অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ম ২,১৫১ প্ৰবন্ধ
- মহাবিদ্যামহাবিদ্যা বা দশমহাবিদ্যা হিন্দু ধৰ্মৰ দেৱী। দিব্য জননী পাৰ্বতী দেৱীৰ দহটি বিশেষ ৰূপৰ সমষ্ট…
- মহাবীৰমহাবীৰ (Mahavira) বা বৰ্ধমান হৈছে জৈন ধৰ্মৰ ২৪তম তথা শেষৰ জন তীৰ্থকৰ। জৈন পৰম্পৰা মতে মহাব…
- মহাবীৰ জয়ন্তীমহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যানক জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ভগ…
- মহাবোধি মন্দিৰমহাবোধি মন্দিৰ (সংস্কৃত: महाबोधि मंदिर) বুদ্ধগয়াত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। ইয়াতেই সিদ্ধ…
- মহাভাৰতমহাভাৰত (महाभारत, ) হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰ…
- মহাভাৰত (ধাৰাবাহিক)মহাভাৰত (Mahabharat) হৈছে ১৯৮৮ চনৰ ২ অক্টোবৰৰ পৰা ১৯৯০ চনৰ ২৪ জুনলৈ ভাৰতীয় টেলিভিচন চেনেল…
- মহাভাৰতৰ পাত্ৰমহাভাৰত, ভাৰতৰ প্ৰমুখ মহাকাব্য দুখনৰ ভিতৰত অন্যতম।
- মহাভৈৰৱ মন্দিৰতেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰ…
- মহাম আংগামহাম আংগা (মৃত্যু ২৫ জুন ১৫৬২) আছিল মোগল সম্ৰাট আকবৰৰ ধাই মাতৃ আৰু মুখ্য পৰিচাৰিকা। ১৫৬০ চ…
- মহামন্দামহামন্দা বা বৃহৎ অৰ্থনৈতিক পতন (Great Depression) আছিল এক গুৰুতৰ বিশ্বজুৰা তীব্ৰ অৰ্থনৈতিক…
- মহামায়া ধামমহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচ…
- মহাযানমহাযান একাধিক বৌদ্ধ পৰম্পৰা, লেখ, দৰ্শন আৰু কাৰ্যৰ এক বহল গোটক বুজোৱা এক সংজ্ঞা। মহাযানৰ ব…
- মহাযান সূত্ৰমহাযান সূত্ৰসমূহ হৈছে এটি বহল বৌদ্ধ সূত্ৰৰ ধাৰা যি মহাযান বৌদ্ধ ধৰ্মত ধৰ্মানুশাসনগত আৰু বু…
- মহালক্ষ্মী আয়াৰমহালক্ষ্মী আয়াৰ (Mahalakshmi, மகாலட்சுமி ஐயர்) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ হিন্দী, তামিল…
- মহালয়ামহালয়া (Mahalaya) হʼল পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণ। ইয়াৰদ্বাৰা শাৰদীয় দুৰ্গোৎসৱৰ সূ…
- মহাশয় ধৰমপাল গুলাটিমহাশয় ধৰমপাল গুলাটি (Mahashay Dharampal Gulati, ২৭ মাৰ্চ ১৯২৩ – ৩ ডিচেম্বৰ ২০২০) এগৰাকী ভ…
- মহাশ্বেতা দেৱীমহাশ্বেতা দেৱী (Mahasweta Devi; জন্ম ১৪ জানুৱাৰী, ১৯২৬) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজক…
- মহাসমৰ (চলচ্চিত্ৰ)মহাসমৰ ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। ছিৰিয়াছ বিষয় এটাক ছবিখনত মনোৰঞ্জনৰ বা…
