খ (বঙালী লিপিত খ, আই-পি-এ:/kʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২য় আখৰ।১ ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ খ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
আ-- খা
ই-- খি
ঈ-- খী
উ-- খু
ঊ-- খূ
ঋ-- খৃ
এ-- খে
ঐ-- খৈ
ও-- খো
ঔ-- খৌ
"খ"ৰে আৰম্ভ শব্দ
- খেল
তথ্যসূত্ৰ
- ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খ (বঙালী)” প্ৰবন্ধৰ সংশোধন ৩৭২৪০৫ (২৬ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।