অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নাট বল্টু

নাট বল্টু (Nut Boltu) হৈছে ভাৰতীয় বঙালী ভাষাৰ এখন হাস্যৰসাত্মক এনিমেটেড টেলিভিছন ধাৰাবাহিক। শিশুসকলৰ বাবে নিৰ্মিত এই পাৰিবাৰিক ধাৰাবাহিকখন ২০১৬ চনৰ পৰা চনী আঠ টেলিভিছন চেনেলত নিয়মিতভাৱে সম্প্ৰচাৰিত হৈ আহিছে।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৫ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নাট বল্টু (Nut Boltu) হৈছে ভাৰতীয় বঙালী ভাষাৰ এখন হাস্যৰসাত্মক এনিমেটেড টেলিভিছন ধাৰাবাহিক। শিশুসকলৰ বাবে নিৰ্মিত এই পাৰিবাৰিক ধাৰাবাহিকখন ২০১৬ চনৰ পৰা চনী আঠ টেলিভিছন চেনেলত নিয়মিতভাৱে সম্প্ৰচাৰিত হৈ আহিছে।১

কাহিনী

নাট বল্টু ধাৰাবাহিকখন, নাট আৰু বল্টু নামৰ দুগৰাকী শিশুৰ দৈনন্দিন ঘটনা আৰু কাৰ্যকলাপৰ আধাৰত নিৰ্মিত হৈছে, যাৰ বয়স প্ৰায় ১০ বছৰ। দুয়ো দুষ্ট, এজন শকত আৰু এজন ক্ষীণ; যিসকলে ভাল আৰু বেয়া সময়ত ইজনে সিজনৰ কাষত থাকে। তেওঁলোকে সদায় আনৰ সমস্যা সমাধান কৰিবলৈ স্বেচ্ছাসেৱক হিচাপে কাম কৰে যদিও তেওঁলোকৰ ব্যক্তিত্ব আৰু অনন্য চিন্তাধাৰাৰ বাবে সদায় তেওঁলোক কোনোবা নহয় কোনোবা বিপদত পৰে। শেষত, তেওঁলোকৰ বন্ধুত্ব, সততা আৰু বিশ্বাসে সকলো সমস্যা সমাধান কৰাত সহায় কৰে।২

চৰিত্ৰসমূহ

  • নাট: কেন্দ্ৰীয় চৰিত্ৰ, শকত আৰু বুদ্ধিমান লʼৰা। তাৰ গাৰ ৰং উজ্জ্বল শ্যাম বৰণীয়া। তেওঁ বেছিভাগ সময়তে সেউজীয়া টি-চাৰ্ট, কমলা ৰঙৰ পেণ্ট আৰু বাদামী ৰঙৰ জোতা পিন্ধে।১
  • বল্টু: দ্বিতীয় কেন্দ্ৰীয় চৰিত্ৰ, নাটৰ বন্ধু; ক্ষীণ আৰু বুদ্ধিমান লʼৰা।১
  • বড়বাবু: গোপী দাৰোগা; দাসপাৰা পুলিচ ষ্টেচনৰ ইন্সপেক্টৰ।১
  • ৰজনী বাবু: নাটৰ পিতৃ।১
  • ৰেঞ্চ: ৰতন চচ্চৰি; নাট-বল্টুৰ প্ৰতিদ্বন্দ্বী দলৰ প্ৰধান।৩
  • হুলো: নাট-বল্টুৰ প্ৰতিদ্বন্দ্বী, ৰেঞ্চৰ সহযোগী, মিত্তিৰ আণ্টিৰ ভনীয়েকৰ পুতেক। তেওঁ নিজৰ মাহীয়েকৰ ঘৰত থাকে আৰু দাসপাৰা স্কুলত পঢ়া-শুনা কৰে।৪
  • বাটালি: নাট-বল্টুৰ প্ৰতিদ্বন্দ্বী, ৰেঞ্চৰ সহযোগী, মিত্তিৰ আণ্টিৰ ভনীয়েকৰ পুতেক। তেৱোঁ নিজৰ মাহীয়েকৰ ঘৰত থাকি দাসপাৰা স্কুলত পঢ়া-শুনা কৰে।৫
  • ভেবলাই: ৰেঞ্চ, হুলো আৰু বাটালিৰ সহযোগী।৩
  • চিমটি: নাট-বল্টুৰ বান্ধৱী, বড়বাবুৰ ভাগিনীয়েক।৬
  • কৰালি দাদু: অৱসৰপ্ৰাপ্ত উকীল।৭
  • মিত্তিৰ আণ্টি: মিছেছ মিত্ৰ; হুলো, বাটালিৰ মাহীয়েক।১
  • কৰ্মকৰ্তা: দাসপাৰা ক্লাবৰ সভাপতি।৮
  • ৰাঙা দাদু: নাটৰ মাকৰ মামা, নাটৰ দুঃসম্পৰ্কীয় ককাক।৯
  • মুড়িলাল, কানু, কাকাতুয়া: ডকাইত, যিসকলে প্ৰতিবাৰ চুৰি অথবা ডকাইতি কৰাৰ পিছত নাট-বল্টুৰ বাবে ধৰা পৰে।১০
  • চেলা: মুড়িলাল, কানু আৰু কাকাতুয়াৰ সহযোগী।

