অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

য

য অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'য'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'য' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৪ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

য অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'য'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'য' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ'য'ৰ লগত যোগ হ'লে
অয
আযা
ইযি
ঈযী
উযু
ঊযূ
ঋযৃ
এযে
ঐযৈ
ওযো
ঔযৌ

ব্যঞ্জনবৰ্ণৰ লগত যোগ হ'লে

  • ক্য
  • খ্য
  • গ্য
  • ঘ্য
  • ঙ্য
  • চ্য
  • ছ্য
  • জ্য
  • ঝ্য
  • ঞ্য
  • ট্য
  • ঠ্য
  • ড্য
  • ঢ্য
  • ণ্য
  • ত্য
  • থ্য
  • দ্য
  • ধ্য
  • ন্য
  • প্য
  • ব্য
  • ভ্য
  • ম্য
  • য্য
  • ৰ্য
  • ল্য
  • শ্য
  • ষ্য
  • স্য
  • হ্য
  • ড়্য
  • ঢ়্য
  • য়্য

'য'ৰে আৰম্ভ শব্দৰ উদাহৰণ

  • যোৰহাট
  • যান
  • যম
  • যশ
  • যখ
  • যোগ
  • যমুনা
  • যুগ
  • যৌৱন

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৩৮ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।