- মহাসাগৰমহাসাগৰ (Ocean) হৈছে অতি বিশাল আৰু লৱণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথ…
- মহাসু পাহাড়ীমহাসু পাহাড়ী (টাকৰী লিপিত: 𑚢𑚩𑚭𑚨𑚱 𑚞𑚩𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ঘাইকৈ ভ…
- মহাসুন্দৰী দেৱীমহাসুন্দৰী দেৱী (Mahasundari Devi, ১৫ এপ্ৰিল ১৯২২ - ৪ জুলাই ২০১৩) এগৰাকী ভাৰতীয় চিত্ৰশিল্…
- মহাস্থানগড়মহাস্থানগড় (Mahasthangarh)বাংলাদেশৰ এক অন্যতম প্ৰাচীন ঐতিহাসিক স্থান। এই প্ৰসিদ্ধ নগৰখন ই…
- মহাৰজা গুলাব সিংমহাৰাজ গুলাব সিং (২১ অক্টোবৰ ১৭৯২ – ৩০ জুন ১৮৫৭) জম্মু-কাশ্মীৰৰ প্ৰথম মহাৰাজ আৰু ডোগ্ৰা বং…
- মহাৰথী (উপন্যাস)মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্…
- মহাৰথী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)মহাৰথীয়ে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: * মহাৰথী (উপন্যাস), চন্দ্ৰপ্ৰসাদ শইকীয়া দ্বাৰা ৰচি…
- মহাৰাজ (২০২৪ চলচ্চিত্ৰ)মহাৰাজ ২০২৪ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন ঐতিহাসিক কথাছবি, যাৰ পৰিচালক সিদ্ধাৰ্…
- মহাৰাজা (২০২৪ চলচ্চিত্ৰ)মহাৰাজা (Maharaja, ) ২০২৪ চনৰ তামিল ভাষাৰ এখন ভাৰতীয় একচন থ্ৰিলাৰ চলচ্চিত্ৰ৷ পৰিচালক নিথি…
- মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয় (এম.বি.বি. বিশ্ববিদ্যালয়) এখন ৰাজ্যিক বিশ্ববিদ্যালয়।বি…
- মহাৰাণামহাৰাণা ("মহান ৰাণা") এক ভাৰতীয় ৰাজকীয় উপাধি ৰাণাৰ এক ভিন্নতা। মহাৰাণাই 'মহাৰাজ' বা 'উচ্…
- মহাৰাণা প্ৰতাপপ্ৰতাপ সিং প্ৰথম (৯ মে' ১৫৪০ – ১৯ জানুৱাৰী ১৫৯৭), লোকসমাজত মহাৰাণা প্ৰতাপ নামেৰে জনাজাত, ১…
- মহাৰাণী কোনাৰমহাৰাণী কোনাৰ (Maharani Konar; ২৩ নৱেম্বৰ ১৯৩৩ – ৫ জানুৱাৰী ২০২৪), জনপ্ৰিয়ভাৱে ৰাণী দি না…
- মহাৰাণী চক্ৰৱৰ্তীমহাৰাণী চক্ৰৱৰ্তী (Maharani Chakravorty, (১৯৩৭-২০১৫)) আছিল এগৰাকী ভাৰতীয় আণৱিক জীৱবিজ্ঞান…
- মহাৰাণী ললিত ত্ৰিপুৰা সুন্দৰী দেৱীত্ৰিপুৰাসুন্দৰী (১৭৯৪ – ৬ এপ্ৰিল ১৮৩২), ললিত ত্ৰিপুৰা সুন্দৰী দেৱী নামেৰেও জনাজাত, নেপালৰ …
- মহাৰাণী সুবৰ্ণ প্ৰভা দেৱীসুবৰ্ণ প্ৰভা দেৱী (প্ৰায় ১৭৭৯–১৮০৬) ১৮০২ চনৰপৰা ১৮০৬ চনৰ ভিতৰত গিৰভান যুদ্ধ বিক্ৰম শ্বাহৰ…
- মহাৰাষ্ট্ৰমহাৰাষ্ট্ৰ (महाराष्ट्र) ভাৰতৰ পশ্চিম ফালৰ এখন ৰাজ্য। ৰাজ্যৰ ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্য…
- মহাৰাষ্ট্ৰ দিৱসমহাৰাষ্ট্ৰ দিৱস (महाराष्ट्र दिन; Maharashtra Day) মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা চৰকাৰী বন্ধৰ দিন। …