খণ্ডৰ তালিকা

বৰ্তমানলৈকে ধাৰাবাহিকখনৰ ৯০৮টা খণ্ড সম্প্ৰচাৰিত হৈছে।

১–৫০

খণ্ডশিৰোনাম
১পৰোপকাৰ
২মুষ্টিযোগ
৩নববৰ্ষেৰ জলসা
৪নববৰ্ষেৰ চমচম
৫দাঁতকপাটি
৬হৰবোলা
৭বস্তা দৌড়
৮ভূতেৰ ঠাণ্ডা হাত
৯হাতেৰ কাজ
১০যান্ত্ৰিক কেৰামতি
১১ফুলকপিৰ যুদ্ধ
১২কিডন্যাপাৰেৰ কবলে
১৩জঞ্জাল সাফাই
১৪বস্ত্ৰ বিতৰণ
১৫ভৌতিক অভিযান
১৬সাইকেল ৰেস
১৭সৌভাগ্য
১৮ভাৰোত্তোলন
১৯ফাটা নাকেৰ কেৰামতি
২০দাৰোগাবাবু দূৰ হটো
২১ছদ্মবেশেৰ আড়ালে
২২বড়বাবুৰ পেটেৰ ব্যামো
২৩মৰণ কুঁয়ো
২৪টাইট খেলো ৰেঞ্চ
২৫মোক্ষম ব্ৰেকফাষ্ট
২৬অপহৰণেৰ অপবাদে
২৭ৰিভেঞ্জ
২৮চকোলেট কেক
২৯মাইক ভূত
৩০ডাকাত ধৰা
৩১পাৰ্সেল বনাম জলেৰ পাইপ
৩২আম অভিযান বনগ্ৰামে
৩৩ম্যাও
৩৪সেল-এৰ কেনাকাটা
৩৫ফোন কল
৩৬চোৰ ধৰাৰ কল
৩৭সাৰে জাহাঁসে আচ্ছা
৩৮বড়বাবুৰ উত্তোলন
৩৯কিশোৰ বাহিনী
৪০সাবেক কালেৰ খাবাৰ
৪১আটত্ৰিশেৰ তিনেৰ দুই
৪২ঘুড়িৰ লড়াই
৪৩আসল নকল
৪৪বড়বাবুৰ ছাতা
৪৫ন্যাড়া ব্লাডাৰ
৪৬মোবাইল কাণ্ড
৪৭গোয়েন্দাগিৰি
৪৮জন্মদিনেৰ উপহাৰ
৪৯হালকা পলকা
৫০ঘুঘু পড়লো ফাঁদে

