অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নামিবিয়া

নামিবিয়া (Namibia) দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়াৰ উত্তৰত আংগলা আৰু জাম্বিয়া পূৱত বৎচোৱানা দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। ১৫ শতকত পৰ্তুগীজ সকলে নামিবিয়াত প্ৰৱেশ কৰে। ১৮৮৪ চনত দেশখন জাৰ্মানসকৰ অধীনলৈ গুচি যায়।

হালনাগাদ: ১৮ জুন ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নামিবিয়া (Namibia)১২ দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়াৰ উত্তৰত আংগলা আৰু জাম্বিয়া পূৱত বৎচোৱানা দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। ১৫ শতকত পৰ্তুগীজ সকলে নামিবিয়াত প্ৰৱেশ কৰে। ১৮৮৪ চনত দেশখন জাৰ্মানসকৰ অধীনলৈ গুচি যায়। প্ৰথম বিশ্বযুদ্ধৰ সময়ত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ জাৰ্মান উপনিবেশ দক্ষিণ আফ্ৰিকা কৰ্তৃক অধিকৃত হয়। ১৯৬০ চনত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ নাম পৰিৱৰ্তন কৰি নামিবিয়া নামকৰণ কৰা হয়। দেশখনৰ মাৰ্ক্সবাদী সংগঠন সোৱাপোৰ নেতৃত্বত স্বাধীনতাৰ বাবে গেৰিলা যুদ্ধ আৰম্ভ হয়। পিছলৈ ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰক্ৰিয়াৰ মাধ্যমেৰে ১৯৯০ চনৰ ২১ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ পৰা স্বাধীনতা লাভ কৰে নামিবিয়া।

প্ৰশাসনিক অঞ্চলসমূহ

উইণ্ডহোক:-প্ৰশাসনিক কাৰ্য্যালয় আৰু ৰাজধানী।

ভূগোল

দক্ষিণ আফ্ৰিকাৰ দেশ নামিবিয়া। দেশখনৰ পশ্চিমত আটলাণ্টিক মহাসাগৰ, উত্তৰত জাম্বিয়া আৰু আংগলা, পূৱত বৎচোৱানা আৰু দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা।

জনসংখ্যা

দেশখনৰ জনসংখ্যা ২৪ লাখ। জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশ। উল্লেখযোগ্য জনগোষ্ঠী: ওভাম্বো (৪৯.৫%), কাভাঙ্গো (৯.২%), কলৰ্ড (৮%), হেৰেৰো (৭%), ডামাৰা (৭%), নামিবিয়ান শ্বেতাংগ (৭%)।

বহিঃসংযোগ

চৰকাৰী

সাধাৰণ তথ্য

মিডিয়া

তথ্যসূত্ৰ

  1. ↑ Wells, John C. (2008). Longman Pronunciation Dictionary. Longman. ISBN 978-1405881180
  2. ↑ Roach, Peter. (2011). Cambridge English Pronouncing Dictionary. Cambridge University Press. ISBN 978-0521152532

সম্পৰ্কিত শ্ৰেণী

আফ্ৰিকাৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামিবিয়া” প্ৰবন্ধৰ সংশোধন ৬১২৮০৪ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।