিত জমাহোৱা আৱৰ্জনানাভিত জমাহোৱা আৱৰ্জনা (Navel lint ) হৈছে মানুহৰ নাভিত থকা কোমল আঁহৰ এক অংশ। সাধাৰণতে দিনটো…
- নামগ্যাল লামোনামগ্যাল লামো এগৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰশংসিত তিব্বতী অপেৰা আৰু শাস্ত্ৰীয় সংগীতৰ গায়িকা …
- নামঘোষানামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্…
- নামঘৰনামঘৰ হৈছে অসমীয়াসকলৰ নাম-কীৰ্তনভিত্তিক উপাসনা-গৃহ, য’ত সমবেতভাৱে হৰি-উপাসনা আৰু ধৰ্মচৰ্চ…
- নামঘৰীয়া (উপন্যাস)নামঘৰীয়া হৈছে অতুলানন্দ গোস্বামীয়ে ৰচনা কৰা এখন অসমীয়া ভাষাৰ উপন্যাস। এজন অবিবাহিত, সমা…
- নামচাই জিলানামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ ন…
- নামচাঙৰ অন্তেষপুৰ (গ্ৰন্থ)নামচাঙৰ অন্তেষপুৰ হৈছে লেখক সৌম্যদ্বীপ দত্তৰ এখন প্ৰকৃতি বিষয়ক কিতাপ য'ত দিহিং পাটকাই বৰ্…
- নামচিংনামচিং হ'ল মিচিংসকলৰ মাজত প্ৰচলিত এবিধ সুস্বাদু খাদ্য। বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা এই খাদ্…
- নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভনামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ বা বৰফুকনৰ জয়স্তম্ভ, এটা শিলালিপি-স্তম্ভ, য’ত আহোম …
- নামতি দ'লশিৱসাগৰৰ পৰা ৮ মাইল দক্ষিণে নামতি। এই নামতিতে দুটা দ'ল আছে। এই দ'ল দুটাকে মানুহে নামতি দ'ল…
- নামদফা ৰাষ্ট্ৰীয় উদ্যাননামদফা ৰাষ্ট্ৰীয় উদ্যান ( Namdapha National Park) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ ১৯৮৫ কি…
- নামদাং নদীনামদাং নদী হৈছে দিখৌ নদীৰ উপনদী। নামদাং নদীখন নগাপাহাৰৰ পাদদেশত উৎপত্তি হৈছে।
- নামদাঙৰ শিলৰ সাঁকোনামদাঙৰ শিলৰ সাঁকো (Namdang Stone Bridge) অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জ…
- নামনি অসমনামনি অসম ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিমাংশৰ বিস্তৃত সমতলভূমি অঞ্চল, যাক পশ্চিম অসম বুলিও কোৱ…
- নামনি অসম সংমণ্ডলনামনি অসম সংমণ্ডল (ইংৰাজী: Lower Assam division) হৈছে ভাৰতৰ অসম ৰাজ্যৰ ৫টা প্ৰশাসনিক সংমণ্…
- নামনি ছিয়াং জিলানামনি ছিয়াং জিলা (Lower Siang district, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্…
- নামনি দিবাং উপত্যকা জিলানামনি দিবাং উপত্যকা জিলা (Lower Dibang Valley district, Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰু…
- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (SLHEP) নামেৰে নামকৰণ কৰা সোৱণশিৰি নদীৰ নিম্ন বান্ধটো উত্…
- নামনি সোৱণশিৰি জিলানামনি সোৱণশিৰি জিলা (Lower Subansiri district, Pron:/su:bənˈsɪɹi/) উত্তৰ পূব ভাৰতৰ অৰুণাচল…
- নামফাকেনামফাকে অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ওচৰত অৱস্থিত এখন গাঁও। গাঁওখন টাই ফাকে জনগোষ্ঠীৰ …
- নামবৰ অভয়াৰণ্যনামবৰ অভয়াৰণ্য (Nambor Wildlife Sanctuary) অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটা …
- নামবৰ-দৈগ্ৰুং অভয়াৰণ্যনামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary) অসমৰ গোলাঘাট জিলাত অৱস্থিত …
- নামমালিকানামমালিকা মাধৱদেৱ বিৰচিত এখন অমূল্য গ্ৰন্থ। এই গ্ৰন্থখনি কোচ ৰাজবিষয়া বীৰুকাৰ্য্যীৰ অনুৰো…
- নামমালিকা (ভোজ ৰচিত)নামমালিকা (সংস্কৃত: नाम मालिका, Nāmamālikā) হৈছে একাদশ শতিকাৰ বিখ্যাত পণ্ডিত-ৰজা ভোজৰ নামত…
- নামাজুনামাজু (ইংৰাজী: Namazu (鯰) বা Ōnamazu (大鯰)) হৈছে জাপানী শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূল…
- নামিবিয়ানামিবিয়া (Namibia) দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়া…
- নামিবিয়াৰ নাৰীনামিবিয়াৰ নাৰীক (Women in Namibia) স্বাস্থ্য, লিংগভিত্তিক হিংসা আৰু শিক্ষাৰ সুবিধাৰ ক্ষেত…
- নামিৰেম্বে বিতামাজিৰেজেৰাল্ডিন নামিৰেম্বে বিতামাজিৰে (১৭ জুলাই ১৯৪১ – ১৪ জানুৱাৰী ২০২৬) উগাণ্ডাৰ এগৰাকী শিক্ষাব…