৫১–১০০

খণ্ডশিৰোনাম
৫১নাট বল্টু ও গান্ধী জয়ন্তী
৫২নাটেৰ নতুন কাকা
৫৩জ্যান্ত অসুৰ
৫৪আতস কাচ
৫৫ৰাষ্টিকেট
৫৬নকল দাৰোগা
৫৭জল বাঁচাও
৫৮কালী পূজো
৫৯বৃক্ষৰোপণ
৬০বেলুন ভ্ৰমণ
৬১ফুটবল ম্যাচ
৬২মোহৰ উদ্ধাৰ
৬৩মাছ ধৰা
৬৪বাঘ ধৰাৰ কেৰামতি
৬৫শব্দেৰ গুঁতো
৬৬তীৰ-ধনুকেৰ কেৰামতি
৬৭ভূতেৰ বাড়ি
৬৮হাতখৰচ
৬৯ক্যামেৰা
৭০পেইণ্টিং
৭১কেক চুৰি
৭২ওয়াক-ওভাৰ
৭৩বড়দিনেৰ কেক
৭৪আসল নকল সান্তাদাদু
৭৫হ্যাপি নিউ ইয়াৰ
৭৬বৰ্ষবৰণ ২০১৭
৭৭গয়না উদ্ধাৰ
৭৮আশ্চৰ্য কলম
৭৯ম্যাজিক চাদৰ
৮০হানাবাড়িতে একটি ৰাত
৮১মাছেৰ টোপ
৮২হনুমানেৰ লঙ্কাকাণ্ড
৮৩কত ধানে কত চাল
৮৪
৮৫আজব সাজা
৮৬সবুজ পাতাৰ বাণীবন্দনা
৮৭ক্ৰিকেট প্ৰতিযোগিতা
৮৮জ্যোতিষ চৰ্চা
৮৯ৰাজভোগ কেলেঙ্কাৰি
৯০পিকনিক
৯১হাতি ধৰা
৯২ভূতেৰ ৰাজা
৯৩হাঁস চোৰ
৯৪তেঁতুল চুৰি
৯৫পুণ্যি পুকুৰ
৯৬শিক্ষামূলক ভ্ৰমণ
৯৭বড়বাবুৰ জন্মদিন
৯৮হাইজ্যাক
৯৯নিৰক্ষৰতা দূৰীকৰণ
১০০মাষ্টাৰ ষ্ট্ৰোক

১০১–১৫০

খণ্ডশিৰোনাম
১০১বাঘেৰ খোঁজে
১০২ৰাবণ হৰণ পালা
১০৩বন্ধু
১০৪ইকিৰ মিকিৰ
১০৫মাছি
১০৬ঘোঁয়াশা
১০৭কেমন জব্দ
১০৮ম্যাজিক চশমা
১০৯পাৰ্ট টাইম জব
১১০স্বাদ বদল
১১১ৰং ৰহস্য
১১২মাঠ দখল
১১৩ভূতুড়ে আলমাৰি
১১৪বন্দুকবাজি
১১৫নাট বল্টুৰ লড়াই
১১৬ভূতেৰ গুপ্তধন
১১৭স্পোৰ্টস ডে
১১৮উড়ন্ত সসাৰ
১১৯ৰোবোট বোম
১২০ইটেৰ বদলে পাটকেল
১২১আম চুৰি
১২২ভূতুড়ে বায়োস্কোপ
১২৩মুড়িলালেৰ নতুন বাড়ি
১২৪ৰঙেৰ ভেলকি
১২৫ৰক্তদান শিবিৰ
১২৬আবিষ্কাৰেৰ গুঁতো
১২৭বডি বিল্ডিং প্ৰতিযোগিতা
১২৮সূৰ্যমুখী ফুল
১২৯টিয়া পাখি
১৩০মোবাইল ফোন
১৩১বলবৰ্ধক চূৰ্ণ
১৩২নিৰুদ্দেশ
১৩৩দেশী খেলা
১৩৪ভূতেৰ আলো
১৩৫মাটি পৰীক্ষা
১৩৬গুপ্তধন
১৩৭আজব জন্তু
১৩৮বড়বাবুৰ সংবৰ্ধনা
১৩৯বাই বাই বাবা
১৪০তেষজ ৰং
১৪১মায়েৰ গিফট
১৪২
১৪৩গুলবাজি
১৪৪আবাৰ খাবো
১৪৫কাকতাড়ুয়াৰ আতঙ্ক
১৪৬ৰোবট কাণ্ড
১৪৭পিসিৰ ছেলেৰ বিয়ে
১৪৮টহলদাৰি
১৪৯মাছ চলে ডালে ডালে
১৫০পূজোৰ শপিং