- মহাৰাষ্ট্ৰৰ খাদ্যমহাৰাষ্ট্ৰৰ খাদ্য (Maharashtrian cuisine) বা মাৰাঠী খাদ্য ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মাৰাঠী ল…
- মহাৰী নৃত্যমহাৰী ( Mahari) হৈছে পূব ভাৰতৰ ওড়িশা ৰাজ্যত গঠন কৰা এক আচাৰ-ব্যৱহাৰৰ নৃত্য। যিটো আগতে পুৰ…
- মহাৱতাৰ নৰসিংহমহাৱতাৰ নৰসিংহ (Mahavatar Narsimha) হৈছে ২০২৫ চনৰ ভাৰতীয় এনিমেটেড মহাকাব্যিক পৌৰাণিক একচন…
- মহিন্দৰ কৌৰ ভামৰামহিন্দৰ কৌৰ ভামৰা (ইংৰাজী: Mohinder Kaur Bhamra; জন্ম: ১৯৩৬) পাঞ্জাবী লোকসংগীত, গজল আৰু শি…
- মহিপতি দাসমহিপতি দাস (১৬১১–১৬৮১), জনপ্ৰিয়ভাৱে কাখাণ্ডকীৰ মহিপতি বুলি কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ পৰা অ…
- মহিম বৰামহিম বৰা (Mahim Bora) (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেও…
- মহিমা চৌধুৰীমহিমা চৌধুৰী (Mahima Chaudhry) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল। নব্বৈৰ দশকত চৌ…
- মহিমা মাকৱানামহিমা মাকৱানা (জন্ম: ৫ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে,হিন্দী চলচ্চিত্ৰ আৰু দূৰ…
- মহিলা আত্মৰক্ষা সমিতিমহিলা আত্মৰক্ষা সমিতি (Mahila Atma Raksha Samiti, চমুকৈ MARS) আছিল ভাৰতৰ বংগত হোৱা নাৰীসমা…
- মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। মহিলা আৰু শিশুৰ সৰ্…
- মহিলা উন্নয়ন অধ্যয়ন কেন্দ্ৰমহিলা উন্নয়ন অধ্যয়ন কেন্দ্ৰ হ'ল ভাৰতৰ দিল্লীৰ এটা বেচৰকাৰী সংস্থা। ১৯৮০ চনত লিংগ গৱেষণা …
- মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনামহিলা কিষাণ সশক্তিকৰণ পৰিযোজনা (Mahila Kisan Sashaktikaran Pariyojana, MKSP) বা এমকেএছপি ভ…
- মহিলা গণমাধ্যম কেন্দ্ৰমহিলা গণমাধ্যম কেন্দ্ৰ (ইংৰাজী: Women's Media Center, সংক্ষেপে WMC) হৈছে ২০০৫ চনত আমেৰিকা …
- মহিলা টি-২০ বিশ্বকাপআইচিচি মহিলা টি-২০ বিশ্বকাপ (ICC Women's T20 World Cup) হৈছে ক্ৰিকেট খেলৰ টি-২০ আন্তঃৰাষ্ট…
- মহিলা প্ৰযুক্তি সবলীকৰণ কেন্দ্ৰমহিলা প্ৰযুক্তি সবলীকৰণ কেন্দ্ৰ (W.TEC) হৈছে নাইজেৰিয়াৰ মহিলা আৰু ছোৱালীসকলৰ বাবে প্ৰযুক্…
- মহিলা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানড° এ পি জে আব্দুল কালাম মহিলা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Women's Institute of Technology)…
- মহিলা মহাবিদ্যালয়, শিলচৰমহিলা মহাবিদ্যালয়, শিলচৰ, ভাৰতৰ অসম ৰ শিলচৰৰ এখন উচ্চ শিক্ষানুষ্ঠান। এইখন মহাবিদ্যালয় ১৯…