- নামুন চাওবিনামুন চাওবি আছিল প্ৰাচীন কাংগলেইপাক (আৰম্ভণি মণিপুৰ)ৰ খুমান বংশৰ এগৰাকী সম্ভ্ৰান্ত মহিলা, …
- নামেৰি ৰাষ্ট্ৰীয় উদ্যাননামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত …
- নাম্বি নাৰায়ণনএছ. নাম্বি নাৰায়ণন (S. Nambi Narayanan; জন্ম: ১২ ডিচেম্বৰ, ১৯৪১) ১৯৯৪ চনত চোৰাংচোৱাগিৰিত …
- নাম্গে জামনাম্গে জাম (জন্ম ১৯৮৫) এগৰাকী ভূটানী সাংবাদিক আৰু কৰ্মী। তেওঁ ভূটানৰ ৰাজহুৱা ভূটান ব্ৰডকা…
- নামৰূপনামৰূপ (Namrup) হৈছে পাটকাই পৰ্বত শ্ৰেণী (ম্যানমাৰৰ লগত সংযোগ হৈ থকা পূৰ্বাঞ্চল শ্ৰেণী)ৰ ন…
- নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰনামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ (Namrup Thermal Power Station) অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ অৱস্…
- নায়ক (চলচ্চিত্ৰ)নায়ক হৈছে ২০০১ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ড্ৰামা। চলচ্চিত্ৰ খন পৰিচাল…
- নায়ক (১৯৬৬ চলচ্চিত্ৰ)নায়ক (Nayak) ১৯৬৬ চনৰ এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা, পৰিচালনা আৰু সংগী…
- নায়লা নাঈমনায়লা নাঈম (ইংৰাজী: Naila Nayem; জন্ম: ১৪ ডিচেম্বৰ ১৯৮১) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত…
- নায়াব আলীনায়াব আলী (Nayyab Ali) হৈছে পাকিস্তানৰ কিন্নৰ সম্প্ৰদায়ৰ মানৱ অধিকাৰৰ পোষকতা কৰা আৰু অধি…
- নায়াৰ চুলতানানায়াৰ চুলতানা (জন্ম নাম তায়েবা বানো; ১৯৩৭ – ২৭ অক্টোবৰ ১৯৯২), মালকা-ই-জজবাত (আৱেগৰ ৰাণী)…
- নায়েৰা (শ্ৰুতিকথা)নায়েৰা (প্ৰাচীন গ্ৰীক: Νέαιρα, ইংৰাজী: Neaera বা Neaira) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সা…
- নায়েৰা কোহিস্তানীনায়েৰা কোহিস্তানী (Nayera Kohistani) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। দেশৰ প্ৰথম তালিবান …
- নালন্দা মহাবিহাৰনালন্দা (Nalanda Mahavihara) পূব ভাৰতৰ প্ৰাচীন আৰু মধ্যযুগীয় মগধত (বৰ্তমান বিহাৰ) অৱস্থিত…
- নালাপানীৰ যুদ্ধনালাপানী যুদ্ধ ১৮১৪–১৮১৬ চনৰ এংলো-নেপালী যুদ্ধৰ প্ৰথম যুদ্ধ, যিখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কো…
- নালেওনালেও (ইংৰাজী: Naleyo) বা নালেও নৃত্য হ’ল উত্তৰ-পূব উগাণ্ডাৰ কাৰিমোজং লোকসকলৰ দ্বাৰা পৰিৱে…
- নাশ্ব সাম্যাৱস্থাখেল সূত্ৰত নাশ্ব সাম্যাৱস্থা জন ফ'ৰ্বছ্ নাশ্বৰ নামৰ এটি সমাধানৰ ধাৰণা যি অসহযোগিতামূলক খে…
- নাসিকা গহ্বৰনাসিকা গহ্বৰ(nasal cavity) মুখৰ মাজভাগত নাকৰ ওপৰত আৰু ভিতৰৰফালে থকা বৃহৎ, বায়ুৰে ভৰা ঠাই।…
- নাস্তিকতানাস্তিকতা (Atheism)-ৰ বহল অৰ্থ হ'ল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা। ইয়াৰ সংক…
- নাস্তিকৰ বাজিনাস্তিকৰ বাজি (Atheist's wager) ধাৰণাটো দাৰ্শনিক মাইকেল মাৰ্টিনে জনপ্ৰিয় কৰি তুলিছিল। ১৯৯…
- নাহা মিণ্ট চেয়িদীনাহা মিণ্ট মহম্মদে লেমিন ঔল্ড চেয়িদী (ইংৰাজী: Naha Mint Mohamed Lemine Ould Seyyidi; জন্ম…
- নাহিদ আফ্ৰিননাহিদ আফ্ৰিন এগৰাকী ভাৰতীয় নেপথ্য সংগীত শিল্পী। তেওঁ ২০১৬ চনত বলীউড ছবি 'আকিৰা'ত প্ৰথমটো …
- নাহিদ ইছলামমো. নাহিদ ইছলাম বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অসহযোগ কাৰ্যসূচীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ …
- নাহু সেনয় গিৰ্মানাহু সেনই গিৰ্মা (Nahu Senay Girma) এগৰাকী ইথিঅ'পিয়াৰ মহিলা অধিকাৰ কৰ্মী। ২০১০ চনৰ এপ্ৰিল…
- নাহেন্দ্ৰ পাদুননাহেন্দ্ৰ পাদুন (ইংৰাজী: Nahendra Padun): অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ আৰু…
- নাহৰনাহৰ (Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea) হৈছে Calo…
- নাহৰকটীয়ানাহৰকটীয়া (Naharkatia)(IPA: ˈnɑːəˌkətɪə) অসমৰ ডিব্ৰুগড় জিলা ত অৱস্থিত এখন ঠাই৷ এই অঞ্চলট…