১৫১–২০০

খণ্ডশিৰোনাম
১৫১মহিষাসুৰ
১৫২কাঠেৰ বাক্স
১৫৩
১৫৪ঠেলাগাড়ি বিভ্ৰাট
১৫৫ৰাঙাদাদুৰ খপ্পৰে
১৫৬পেটমোটা গুপি
১৫৭খেলনা টাকা
১৫৮কালীপূজোৰ ভূত
১৫৯আকাশ যুদ্ধ
১৬০দাসপাড়ায় গৰিলাকাণ্ড
১৬১যন্তৰ মন্তৰ
১৬২উল্টো টাইট
১৬৩মায়েৰ অত্যাচাৰ
১৬৪নকল ডাক্তাৰ
১৬৫বক্সিং-এৰ গুঁতো
১৬৬পুলিশ কুকুৰ
১৬৭হীৰে চুৰি
১৬৮প্ল্যানচেট
১৬৯মশা মাৰতে কামান
১৭০অলস বাবা
১৭১গা ছমছমে অভিজ্ঞতা
১৭২লটাৰী যোগ
১৭৩বাঁশিৰ কেৰামতি
১৭৪নাট বল্টুৰ চাঁদে যাওয়া
১৭৫ভূতুড়ে আয়না
১৭৬বড়দিনেৰ বৰফ দেখা
১৭৭মোজা নিয়ে মজা
১৭৮নতুন বছৰে নতুন গাড়ি
১৭৯দাসপাড়ায় সাৰ্কাস
১৮০মিষ্টি চোৰ
১৮১নাট বল্টুৰ দুষ্টুমি
১৮২কিডন্যাপ কেস
১৮৩মৎস্য শিকাৰ
১৮৪স্বৰস্বতী পূজোৰ পেটপূজো
১৮৫দধিকৰ্মা
১৮৬পতাকা উত্তোলন
১৮৭হিট ফাণ্ড
১৮৮নাট গোয়েন্দা বল্টু অ্যাসিষ্ট্যাণ্ট
১৮৯নাটেৰ কুঁড়েমি
১৯০লক্ষ্যভেদ
১৯১ক্যুৰিয়াৰ সাৰ্ভিস
১৯২ফিৰে এলো কৰালিৰ ভূত
১৯৩মাছ ধৰাৰ প্ৰতিযোগিতা
১৯৪নাটেৰ লম্বা হওয়া
১৯৫ইউনিভাৰ্সাল ৰিমোট
১৯৬জুটিতে লুটি
১৯৭বিপদ সংকেত
১৯৮নাটেৰ জন্মদিন
১৯৯দাসপাড়ায় কিপন্যাপিং
২০০অ্যাক্টিং বড়বাবু

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Nut Boltu (Bengali) - নাট বল্টু - Episode 1 - Paropkar
  2. ↑ Nut Boltu. Sony LIV
  3. ↑ Sony AATH. (2019-08-04). নয় ছয় · Nut Boltu · Bangla Cartoon · Episode - 345
  4. ↑ Sony AATH. (2016-07-31). Nut Boltu (Bengali) - নাট বল্টু - Episode 33 - Meeao
  5. ↑ Sony AATH. (2022-03-20). বাটালি উইল নট প্লে হোলি · Nut Boltu · Bangla Cartoon · Episode - 619
  6. ↑ Sony AATH. (2021-06-06). ছিমটি'স এজিটেশন · Nut Boltu · Bangla Cartoon · Episode - 536
  7. ↑ Sony AATH. (2022-08-28). কৰালিদাদুৰ কিপ্টেমিৰ ওষুধ · Nut Boltu · Bangla Cartoon · Episode - 664
  8. ↑ Sony AATH. (2020-11-29). Karate Classes · Nut Boltu · Bangla Cartoon · Episode - 483
  9. ↑ Sony AATH. (2023-01-15). বলটুৰ বাড়ি এলো ৰাঙা দাদু · Nut Boltu · Bangla Cartoon · Episode - 704
  10. ↑ Sony AATH. (2020-10-18). The Master Plan · Nut Boltu · Bangla Cartoon · Episode - 471

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাট বল্টু” প্ৰবন্ধৰ সংশোধন ৫৫৫১৭৬ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।