- মহিলা সংৰক্ষণ বিধেয়কমহিলা সংৰক্ষণ বিধেয়ক (Women's Reservation Bill) বা সংবিধান (১০৮ সংশোধনী) বিধেয়ক, ৯ মাৰ্চ…
- মহিলা সহায়ক বাহিনী,ভাৰতমহিলা সহায়ক বাহিনী, ভাৰত চমুকৈ WAC(I) ১৯৪২ চনৰ মাৰ্চ মাহত মহিলা সহায়ক সেৱা (বাৰ্মা)ৰ বাহ…
- মহিলা ৰয়েল ইণ্ডিয়ান নেভেল চাৰ্ভিচমহিলা সহায়ক বাহিনী (ভাৰত) (WAC[I])ৰ ভাৰতীয় নৌসেনাৰ অংশ আছিল মহিলা ৰয়েল ইণ্ডিয়ান নেভেল …
- মহিলা ৰাষ্ট্ৰীয় সমিতি (য়েমেন)য়েমেনৰ মহিলা ৰাষ্ট্ৰীয় সমিতি(Women National Committee (Yemen)) হৈছে মহিলা সবলীকৰণৰ বাবে …
- মহিলাৰ কামমহিলাৰ কাম(Women's work) হৈছে কেৱল নাৰীৰ ক্ষেত্ৰ বুলি ধৰা আৰু ইতিহাসৰ সময়ছোৱাত এককভাৱে না…
- মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধিমহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি আছিল মহিলাৰ অধিকাৰ সম্পৰ্কে গ্ৰহণ কৰা প্ৰথমখন আন্তঃৰাষ্ট্…
- মহিলাৰ প্ৰিমিয়াৰ লীগমহিলাৰ প্ৰিমিয়াৰ লীগ (ইংৰাজী: Women's Premier League চমুকৈ WPL) হৈছে ভাৰতত অনুষ্ঠিত হোৱা …
- মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজিমহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি (United Nations Development Fund for Women (UNIFEM))…
- মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰীকৰণৰ ঘোষণা (DEDAW)মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰীকৰণৰ ঘোষণা (সংক্ষিপ্তভাৱে DEDAW) হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে…
- মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ চুক্তি (১৯৭৯)মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য নিৰ্মূলকৰণ চুক্তি চমুকৈ CEDAW এক আন্তৰ্জাতিক চুক্তি, য'ত …
- মহিলাৰ বিৰুদ্ধে হিংসামহিলাৰ বিৰুদ্ধে হিংসা (Violence against women), যাক লিংগ-আধাৰিত হিংসা আৰু যৌন আধাৰিত হিংসা…
- মহিলাৰ ভোটাধিকাৰৰ সময়সীমাসমগ্ৰ বিশ্বৰ দেশসমূহত নাৰীৰ ভোটাধিকাৰ – মহিলাৰ ভোট দানৰ অধিকাৰ – বিভিন্ন সময়ত লাভ কৰা হৈছ…
- মহিলাৰ মহাবিদ্যালয়উচ্চ শিক্ষাৰ বাবে মহিলাৰ মহাবিদ্যালয়সমূহ হৈছে স্নাতক বা প্ৰাক-স্নাতক ডিগ্ৰী প্ৰদানকাৰী প্…
- মহিলাৰ যৌনাংগ বিকৃতকৰণমহিলাৰ যৌনাংগ বিকৃতকৰণ (Female genital mutilation), যাক মহিলাৰ যৌনাংগ কাটিব পৰা (female ge…
- মহিলাৰ শৈক্ষিক সমতা আইনমহিলাৰ শৈক্ষিক সমতা আইন হৈছে ১৯৭৪ চনত আমেৰিকাৰ কংগ্ৰেছে গৃহীত কৰা কেইবাখনো উল্লেখযোগ্য আইন…
