অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নানা পাটেকৰ

বিশ্বনাথ পাটেকৰ (Vishwanath Patekar; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে।

হালনাগাদ: ৩ মে’ ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বিশ্বনাথ পাটেকৰ (Vishwanath Patekar; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে।

ৰণবীৰ পুষ্প ৰচিত 'অগ্নি সাক্ষী' চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা নান পাটেকৰে শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেওঁ 'পৰিন্দা' (১৯৮৯) চলচ্চিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে নেচনেল ফিল্ম এৱাৰ্ড আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ 'অংগাৰ' (১৯৯২) চলচ্চিত্ৰত শ্ৰেষ্ঠ খলনায়কৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৯৫ চনত, তেওঁ ক্ৰান্তিবীৰ চলচ্চিত্ৰখনৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। অপহৰণ (২০০৫) চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০১৭ চনত নাটসম্ৰাট চলচ্চিত্ৰত অভিনয় কৰা নানা পাটেকৰে ফিল্মফেয়াৰ মাৰাঠী বঁটা লাভ কৰে।১

ইৰফান খানৰ সৈতে পাটেকৰ একমাত্ৰ অভিনেতা যিয়ে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহায়ক অভিনেতা আৰু শ্ৰেষ্ঠ খলনায়ক অভিনয়ৰ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ফিল্ম আৰু কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে পাটেকৰে ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

নানা পাটিকৰৰ জন্মসূত্ৰে নাম আছিল বিশ্বনাথ পাটেকাৰ। তেওঁৰ জন্ম হয় ১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাইগাড জিলাৰ মুৰুদ-জানজিৰাত।২৩ তেওঁৰ পিতৃৰ নাম আছিল দিনকৰ পাটেকৰ আৰু মাক সঞ্জনাবাই পাটেকৰ। তেওঁ চাৰ জ.জে. ইনষ্টিটিউট অফ এপ্লাইড আৰ্ট, মুম্বাইৰ প্ৰাক্তন ছাত্ৰ আছিল।৪৫

ব্যক্তিগত জীৱন

২৭ বছৰ বয়সত তেওঁৰ 'নীলকণ্ঠী পাটেকৰ'ৰ সৈতে বিবাহ হয় যদিও পিছত বিবাহ বিচ্ছেদ হয়। তেওঁৰ পুত্ৰৰ নাম মল্লাৰ পাটেকৰ। নানা পাটেকৰৰ বয়স ২৮ বছৰ হওঁতে হাৰ্ট এট্টেকৰ ফলত দেউতাকৰ মৃত্যু হয় আৰু পাটেকৰে তেওঁৰ প্ৰথম সন্তানটোক হেৰুৱায়। বৰ্তমান নানা পাটেকৰে নানা ৰাইফেল চুটিং অনুশীলন কৰে। তেওঁ জিভি মভলঙ্কৰ ৰাইফেল চুট প্ৰতিযোগিতাৰ বিজয়ীপ্ৰাপ্ত ব্যক্তি।

