অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাদিয়া মুৰাদ

নাদিয়া মুৰাদ বাছি তাহা (نادیە موراد, نادية مراد; জন্ম: ১৯৯৩) ইৰাক দেশৰ এগৰাকী য়াযিদি কুৰ্দিছ মানৱ অধিকাৰকৰ্মী। তেওঁ ইছলামিক ষ্টেট অফ ইৰাক এণ্ড দা লেভেণ্টৰ দ্বাৰা অপহৰণ কৰি তিনি মাহৰ বাবে বন্দী অৱস্থাত আছিল।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নাদিয়া মুৰাদ বাছি তাহা (نادیە موراد, نادية مراد; জন্ম: ১৯৯৩) ইৰাক দেশৰ এগৰাকী য়াযিদি কুৰ্দিছ মানৱ অধিকাৰকৰ্মী।১২৩৪ তেওঁ ইছলামিক ষ্টেট অফ ইৰাক এণ্ড দা লেভেণ্টৰ দ্বাৰা অপহৰণ কৰি তিনি মাহৰ বাবে বন্দী অৱস্থাত আছিল।৫৬৭ তেওঁক "যৌন নিৰ্যাতনক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা অৱদান"ৰ প্ৰতি স্বীকৃতি জনাই ডেনিছ মুকৱেগেৰ সৈতে যুটীয়া বাবে ২০১৮ চনৰ শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।৮

তেওঁ নাদিয়াছ ইনিচিয়েটিভ নামৰ এটি সংস্থা গঠন কৰে। এই সংস্থাটোৱে জিন'ছাইড, মাচ এট্ৰচাইটিছ আৰু মানৱ সৰবৰাহৰ ভুক্তভোগী শিশু আৰু মহিলাক শুশ্ৰূষা আৰু পুনৰবাসত সহায় কৰে।৯

বঁটা আৰু সন্মান

  • ২০১৬: মানৱ সৰবৰাহৰ ভুক্তভোগী সকলৰ প্ৰতিষ্ঠাৰে জীয়াই থকাৰ ৰাষ্ট্ৰসংঘৰ শুভইচ্ছাৰ দূত১০১১
  • ২০১৬: কাউন্সিল অফ ইউৰোপৰ দ্বাৰা মানৱ অধিকাৰৰ ভেকলাভ হাভেল বঁটা১২
  • ২০১৬: লামিয়া আজি বাচেৰৰ সৈতে যুটীয়াভাবে শাখাৰ্ভ প্ৰাইজ ফৰ ফ্ৰিদম অফ থত১৩১৪১৫
  • ২০১৮: ডেনিছ মুকৱেগেৰ সৈতে যুটীয়ভাৱে শান্তিৰ ন'বেল বঁটা১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (December 29, 2015). نادية مراد حكاية ضحية ام خطة مخفية. وكالة سكاي برس
  2. ↑ Khudida, Ahmed. (18 August 2016). A Statement by Nadia Murad and Yazda`s Communication Team on Nadia and Yazda Visit to Australia. Yazda: A Global Yazidi Organization
  3. ↑ Editorial Staff in Yazidis. (6 January 2016). Iraq nominates Islamic State Yazidi victim Nadia Murad for Nobel prize. Ekurd Daily
  4. ↑ Mogul, Priyanka. (8 January 2016). Yazidi woman Nadia Murad: Former Isis sex slave could win next Nobel Peace Prize. International Business Times
  5. ↑ Westcott, Lucy. (19 March 2016). ISIS sex slavery survivor on a mission to save Yazidi women and girls. Newsweek
  6. ↑ (2 June 2017). Ex-captive of ISIL sheds tears on return to Iraq. Al Jazeera
  7. ↑ (1 June 2017). Overcome with grief, Nadia Murad, ISIS survivor, returns to hometown. Rudaw
  8. ↑ Announcement. The Nobel Peace Prize
  9. ↑ Nadia Murad. Forbes
  10. ↑ (16 September 2016). Appointment Ceremony of Ms. Nadia Murad Basee Taha As UNODC Goodwill Ambassador for the Dignity of Survivors of Human Trafficking on the Occasion of the International Day of Peace. United Nations Television (UNTV)
  11. ↑ Monasebian, Simone. (14 September 2016). Nadia Murad Basee Taha to be appointed Goodwill Ambassador by United Nations Office on Drugs and Crime on 16th September. United Nations Office on Drugs and Crime (UNODC)
  12. ↑ Václav Havel Human Rights Prize 2016 awarded to Nadia Murad. PACE News
  13. ↑ (12 September 2016). Why I am nominating Nadia Murad for Sakharov Prize. Beatriz Becerra
  14. ↑ Becerra Basterrechea, Beatriz. (20 July 2016). Yazidi genocide victims deserve European Parliament prize. EurActiv
  15. ↑ (27 October 2016). EU Parliament awards Sakharov prize to Yazidi women
  16. ↑ Callimachi, Rukmini; Gettleman, Jeffrey; Kulish, Nicholas. (2018-10-05). Nobel Peace Prize Awarded to Denis Mukwege and Nadia Murad for Fighting Sexual Violence. The New York Times

সম্পৰ্কিত শ্ৰেণী

শান্তিৰ ন'বেল বঁটা বিজয়ীসমাজকৰ্মীইৰাকৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিয়া মুৰাদ” প্ৰবন্ধৰ সংশোধন ৬২৬২৬৭ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।