- মহিষাসুৰমহিষাসুৰ ( महिषासुर, ) হিন্দু ধৰ্মৰ এটা ম'হ অসুৰ। হিন্দু সাহিত্যত তেওঁক আকৃতি সলনি কৰি নিজ…
- মহিষাসুৰমৰ্দিনী স্তোত্ৰমহিষাসুৰমৰ্দিনী স্তোত্ৰ ( महिषासुरमर्दिनीस्तोत्रम्, ) হৈছে ২১টা পদযুক্ত এটা হিন্দু স্তোত্ৰ…
- মহিষাসুৰমৰ্দ্দিনী (অনাতাঁৰ কাৰ্যসূচী)মহিষাসুৰমৰ্দ্দিনী (Mahishasuramarddini) বহুলভাৱে জনপ্ৰিয় প্ৰাৰম্ভিক কালৰ এক বিশেষ প্ৰভাতী…
- মহিষীহিন্দু পৌৰাণিক কাহিনীত মহিষী এগৰাকী শক্তিশালী অসুৰ, যাৰ আখ্যান ভগৱান আয়াপ্পানৰ উৎপত্তি আৰ…
- মহীচন্দ্ৰ বৰাঅসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ মহীচন্দ্ৰ বৰা[১৮৯৪-১৩ জুন ১৯৬৫]৷ তদুপৰি গল্পৰ লগতে…
- মহীচন্দ্ৰ মিৰিমহীচন্দ্ৰ মিৰি (জন্ম: ১৯০২ - মৃত্যু: ১৯৩৯) অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক ( চীফ কন্জাৰভেটৰ অ…
- মহীশূৰমহীশূৰ (ಮೈಸೂರು) কৰ্ণাটকৰ তৃতীয়খন বৃহৎ আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ। কৰ্ণাটকৰ …
- মহীশূৰ চন্দন তেলমহীশূৰ চন্দন তেল ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ জিলাৰ চান্টালুম এলবাম জাতৰ চন্দন কাঠৰ পৰা আহৰণ কৰা …
- মহীশূৰ ধূপমহীশূৰ ধূপ স্থানীয়ভাৱে উৎপাদিত উপাদান ব্যৱহাৰ কৰি মহীশূৰত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ ধূপৰ …
- মহীশূৰ নৰসিংহশ্বৰ শ্ৰীনিবাসমহীশূৰ নৰসিংহশ্বৰ শ্ৰীনিবাস (Mysore Narasimhachar Srinivas, ১৯১৬–১৯৯৯) বা চমুকৈ এম. এন. শ্…
- মহীশূৰ প্ৰাসাদমহীশূৰ প্ৰাসাদ, ( Mysore Palace যাক আম্বা বিলাস প্ৰাসাদ বুলিও কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ মহী…
- মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্ লিমিটেডমহীশূৰ পেইণ্টছ এণ্ড বাৰ্নিচ লিমিটেড, আগতে ইয়াৰ নাম আছিল মহীশূৰ লেক এণ্ড পেইণ্টছ লিমিটেড, …
- মহীশূৰ ৰেচমমহীশূৰ ৰেচম ( Mysore silk) হৈছে কৰ্ণাটকৰ ভাৰতীয় মহীশূৰ জিলাত উৎপাদিত তুষাৰ ৰেচমৰ জাত। কৰ্…
- মহীশূৰ ৰোজউড ইনলেমহীশূৰ ৰোজউড ইনলে মহীশূৰৰ আশে-পাশে শিল্পীসকলে ভাস্কৰ্য আৰু আলংকাৰিক কামত ব্যৱহাৰ কৰা বিভিন…
- মহীশূৰী পেটামহীশূৰী পেটা এটা চহকী আনুষ্ঠানিক পাগুৰি, যিটো মূলতঃ মহীশূৰৰ ৰজাসকলে পিন্ধিছিল। এই পাগুৰীটো…
- মহীশূৰৰ চন্দন চাবোনমহীশূৰৰ চন্দন চাবোন ভাৰতৰ কৰ্ণাটক চৰকাৰৰ মালিকানাধীন কোম্পানী কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্ট…
