অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰ (महाराष्ट्र) ভাৰতৰ পশ্চিম ফালৰ এখন ৰাজ্য। ৰাজ্যৰ ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্যৰ অন্যান্য জনবহুল চহৰ নাগপুৰ আৰু পুনে। এই ৰাজ্যৰ জনসংখ্যা ১১ কোটিৰো অধিক আৰু সাক্ষৰতাৰ হাৰ ৮২.৯ শতাংশ। চৰকাৰী ভাষা মাৰাঠী।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৩৩ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

মহাৰাষ্ট্ৰ (महाराष्ट्र) ভাৰতৰ পশ্চিম ফালৰ এখন ৰাজ্য। ৰাজ্যৰ ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্যৰ অন্যান্য জনবহুল চহৰ নাগপুৰ আৰু পুনে। এই ৰাজ্যৰ জনসংখ্যা ১১ কোটিৰো অধিক আৰু সাক্ষৰতাৰ হাৰ ৮২.৯ শতাংশ। চৰকাৰী ভাষা মাৰাঠী।

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাৰাষ্ট্ৰ” প্ৰবন্ধৰ সংশোধন ৪৫৩৭৭৮ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।