খলিফা (خليفة ḫalīfah/khalīfah) হ'ল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰিয়াহৰ দ্বাৰা পৰিচালিত মুছলমান উম্মাহৰ শাসকসকলৰ পদবী। এই শব্দটো خليفة Khalīfaৰ পৰা আহিছে।
বুৎপত্তি
খলিফা শব্দটোৰ আভিধানিক অৰ্থ উত্তৰাধিকাৰী, প্ৰতিনিধিত্বকাৰী, সেনাপ্ৰধান।
লগতে চাওক
- ছালাফি মতবাদ
- মোল্লা
- ইমাম
- ছালাফ
- খলিফাসকলৰ তালিকা
- ওলামা
- শ্বাইখ
- হাফিজ
- মৌলৱী
- হজৰত
- আল্লামা
- আহলে হাদিছ
- ওৱাহাবি মতবাদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খলিফা” প্ৰবন্ধৰ সংশোধন ৫২৬৫৫৫ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।