- মহীশূৰৰ পাণমহীশূৰৰ পাণ মহীশূৰ অঞ্চল আৰু ইয়াৰ আশে-পাশে উৎপাদিত হৃদয় আকৃতিৰ একপ্ৰকাৰৰ পাণ। ইয়াক তামো…
- মহীশূৰৰ পৰম্পৰাগত চিত্ৰকলামহীশূৰৰ পৰম্পৰাগত চিত্ৰকলা কৰ্ণাটকৰ মহীশূৰ চহৰ আৰু ইয়াৰ আশে-পাশে উৎপত্তি হোৱা দক্ষিণ ভাৰত…
- মহুলিমহুলি বা মহুৱা (ওড়িয়া: ମହୁଲି) হৈছে উত্তৰ আৰু পশ্চিম ওড়িশা, ছত্তীসগঢ়, ঝাৰখণ্ড আৰু উত্তৰ…
- মহুৰত শ্বটমহুৰত শ্বট বা মুহুৰ্তম শ্বট (Muhurat shot)) হ'ল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত চিনেমা এখনৰ শ্বু…
- মহুৱা মুখাৰ্জীমহুৱা মুখাৰ্জী ( Mahua Mukherjee) ভাৰতৰ এগৰাকী নৃত্যশিল্পী৷ তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ…
- মহুৱা মৈত্ৰমহুৱা মৈত্ৰ (Mahua Moi̯tra; জন্ম ১২ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন…
- মহুৱা ৰায়চৌধুৰীমহুৱা ৰায়চৌধুৰী ( Mahua Roy Choudhury; ২৪ ছেপ্টেম্বৰ ১৯৫৮ – ২২ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয়…
- মহে জাবিনমহে জাবিন: Mahe Jabeen; (জন্ম ১৯৬১) এগৰাকী ভাৰতীয় কবি, অধিবক্তা আৰু সংখ্যালঘু অধিকাৰ কৰ্ম…
- মহেইশ গিৰিমহেইশ গিৰি ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সমাজকৰ্মী তথা ৰাজনীতিবিদ। পূব দিল্লী লোকসভা সমষ্টি…
- মহেছি ৰামাছামীমহেছি এন ৰামাছামী (তামিল: மகேஷி என். ராமசாமி) এগৰাকী ব্ৰিটিছ-শ্ৰীলংকাৰ চিকিৎসক আৰু প্ৰবক্ত…
- মহেঞ্জোদাৰোমহেঞ্জো-দাৰো বা মহেঞ্জোদাৰো হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক…
- মহেঞ্জোদাৰো (চলচ্চিত্ৰ)মহেঞ্জোদাৰো (मोहेंजो दड़ो) হ’ল ২০১৬ চনৰ ১২ আগষ্টত মুক্তি লাভ কৰা এখন ঐতিহাসিক-ৰোমান্টিক ভা…
- মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতীনৃত্যৰতা যুৱতী (Dancing Girl of Mohenjo-daro) হৈছে সিন্ধু সভ্যতাৰ এক অন্যতম থলী মহেঞ্জোদাৰ…
- মহেন্দ্ৰ বৰঠাকুৰমহেন্দ্ৰ বৰঠাকুৰ (Mahendra Borthakur) একাধাৰে এজন অসমীয়া শিক্ষক, নাট্যকাৰ, নাট্য-প্ৰযোজক,…
- মহেন্দ্ৰ বৰামহেন্দ্ৰ বৰা (Mahendra Bora) (১৯২৯-১৯৯৬) এজন অসমীয়া কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ …
- মহেন্দ্ৰ বৰ্মামহেন্দ্ৰ বৰ্মা (Mahendra Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ ষষ্ঠজন ৰজা আছিল। এওঁ গণপতি বৰ…
- মহেন্দ্ৰ মোহন চৌধুৰীমহেন্দ্ৰ মোহন চৌধুৰীৰ (Mahendra Mohan Choudhury) জন্ম ১৯০৯ চনত অসমৰ বৰ্তমান বৰপেটা জিলাৰ অ…
