অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাজিয়া ইকবাল

নাজিয়া ইকবাল (উৰ্দু: نازيه اقبال, ইংৰাজী: Nazia Iqbal; জন্ম: প্ৰায় ১৯৮৪) পাকিস্তানৰ এগৰাকী পশতু ভাষাৰ গায়িকা। এসময়ত তেওঁ পেছোৱাৰ জালমি ক্ৰিকেট দলৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল। তেওঁ সংযুক্ত আৰৱ আমিৰাত, যুক্তৰাজ্য আৰু বিশ্বৰ অন্যান্য বহু ঠাইত অনুষ্ঠান পৰিৱেশন কৰে।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৫ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নাজিয়া ইকবাল (উৰ্দু: نازيه اقبال, ইংৰাজী: Nazia Iqbal; জন্ম: প্ৰায় ১৯৮৪) পাকিস্তানৰ এগৰাকী পশতু ভাষাৰ গায়িকা।১ এসময়ত তেওঁ পেছোৱাৰ জালমি ক্ৰিকেট দলৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল। তেওঁ সংযুক্ত আৰৱ আমিৰাত, যুক্তৰাজ্য আৰু বিশ্বৰ অন্যান্য বহু ঠাইত অনুষ্ঠান পৰিৱেশন কৰে। পশতু ভাষাৰ উপৰিও তেওঁ উৰ্দু, পাৰ্চী আৰু আৰবী ভাষাতো গীত গায়।

বৰ্তমান তেওঁ সন্তানৰ সৈতে যুক্তৰাজ্যৰ লণ্ডনত বাস কৰে।২ ২০০৫ চনত তেওঁ দিলাৱাইজ আমানৰ সৈতে বিবাহ পাশত আবদ্ধ হয় যদিও ২০১৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৩

তথ্যসূত্ৰ

  1. ↑ Pashto singer from Swat pays tribute to Urdu music legends She took birth in 1984. The Express Tribune
  2. ↑ Report, Bureau. (28 July 2019). Pashto folk singer shifts to England with family. DAWN.COM
  3. ↑ (5 November 2019). Divorce occurs after triple talaq: CII chief. Daily Times

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজিয়া ইকবাল” প্ৰবন্ধৰ সংশোধন ৪৮২৪৮৮ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।