খলিফাসকল ভাৰতৰ গুজৰাটৰ ভালছাদ জিলাত বসতি কৰা প্ৰধানকৈ মুছলমান জাতি; পাকিস্তানৰ ৰাজধানী ইছলামবাদ আৰু পাকিস্তানৰ কৰাচীৰ লিয়াৰীৰ ভূমিতো বাস কৰে। খলিফা জাতিটোক মুছলমান হোৱাৰ বাবে ভাৰত-আৰব হিচাপে শ্ৰেণীভুক্ত কৰা হয় যদিও কিছুমানে আফ্ৰিকান ঐতিহ্যৰ বুলি দাবী কৰে।১ পৰম্পৰাগতভাৱে এওঁলোক নাপিত আৰু সংগীতজ্ঞ, বহুতেই ১৯৬০ চনত যুক্তৰাজ্যলৈ প্ৰব্ৰজন কৰে আৰু বৰ্তমান নিজৰ স্ব-পছন্দৰ দেশত নিজৰ পৰম্পৰাগত ভূমিকা লৈ বৰ্তি আছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Baily, John. (1 March 2006). 'Music is in our blood': Gujarati Muslim Musicians in the UK.. Journal of Ethnic and Migration Studies. পৃ. 257–270
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খলিফা (জাতি)” প্ৰবন্ধৰ সংশোধন ৫৩৮০০৭ (১০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।