- মহেন্দ্ৰ সিং ধোনিমহেন্দ্ৰ সিং ধোনি (, জন্ম- ৭ জুলাই ১৯৮১) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতী…
- মহেন্দ্ৰ সূৰীমহেন্দ্ৰ সূৰী (প্ৰায় ১৩৪০ – ১৪০০) হৈছে চতুৰ্দশ শতিকাৰ জৈন জ্যোতিৰ্বিজ্ঞানী, যিয়ে জ্যোতিৰ…
- মহেন্দ্ৰনাথ ডেকা ফুকনমহেন্দ্ৰনাথ ডেকা ফুকন অসমৰ এগৰাকী শিল্পী, কবি আৰু সাংবাদিক হিচাপে পৰিচিত। জন্ম ঃ ১৯০৩ চনত …
- মহেন্দ্ৰনাথ ৰয়মহেন্দ্ৰনাথ ৰয় চি আই ই হনএফ আৰ এছ (১৮৬১–১৯২৫) এজন ভাৰতীয় উকীল, স্বাধীনতা সংগ্ৰামী, সমাজক…
- মহেন্দ্ৰপালমহেন্দ্ৰপাল ভাৰতৰ বেংগল অঞ্চলৰ পাল সাম্ৰাজ্যৰ চতুৰ্থ ৰজা। তেওঁ ৰজা দেৱপালৰ আৰু মাতৃ ৰাণী ম…
- মহেশ এলকুঞ্চৱাৰমহেশ এলকুঞ্চৱাৰ (Mahesh Elkunchwar; জন্ম: ৯ অক্টোবৰ ১৯৩৯) মাৰাঠী ভাষাৰ এগৰাকী ভাৰতীয় লেখক…
- মহেশ ভট্টমহেশ ভট্ট (জন্ম: ২০ ছেপ্টেম্বৰ ১৯৪৮) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্য…
- মহেশ ভূপতিমহেশ শ্ৰীনিবাস ভূপতি (Mahesh Shrinivas Bhupathi; জন্ম: ৭ জুন ১৯৭৪) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয়…
- মহেশীন্তে প্ৰতিকাৰমমহেশীন্তে প্ৰতিকাৰম (অৰ্থ: মহেশৰ প্ৰতিশোধ) হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়াল…
- মহেশ্বৰ নেওগমহেশ্বৰ নেওগ (১৯১৫–১৯৯৫) আছিল অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু প্ৰাচ্যতত্ত্বৰ ক্ষেত্ৰত স…
- মহেশ্বৰ বসুমতাৰীমহেশ্বৰ বসুমতাৰী অসমৰ এগৰাকী প্ৰকৃতিবিদ। বৰ্তমান তেওঁ ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wild…
- মহেশ্বৰীমহেশ্বৰী (Maheswari) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তেলেগু আৰু তামিল ভা…
- মহো-হো উৎসৱমহো-হো (Mohoho) বা ম'হ খেদা উৎসৱ নামনি অসমৰ কলিতা জনগোষ্ঠীয় এক লোককৃষ্টি বা উৎসৱ। আঘোণ মা…
- মহো-হো গীতমহো-হো গীত বা ম'হখেদা গীত হ'ল এবিধ অসমীয়া লোকগীত। নামনি অসমৰ কলিতা জনগোষ্ঠীৰ লোকসকলে পালন…
- মহোৰগমহোৰগ (সংস্কৃত: महोरग, ইংৰাজী: Mahoraga) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ কিংবদন্তিত বৰ্ণনা কৰা এক…
- মহৎ ঐতিহ্যমহৎ ঐতিহ্য (ইংৰাজী: Mahat Oitijya) এখন সাহিত্য সমালোচনামূলক প্ৰবন্ধৰ সংকলন। গ্ৰন্থখনৰ লেখক…
- মহৰমমহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত…
- মহৰিমহৰি নাটকখন দুৰ্গাপ্ৰসাদ মজিন্দাৰবৰুৱাৰ এখন ধেমেলীয়া নাট। মহৰি মজিন্দাৰ বৰুৱাৰ প্ৰথম নাট।…
- মহৰ্ষি গৌতমগৌতম (महर्षिः गौतम), হিন্দু ধৰ্মৰ এজন ঋষি আৰু ব্ৰাহ্মণ ঋষি দীৰ্ঘতমাৰ পুত্ৰ আছিল, যি জৈন আৰ…