অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যমুনা গুৰুং (ফুটবলাৰ)

যমুনা গুৰুং এগৰাকী নেপালী ফুটবল খেলুৱৈ। তেওঁ নেপালৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দল প্ৰাক্তন অধিনায়ক। আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত ২১টা গ'ল আৰু ঘৰুৱা লীগ ফুটবলত ৩৫টা গ'ল ৰেৰ্কডেৰে‍ গুৰুং আটাইতকৈ সফল আৰু প্ৰসিদ্ধ নেপালী মহিলা ফুটবল খেলুৱৈ। প্ৰশিক্ষক কুমাৰ কাটুৱাল কয়,"গুৰুং আমাৰ দলৰ বাবে এক মূল্যৱান সম্পদ।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

যমুনা গুৰুং এগৰাকী নেপালী ফুটবল খেলুৱৈ। তেওঁ নেপালৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দল প্ৰাক্তন অধিনায়ক।১২

আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত ২১টা গ'ল আৰু ঘৰুৱা লীগ ফুটবলত ৩৫টা গ'ল ৰেৰ্কডেৰে‍ গুৰুং আটাইতকৈ সফল আৰু প্ৰসিদ্ধ নেপালী মহিলা ফুটবল খেলুৱৈ। প্ৰশিক্ষক কুমাৰ কাটুৱাল কয়,"গুৰুং আমাৰ দলৰ বাবে এক মূল্যৱান সম্পদ। তেওঁৰ ক্লিনিকেল ফিনিচিং হৈছে আমাৰ মাৰাত্মক অস্ত্ৰ। তেওঁ অতি নম্ৰ আৰু শালীন আৰু তেওঁ নিজৰ কাম ভালদৰে বুজি পায়। তেওঁক দলৰ অধিনায়ক হিচাপে পাই মই অতি গৌৰৱান্বিত।"

তথ্যসূত্ৰ

  1. ↑ (2 June 2012). Nepal Women National Team Skipper Jamuna Gurung Urges Ladies To Join The Game. goalnepal.com
  2. ↑ (8 September 2012). Skipper Jamuna Gurung in fire as Nepal annihilates Pakistan. nepalifootball.com

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিক্ৰীড়াবিদফুটবল খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যমুনা গুৰুং (ফুটবলাৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৫৪৫৯ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।