অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

যথাৰ্থ অৰ্থবিজ্ঞান

যথাৰ্থ অৰ্থবিজ্ঞানে (Positive Economics) বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰে। অৰ্থাৎ যি অৰ্থবিজ্ঞানত বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰা হয় তাক যথাৰ্থ অৰ্থবিজ্ঞান বোলে। যথাৰ্থ অৰ্থবিজ্ঞানে অৰ্থনৈতিক সিদ্ধান্তসমূহৰ ওপৰত মূল্য বিচাৰ আৰোপ নকৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৪ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

যথাৰ্থ অৰ্থবিজ্ঞানে (Positive Economics) বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰে।১ অৰ্থাৎ যি অৰ্থবিজ্ঞানত বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰা হয় তাক যথাৰ্থ অৰ্থবিজ্ঞান বোলে। যথাৰ্থ অৰ্থবিজ্ঞানে অৰ্থনৈতিক সিদ্ধান্তসমূহৰ ওপৰত মূল্য বিচাৰ আৰোপ নকৰে। ইয়াৰ লক্ষ্য হৈছে অৰ্থনৈতিক বিষয়সমূহৰ প্ৰকৃত বিৱৰণ প্ৰদান কৰা।

উদাহৰণস্বৰূপে, ‘ভাৰতবৰ্ষ হৈছে অত্যাধিক জনসংখ্যাৰ দেশ’, ‘ভাৰতীয় দৰসূচী বৃদ্ধি পাই আছে’ আদি।

তথ্যসূত্ৰ

  1. ↑ Normative Economics. Business Dictionary

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যথাৰ্থ অৰ্থবিজ্ঞান” প্ৰবন্ধৰ সংশোধন ৪৩৩৯৬১ (২৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।