খিলেৰিহাট (Khliehriat) হৈছে ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যালয়, যিখন জিলা জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছিল।
জিলাখনত দুটা খিলেৰিহাট আৰু চাইপুং community and rural development block আছে৷
খিলেৰিহাটত এখন চৰকাৰী চিকিৎসালয়, কেইটামান ব্যক্তিগত ক্লিনিক, গীৰ্জা আদি আছে৷ ইয়াৰ লোকসকল সংখ্যাগৰিষ্ঠ খ্ৰীষ্টান। ইয়াত বহুকেইখন বিদ্যালয় আছে৷ ফুটবল আৰু ষাঁড় গৰুৰ যুঁজ হৈছে ইয়াৰ মুখ্য আকৰ্ষণ।
খিলেৰিহাট গোটেই বছৰটো ঠাণ্ডা তাপমাত্ৰা থাকে লগতে বাৰিষা কালত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে৷১
তথ্যসূত্ৰ
- ↑ Meghalaya State Portal. meghalaya.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খিলেৰিহাট” প্ৰবন্ধৰ সংশোধন ২৭৭৩৭৭ (১৬ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।