অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

খুন্দনা

খুন্দনা তামোল খুন্দি খাবৰ বাবে ব্যৱহাৰ কৰা এবিধ সঁজুলি। এই সঁজুলিবিধ অসমত বিশেষভাৱে প্ৰচলিত। বৃদ্ধ বা বয়সস্থ লোকসকলে তামোল-পাণ খুন্দি খাবলৈ এইবিধ সঁজুলিৰ ব্যৱহাৰ কৰে। খুন্দনাৰ অংশ দুটা: খুন্দনা আৰু খুন্দনা মাৰি। ইয়াক সাধাৰণতে কাঠেৰে নিৰ্মাণ কৰা হয়।

হালনাগাদ: ১৭ মে’ ২০২১ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

খুন্দনা তামোল খুন্দি খাবৰ বাবে ব্যৱহাৰ কৰা এবিধ সঁজুলি। এই সঁজুলিবিধ অসমত বিশেষভাৱে প্ৰচলিত। বৃদ্ধ বা বয়সস্থ লোকসকলে অসমৰ তামোল-পাণ সংস্কৃতি খুন্দি খাবলৈ এইবিধ সঁজুলিৰ ব্যৱহাৰ কৰে। খুন্দনাৰ অংশ দুটা: খুন্দনা আৰু খুন্দনা মাৰি। ইয়াক সাধাৰণতে কাঠেৰে নিৰ্মাণ কৰা হয়।

সম্পৰ্কিত শ্ৰেণী

সঁজুলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খুন্দনা” প্ৰবন্ধৰ সংশোধন ২৭৭৭৭২ (১৭ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।