অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাদিৰা বেগম

নাদিৰা বেগম (ইংৰাজী: Nadira Begum; মৃত্যু: ৬ নৱেম্বৰ ২০২৩) এগৰাকী বাংলাদেশী লোক-গায়িকা। ২০১৫ চনত বাংলাদেশ চৰকাৰে তেওঁক শিল্পকলা পদক প্ৰদান কৰে। কুলো কুলো চলো চলো নদী কৰে তলমলৰ দৰে গীতৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নাদিৰা বেগম (ইংৰাজী: Nadira Begum; মৃত্যু: ৬ নৱেম্বৰ ২০২৩) এগৰাকী বাংলাদেশী লোক-গায়িকা।১ ২০১৫ চনত বাংলাদেশ চৰকাৰে তেওঁক শিল্পকলা পদক প্ৰদান কৰে।২ কুলো কুলো চলো চলো নদী কৰে তলমলৰ দৰে গীতৰ বাবে তেওঁ পৰিচিত।৩

জীৱন

বাংলাদেশৰ শাস্ত্ৰীয় আৰু লোক-গায়ক এ.কে.এম. আব্দুল আজিজৰ ঘৰত নাদিৰা বেগমৰ জন্ম হৈছিল।১ ১৯৬০ চনত তেও অনাতাঁৰ শিল্পী হিচাপে সংগীত জীৱন আৰম্ভ কৰে।১

নাদিৰা বেগমে ভাৱাইয়া একাডেমীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১

২০২৩ চনৰ ৬ নৱেম্বৰ তাৰিখে বালাদেশৰ ঢাকাত নাদিৰা বেগমৰ মৃত্যু হয়।৩ জয়পুৰহাট জিলাত তেওঁক সমাধিস্থ কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ (28 October 2007). Nadira Begum: Popularising and preserving bhawaiya songs. The Daily Star
  2. ↑ (4 May 2016). Seven get Shilpakala Padak 2015. New Age
  3. ↑ (7 November 2023). Eminent folk singer Nadira Begum no more. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিৰা বেগম” প্ৰবন্ধৰ সংশোধন ৪৯১৪৬৪ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।