অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহেন্দ্ৰপাল

মহেন্দ্ৰপাল ভাৰতৰ বেংগল অঞ্চলৰ পাল সাম্ৰাজ্যৰ চতুৰ্থ ৰজা। তেওঁ ৰজা দেৱপালৰ আৰু মাতৃ ৰাণী মাহাতাৰ পুত্ৰ কিন্তু ১৯৮৭ত জগজ্জীবনপুৰত তেওঁৰ তাম্ৰশাসন আবিষ্কাৰ হ'ল আৰু এই কথা পোহৰলৈ আহিল যে দেবপালৰ পিছত মহেন্দ্ৰপালহে ৰজা হৈছিল।

হালনাগাদ: ৮ আগষ্ট ২০১৮ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মহেন্দ্ৰপাল ভাৰতৰ বেংগল অঞ্চলৰ পাল সাম্ৰাজ্যৰ চতুৰ্থ ৰজা।১ তেওঁ ৰজা দেৱপালৰ আৰু মাতৃ ৰাণী মাহাতাৰ পুত্ৰ১ যদিও পাল বংশত বিভিন্ন ঠাইত মহেন্দ্ৰপালৰ নাম উল্লেখ আছে, পূৰ্বতে ইতিহাসবিদে মহেন্দ্ৰপালক প্ৰতিহাৰ ৰাজবংশৰ প্ৰথম মহেন্দ্ৰপালৰ লগত একাকাৰ কৰা কৰিছিল। তেওঁলোকে দেবপালৰ পিছত প্ৰথম বিগ্ঝপালৰ কথা কৈছিল।২ কিন্তু ১৯৮৭ত জগজ্জীবনপুৰত তেওঁৰ তাম্ৰশাসন আবিষ্কাৰ হ'ল আৰু এই কথা পোহৰলৈ আহিল যে দেবপালৰ পিছত মহেন্দ্ৰপালহে ৰজা হৈছিল।৩ মহেন্দ্ৰপালৰ ৰাজত্বৰ সপ্তম বছৰৰ এই সিংহাসনৰ বিষয়ে আৰু জনা যায় যে তেওঁৰ মহাসেনাপতি বজ্ৰদেব নন্দদীৰ্ঘিকাই উদ্ৰঙ্গ নামৰ ঠাইত এটা বৌদ্ধ বিহাৰ স্থাপন কৰিছিল। তাম্ৰশাসনত মহেন্দ্ৰপালৰ কণিষ্ঠ ভাতৃ প্ৰথম চুৰপালৰ নাম আছে।৪ প্ৰথম চুৰপালে মহেন্দ্ৰপালৰ পিছত সিংহাসন দখল কৰিলে।৫

তথ্যসূত্ৰ

  1. ↑ (2001). Dimensions of Human Cultures in Central India: Professor S.K. Tiwari Felicitation Volume. Sarup & Sons. পৃ. 239. ISBN 978-81-7625-186-0
  2. ↑ ৰাখালদাস বন্দ্যোপাধ্যায়, বাঙ্গালাৰ ইতিহাস, প্ৰকাশক- দে’জ পাবলিছিং, ১৩, বঙ্কিম চ্যাটাৰ্জি স্ট্ৰিট, কলকাতা-৭৩, প্ৰথম দে’জ অখণ্ড সংস্কৰণ, জানুয়াৰী, ২০০৮ ISBN 978-81-295-0791-4
  3. ↑ Debala Mitra; Gouriswar Bhattacharya. (1991). Akṣayanīvī: Essays Presented to Dr. Debala Mitra in Admiration of Her Scholarly Contributions. Sri Satguru Publications. ISBN 978-81-7030-275-9
  4. ↑ Niharranjan Ray; Brajadulal Chattopadhyaya. (1 January 2000). A Sourcebook of Indian Civilization. Orient Blackswan. পৃ. 621–623. ISBN 978-81-250-1871-1
  5. ↑ Paresh Chandra Das Gupta; Asok Kumar Datta. (1 January 1991). Studies in Archaeology: Papers Presented in Memory of P.C. Dasgupta. Books & Books. ISBN 978-81-85016-29-0

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ইতিহাসপাল ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেন্দ্ৰপাল” প্ৰবন্ধৰ সংশোধন ১৮০৫০৯ (৮ আগষ্ট ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।