বঁটা আৰু সন্মান

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী এটি বিনিয়োগ অনুষ্ঠানত -II ''নান পাটেকৰ''ৰ সৈতে, পদ্মশ্ৰী পুৰস্কাৰ প্ৰদান কৰাৰ মুহূৰ্তত; ২০ এপ্ৰিল ২০১৩ চন, ৰাষ্ট্ৰপতি ভৱনত, নতুন দিল্লী
ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী এটি বিনিয়োগ অনুষ্ঠানত -II নান পাটেকৰৰ সৈতে, পদ্মশ্ৰী পুৰস্কাৰ প্ৰদান কৰাৰ মুহূৰ্তত; ২০ এপ্ৰিল ২০১৩ চন, ৰাষ্ট্ৰপতি ভৱনত, নতুন দিল্লীছবি: President's Secretariat · GODL-India
  • পাটেকৰক ২০১৩ চনৰ ৬৪ তম গণৰাজ্য দিৱসত ফিল্ম আৰু কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে পদ্মশ্ৰী প্ৰদান কৰা হয়।৬
  • ইৰফান খানৰ সৈতে পাটেকৰ একমাত্ৰ অভিনেতা যিয়ে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহায়ক অভিনেতা আৰু শ্ৰেষ্ঠ খলনায়ক অভিনয়ৰ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।৭
বছৰবঁটাচলচ্চিত্ৰফলাফল
*নেচনেল ফিল্ম এৱাৰ্ড
১৯৯০শ্ৰেষ্ঠ সহায়ক অভিনেতাপৰিন্দা
১৯৯৫শ্ৰেষ্ঠ অভিনেতাক্ৰান্তিবীৰ
১৯৯৭শ্ৰেষ্ঠ সহায়ক অভিনেতাঅগ্নি সাক্ষী
*ফিল্মফেয়াৰ বঁটা
১৯৮৯শ্ৰেষ্ঠ সহায়ক অভিনেতাঅন্ধ যুদ্ধ
১৯৯০শ্ৰেষ্ঠ সহায়ক অভিনেতাপৰিন্দা
১৯৯২শ্ৰেষ্ঠ খলনায়কঅংগাৰ
১৯৯৩শ্ৰেষ্ঠ সহায়ক অভিনেতাৰাজু বন গয়া জেণ্টেলমেন
১৯৯৪শ্ৰেষ্ঠ সহায়ক অভিনেতাতিৰংগা
১৯৯৫শ্ৰেষ্ঠ অভিনেতাক্ৰান্তিবীৰ
২০০৩শ্ৰেষ্ঠ খলনায়কশক্তি: দ্যা পৱাৰ
২০০৬শ্ৰেষ্ঠ খলনায়কঅপহৰণ
২০১১শ্ৰেষ্ঠ সহায়ক অভিনেতাৰাজনীতি
*ষ্টাৰ স্ক্ৰীণ এৱাৰ্ডচ্‌
১৯৯৫ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতাক্ৰান্তিবীৰ
২০০৬ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড শ্ৰেষ্ঠ খলনায়কঅপহৰণ
*ফিল্মফেয়াৰ মাৰাঠী এৱাৰ্ডচ্‌
২০১৫শ্ৰেষ্ঠ অভিনেতাড॰ প্ৰকাশ বাবা আমতে – দ্যা ৰিয়েল হিৰ’৮
*বাংলা ফিল্ম জাৰ্ণেলিষ্টচ্‌ এচ’ছিয়েছনচ্‌ এৱাৰ্ডচ্‌
২০০৪শ্ৰেষ্ঠ অভিনেতা (হিন্দী)অব তক ছপ্পন
*জি চিন এৱাৰ্ডচ্‌
২০১৭জি চিন এৱাৰ্ডচ ফৰ বেষ্ট এক্ট’ৰ (মাৰাঠী)নাটসম্ৰাট৯
*আনন্দ ভিকাটান চিনেমা এৱাৰ্ডচ্‌
২০১৮শ্ৰেষ্ঠ খলনায়ক – পুৰুষকালা১০

