নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ বা বৰফুকনৰ জয়স্তম্ভ, এটা শিলালিপি-স্তম্ভ, য’ত আহোম সেনাৰ ১৬৬৭ খ্ৰীষ্টাব্দত গুৱাহাটী জয়ৰ ঘটনা খোদিত কৰা হৈছে।১ এই লিপিত নামজানী বৰফুকন বা লাচিত বৰফুকনৰ গুণৰ বৰ্ণনা কৰা হৈছে,২ যি বৰবৰুৱাৰ পুত্ৰ আছিল। এই লিপি ৰন্ধ্ৰ-ৱজ্ৰ-ৱন-চন্দ্ৰ শক ১৫৮৯ ত খোদিত হৈছিল যেতিয়া যৱন (মুছলমান)সকলক পৰাস্ত কৰা হৈছিল।৩৪
এই শিলালিপি দক্ষিণ গুৱাহাটীৰ ফাটাছিলত উদ্ধাৰ কৰা হৈছিল। এই স্তম্ভৰ উচ্চতা প্ৰায় 41 in আৰু পৰিধি 53.5 in। বৰ্তমান এইটো অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।৫৬
তথ্যসূত্ৰ
- Baruah, S L. (1985). A Comprehensive History of Assam. Munshiram Manoharlal
- Phukan, J.N. (1997). Studies in some aspects of inscriptions of the Ahom kings. Gauhati University
- Neog, Maheswar. (1974). Prachya-sasanavali
তথ্যসূত্ৰ
- ↑ Baruah 1985, পৃ. 271
- ↑ "Sribadabaduvatmaja-namajani sribrhatphukana নামৰ উপাধি লাচিত বৰফুকনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। তেওঁ আছিল মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ। কছাৰী ৰাজাৰপৰা অহা এখন চিঠিত বৰ্ফুকনক ‘নামজানী ৰাজা’ বুলি উল্লেখ কৰা হৈছিল। ‘আসাম বুৰঞ্জী’ত বৰফুকনক এই নামৰদ্বাৰা সম্বোধন কৰা হৈছিল, ইয়াৰ অৰ্থ পশ্চিম দেশৰ শাসক।" Neog 1974, পৃ. 155
- ↑ "গুৱাহাটীস্থিত শিলাস্তম্ভত সংস্কৃত ভাষাৰ শিলালিপিত বৰফুকনে ১৬৬৭ চনত যৱন (মুছলমান)সকলক পৰাস্ত কৰিছিল বুলি প্ৰকাশ পাইছে।" Baruah 1985, পৃ. 272
- ↑ Phukan 1997, পৃ. 9
- ↑ Neog 1974, পৃ. 146
- ↑ NMMA. nmma.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ” প্ৰবন্ধৰ সংশোধন ৫৩৫৪৪৭ (২৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।