অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নামদাঙৰ শিলৰ সাঁকো

নামদাঙৰ শিলৰ সাঁকো (Namdang Stone Bridge) অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত।

হালনাগাদ: ২৯ এপ্ৰিল ২০১৯ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

নামদাঙৰ শিলৰ সাঁকো (Namdang Stone Bridge) অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত।

ইতিহাস

এই দলংখন ১৭০৩ চনত টাই-আহোম জনগোষ্ঠী ৰজা চুখ্ৰংফাৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই সজোৱা হৈছিল। পিছত তাৰপৰা এইখন কঢ়িয়াই ইয়ালৈ আনি স্থাপন কৰা হৈছিল।

অৱস্থিতি

দলংখন শিৱসাগৰ জিলাৰ দিখৌ নদীনৈৰ উপনৈ নামদাঙৰ ওপৰত অৱস্থিত।

বিশেষত্ব

দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল – দলংখন এটা মাথো শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল।১২ বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ ওপৰেৰে গৈছে। আহোম ৰজাৰ দিনত তৈয়াৰ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই সাঁকো উল্লেখযোগ্য।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Namdang Stone Bridge. Maps Of India
  2. ↑ Sajnani, Manohar. Encyclopaedia of tourism resources in India. পৃ. 20

সম্পৰ্কিত শ্ৰেণী

অসমৰ দলংশিৱসাগৰ জিলাৰ পৰ্যটনস্থলীআহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামদাঙৰ শিলৰ সাঁকো” প্ৰবন্ধৰ সংশোধন ১৯৪৪৫৪ (২৯ এপ্ৰিল ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।