ফিল্ম’গ্ৰাফী

পৰিচালক

চনফিল্ম
১৯৯১প্ৰহৰ: দ্যা ফাইনেল এট্টেক

অভিনেতা

+টোকাDenotes films that have not been released yet.
চনফিল্মচৰিত্ৰনোট
1978GamanVasu
1979Sinhasanমাৰাঠী চলচ্চিত্ৰ
1980Bhalu
1982Raghu Maina
1983Savitri
1984Aaj Ki AwaazJagmohandas
1985Gad Jejuri Jejuriমাৰাঠী চলচ্চিত্ৰ
1986AnkushRavindra Kelkar 'Ravi'
Lord Mountbatten: The Last Viceroyনাথুৰাম গডছে
Maaficha SakshidarRaghavendraমাৰাঠী চলচ্চিত্ৰ based on Joshi-Abhyankar serial murders
Phansi Ka PhandaRaghvendra
1987SutradharKumar
MohreAbdul
Andha YudhS.P. Suhas DandekarNominated – Filmfare Best Supporting Actor Award
PratighaatEx-Constable Karamveer
AwamColonel Mustafa Ali Zahidi
1988Trishagni
Salaam Bombay!Baba
1990sJungle Book Shōnen MowgliShere Khan (voice)Hindi dub
1990ParindaAnna SethWon – National Film Award for Best Supporting Actor Won – Filmfare Best Supporting Actor Award
Thodasa Roomani Ho JaayenNatwarlal aka Dhrushtadyumna Padmanabh Prajapati Neelkant Dhumketu Barish Kar
1991Prahaar: The Final AttackMajor ChauhanAlso director Nominated – Filmfare Best Story Award
DishaVasant D. Mandre
DikshaKoga Pandit
1992Raju Ban Gaya GentlemanJaiNominated – Filmfare Best Supporting Actor Award
AngaarMajid KhanWon – Filmfare Best Villain Award Won – Bengal Film Journalists' Association – Best Supporting Actor (Hindi)
1993TirangaaShivajirao WagleNominated – Filmfare Best Supporting Actor Award
1994KrantiveerPratap Narayan TilakWon – National Film Award for Best Actor Won – Filmfare Best Actor Award Won – Star Screen Award Best Actor
AbhayGhost
1995Hum DonoVishal Saigal
1996Agni SakshiWon – National Film Award for Best Supporting Actor
Khamoshi: The MusicalJoseph Braganza
1997Ghulam-E-MustafaGhulam-E-Mustafa
YeshwantYeshwant Lohar
1998YugpurushAnirudh
WajoodMalhar Gopaldas Agnihotri/Col. Latti
1999Hu Tu TuBhau
KohramMaj. Ajit Arya
2000GangAbdul
TarkiebCBI Inspector Jasraj Patel
2002VadhDr. Arjun Singh
Shakti: The PowerNarasimhaNominated – Filmfare Best Villain Award
2003BhootInspector Liyaqat Qureshi
Darna Mana HaiJohn Rodrigues
AanchMahadev
2004Ab Tak ChhappanInspector Sadhu AgasheWon – Bengal Film Journalists' Association - Best Actor Award (Hindi)
2005ApaharanTabrez AlamWon – Filmfare Best Villain Award Won – Star Screen Award Best Villain
Pak Pak PakaakBhutyaMarathi film
Bluffmaster!Chandru Parekh
2006Taxi No. 9211Raghav Shastri
2007HattrickDoctor
Dus KahaniyaanMan carrying balloons for dead wife in the story "Gubbare"
WelcomeDon Uday Shetty
YatraDasrath Joglekar
The PoolBungalow Owner
2008 The Power of OneCBI Officer Rane
BommalattamFilm Directorতামিল চলচ্চিত্ৰ
2009Horn 'Ok' PleassssGovindaVadh
2010PaathshaalaPrincipal Aditya Sahay
RaajneetiBrij GopalNominated – Filmfare Best Supporting Actor Award Nominated – Zee Cine Awards Best Supporting Actor Award
Tum Milo Toh SahiSubramanium
YakshaPolice Officerকানাড়া চলচ্চিত্ৰ
2011ShagirdHanumant Singh
DeoolBhau Galandeমাৰাঠী চলচ্চিত্ৰ
2012Kamaal Dhamaal MalamaalKallu
2013The Attacks of 26/11Rakesh Maria, Joint Commissioner of Police (Crime)১১১২
It's My LifeBusinessman
Hungame Pe HungamaJigar Bhandan
2014Dr. Prakash Baba Amte: The Real HeroDr. Prakash Amteমাৰাঠী চলচ্চিত্ৰ
Yashwantrao Chavan– Bakhar Eka VaadalaachiPratap Deshmukhমাৰাঠী চলচ্চিত্ৰ
2015Ab Tak Chhappan 2Inspector Sadhu Agashe
Welcome BackUday Shetty
2016NatsamratGanpatrao Ramchandra BelwalkarMarathi film Won – Zee Cine Award for Best Actor (Marathi)
The Jungle BookShere Khan (voice)Hindi dub
2017Wedding AnniversaryNagarjunHindi film
2017Golmaal AgainHimselfHindi film guest appearance
2018Aapla ManusMaruti Nagargoje১৩১৪Marathi film১৫
2018KaalaHaridev Abhayankar১৬Tamil film Ananda Vikatan Cinema Award for Best Villain – Male
2020TadkaTukaramহিন্দী চলচ্চিত্ৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rohan Valecha, Vaibhavi V Risbood. (28 October 2017). Jio Filmfare Awards Marathi 2017: Complete winners' list. The Times of India
  2. ↑ (26 August 2015). Nana Patekar: I learnt acting from the hunger and humiliation I faced at 13 – The Times of India .. The Times of India
  3. ↑ Nana Patekar breaks his khamoshi. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. The Times Group
  4. ↑ Riveting persona. ইণ্ডিয়া টুডে
  5. ↑ About Nana Patekar. Konkan World
  6. ↑ Nana Patekar gets Padma Shri
  7. ↑ Awards list. IMDb
  8. ↑ Winners of the Ajeenkya DY Patil Filmfare Awards (Marathi). filmfare.com
  9. ↑ (5 March 2016). Zee Cine Awards 2016 Complete Winners List: Who won what?. Daily News and Analysis
  10. ↑ (5 March 2016). Zee Cine Awards 2016 Complete Winners List: Who won what?. Daily News and Analysis
  11. ↑ (14 September 2012). Nana Patekar essays Rakesh Maria in RGV's 26/11 film. Mid-day.com
  12. ↑ (13 September 2012). Ramu and Nana reunite after 10 years. Koimoi.com
  13. ↑ Nana Patekar: 'Aapla Manus' role complex and unique. The Times of India
  14. ↑ (19 January 2018). 'Aapla Manus' role complex, unique: Nana Patekar. Zee News
  15. ↑ Ajay Devgn announces his first Marathi venture Aapla Manus
  16. ↑ Kaala: Rajinikanth poses with Nana Patekar, villain of his next film, on last day of shoot in Mumbai- Entertainment News, Firstpost. Firstpost

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নানা পাটেকৰ” প্ৰবন্ধৰ সংশোধন ৬০৪২১৮ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।