যক্ষী (Yakshi (sculpture)) হ'ল ভাৰতৰ কেৰালা ৰাজ্যৰ মালমপুজা বান্ধৰ কাষতে থকা পলাক্কাডৰ মালমপুজা উদ্যানত থকা এটি ভাস্কৰ্য।১ কানায়ী কুঁহিৰমনে ১৯৬৯ চনত এই ভাস্কৰ্য্যৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰে।২ ই হৈছেএগৰাকী নগ্ন মহিলা যক্ষীৰ দ্বাৰা অনুপ্ৰাণিত ৩০ ফুট (৯.১ মিটাৰ) ওখ ভাস্কৰ্য (হিন্দু ধৰ্মৰ মহিলা আত্মা), যাৰ ভৰি মেলা আছে, স্তন ওপৰলৈ তুলা, চকু আকাশলৈ অৰ্ধ-তন্দ্ৰা অৱস্থাত চাই থকা আৰু চুলিত আঙুলি বুলাই আছে।৩৪ ভাস্কৰ্যটো এটা টুকুৰাত নিৰ্মাণ কৰা হৈছে।৫ ২০১৯ চনত ভাস্কৰ্যটোৰ ৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে কেৰালা চৰকাৰ কুন্হীৰামনক সন্মানিত কৰিছিল।৬
সমালোচনা
এই ভাস্কৰ্যটোৰ নগ্নতাৰ বাবে একাংশ লোকে সমালোচনা কৰিছে। ৭৮
তথ্যসূত্ৰ
- ↑ (2019-02-04). Yakshi, The Iconic Nude Female Statue In Kerala To Get A Facelift After 50 Years. IndiaTimes
- ↑ thomas, elizabeth. (2019-04-10). Kanayi Kunhiraman's Yakshi is secular. The Asian Age
- ↑ (2020-10-08). https://www.thehindu.com/news/national/kerala/woman-who-posed-for-yakshi-dead/article32801267.ece
- ↑ Kanayi's enigmatic 'Yakshi' continues to kick up a row, this time on Instagram. OnManorama
- ↑ Of Malampuzha, the yakshi and memories. www.onmanorama.com
- ↑ (Oct 10, 2020). Iconic Yakshi to get a park, courtesy Kanayi. The Times of India
- ↑ Priya, Krishna. (2021-09-30). Nudity In Art: Analysing The Politics Of Nakedness Through The Sculptures Of Kanayi Kunhiraman. Feminism in India
- ↑ നഗ്നയായ യക്ഷിയെ തുണിയുടുപ്പിക്കാന് ഇറങ്ങിത്തിരിച്ചവർ അറിയാൻ. ManoramaOnline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যক্ষী (ভাস্কৰ্য)” প্ৰবন্ধৰ সংশোধন ৬০৪৪৭৯ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।