অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

খাজা মইনুদ্দিন চিষ্টি

মুইন আল-দিন হাছান চিষ্টি ছিজ্জী (ফাৰ্চী : معین الدین چشتی, ৰোমানীকৃত: মুইন আল-দীন চিষ্টি; ফেব্ৰুৱাৰী ১১৪৩ – মাৰ্চ ১২৩৬), যাক শ্ৰদ্ধাৰে খাজা ঘৰীব নৱাজ নামেৰে জনাজাত, বিস্তাৰ এজন ফাৰ্চী ইছলামিক পণ্ডিত আৰু ৰহস্যবাদী আছিল, যি শেষত ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে ভাৰত উপমহাদেশত বসতি স্থাপন কৰে, য'ত তেওঁ…

হালনাগাদ: ৩১ জুলাই ২০২৬ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
খাজা মইনুদ্দিন চিষ্টিৰ দৰগাহ শ্বৰীফ
খাজা মইনুদ্দিন চিষ্টিৰ দৰগাহ শ্বৰীফছবি: Saddam Hussain Rahmani · CC BY-SA 4.0

মুইন আল-দিন হাছান চিষ্টি ছিজ্জী (ফাৰ্চী : معین الدین چشتی, ৰোমানীকৃত: মুইন আল-দীন চিষ্টি; ফেব্ৰুৱাৰী ১১৪৩ – মাৰ্চ ১২৩৬), যাক শ্ৰদ্ধাৰে খাজা ঘৰীব নৱাজ নামেৰে জনাজাত, বিস্তাৰ এজন ফাৰ্চী ইছলামিক পণ্ডিত আৰু ৰহস্যবাদী আছিল, যি শেষত ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে ভাৰত উপমহাদেশত বসতি স্থাপন কৰে, য'ত তেওঁ চুন্নী ৰহস্যবাদৰ চিষ্টিয়া শৃংখলা প্ৰচাৰ কৰে। তেখেতে একমাত্ৰ আৰু প্ৰথম ভাৰতবৰ্ষত ইছলাম ধৰ্মৰ প্ৰচাৰ কাৰক। বিশেষ মধ্যযুগীয় ভাৰতত প্ৰধান ইছলামিক আধ্যাত্মিক শৃংখলাত পৰিণত হয়। ভাৰতীয় চুন্নী সন্ত বেছিভাগেই চিষ্টি য'ত নিজামুদ্দিন আৱলিয়া (মৃত্যু ১৩২৫) আৰু আমিৰ খুছৰু' (মৃত্যু ১৩২৫) আদি অন্তৰ্ভুক্ত।১

ইতিহাস

খাজা মইনুদ্দিন চিষ্টি তেওঁ খৃঃষ্টা পূৰ্ব১২০০ চনত ভাৰতলৈ আগমন কৰে আৰু ৰাজস্থান ৰাজ্যত বাস কৰিবলৈ লয়। তেওঁ ছৌদি আৰবৰ পৰা ইছলাম ধৰ্মৰ বাৰ্তা লৈ আহে। তেওঁ ছুন্নী চোফিবাদৰ আছিল আৰু ৰহস্যময়ী এক খলিফা বা পীৰ বুলিও জনাজাত। যিটো ৰহস্য আইনা সাগৰৰ লগত জড়িত হৈ আছে।২

তথ্য সংগ্ৰহ

১. khwaja-moinuddin-chishti - website পৰা আহৰণ কৰা হৈছে

২. Daily News/ Drishti IAS খাজা মইনুদ্দিন চিষ্টিৰ তথ্য ৱেবছাইটৰ পৰা আহৰণ কৰা

৩. ৰাজস্থান পৰ্যটন ৱেবছাইট /খাজা মইনুদ্দিন চিষ্টিৰ দৰগাহ শ্বৰীফ

৪. Text Book app Theory of khwaja-moinuddin-chishti

৫. খাজা মইনুদ্দিন চিষ্টি ভাষা বিশ্ববিদ্যালয়, উত্তৰ প্ৰদেশ লক্ষ্নৌ

তথ্যসূত্ৰ

  1. ↑ খাজা মইনুদ্দিন চিষ্টি
  2. ↑ সংগ্ৰহীত

সম্পৰ্কিত শ্ৰেণী

পোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাজা মইনুদ্দিন চিষ্টি” প্ৰবন্ধৰ সংশোধন ৬২১৯২৪ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।