অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

মহিলাৰ প্ৰিমিয়াৰ লীগ

মহিলাৰ প্ৰিমিয়াৰ লীগ (ইংৰাজী: Women's Premier League চমুকৈ WPL) হৈছে ভাৰতত অনুষ্ঠিত হোৱা এখন পেছাদাৰী টুৱেণ্টী২০ ক্ৰিকেট লীগ। মুম্বাইত মুখ্য কাৰ্যালয়স্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)য়ে এই লীগৰ সূচনা কৰিছিল।

হালনাগাদ: ৬ মাৰ্চ ২০২৬ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

মহিলাৰ প্ৰিমিয়াৰ লীগ (ইংৰাজী: Women's Premier League চমুকৈ WPL) হৈছে ভাৰতত অনুষ্ঠিত হোৱা এখন পেছাদাৰী টুৱেণ্টী২০ ক্ৰিকেট লীগ। মুম্বাইত মুখ্য কাৰ্যালয়স্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)য়ে এই লীগৰ সূচনা কৰিছিল। ক্ৰিকেট বিশ্বৰ প্ৰায় সকলো দেশৰে মহিলা খেলুৱৈৰে সমৃদ্ধ এই প্ৰতিযোগিতাৰ বৰ্তমান দলৰ সংখ্যা ৫টা।

দল

২০২৫ ছিজনলৈকে মহিলাৰ প্ৰিমিয়াৰ লীগত ভাৰতৰ কেইবাখনো চহৰক লৈ দল পাঁচটা।

দলচহৰঘৰুৱা খেলপথাৰঅভিষেকঅধিনায়কমুখ্য প্ৰশিক্ষকমুঠ ছিজন
দিল্লী কেপিটেলছদিল্লীঅৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম২০২৩মেগ লেনিংজনাতন বেট্টি৩
গুজৰাট জায়েণ্টছবড়োদৰা, গুজৰাটক’টাম্বি ষ্টেডিয়ামএছলি গাৰ্ডনাৰমাইকেল ক্লিংগাৰ
মুম্বাই ইণ্ডিয়ানছমুম্বাই, মহাৰাষ্ট্ৰব্ৰেবৰ্ণ ষ্টেডিয়ামহৰমনপ্ৰীত কৌৰচাৰ্লোট এডৱাৰ্ডছ
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুবেংগালুৰু, কৰ্ণাটকএম চিন্নাস্বামী ষ্টেডিয়ামস্মৃতি মান্ধানালুক উইলিয়ামছ
ইউ পি ৱেৰিৱৰ্জলক্ষ্ণৌ, উত্তৰ প্ৰদেশভা.ৰ.শ্ৰী.অ.বি.বা. একনা ক্ৰিকেট ষ্টেডিয়ামএলিছা হেলিজন লেৱিছ

সংস্কৰণ আৰু ফলাফল

ছিজনচেম্পিয়নছজয়ৰ ব্যৱধানৰাণাৰ্ছ আপফাইনেলৰ স্থানবিজয়ী অধিনায়কমেচৰ শ্ৰেষ্ঠ খেলুৱৈছিজনৰ শ্ৰেষ্ঠ খেলুৱৈ
২০২৩মুম্বাই ইণ্ডিয়ানছ ১৩৪/৩ (১৯.৩ অভাৰ)৭ উইকেটত মুম্বাই ইণ্ডিয়ানছৰ জয় Scorecardদিল্লী কেপিটেলছ ১৩১/৯ (২০ অভাৰ)ব্ৰেবৰ্ণ ষ্টেডিয়াম, মুম্বাইহৰমনপ্ৰীত কৌৰ (এম আই)নেট চিভাৰ ব্ৰাণ্ট (এম আই)হেইলি মেথিউছ (এম আই)
২০২৪ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু ১১৫/২ (১৯.৩ অভাৰ)৮ উইকেটত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ জয় Scorecardদিল্লী কেপিটেলছ ১১৩ (১৮.৩ অভাৰ)অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম, নতুন দিল্লীস্মৃতি মান্ধানা (আৰ চি বি)চফি মলিনিউ (আৰ চি বি)দীপ্তি শৰ্মা (ইউ পি ডব্লিউ)
২০২৫মুম্বাই ইণ্ডিয়ানছ ১৪৯/৭ (২০ অভাৰ)৮ ৰানত মুম্বাই ইণ্ডিয়ানছৰ জয় Scorecardদিল্লী কেপিটেলছ ১৪১/৯ (২০ অভাৰ)ব্ৰেবৰ্ণ ষ্টেডিয়াম, মুম্বাইহৰমনপ্ৰীত কৌৰ (এম আই)হৰমনপ্ৰীত কৌৰ (এম আই)নেট চিভাৰ ব্ৰাণ্ট (এম আই)

প্ৰদৰ্শনৰ অভিলেখ

দল/ছিজন২০২৩ (৫)২০২৪ (৫)২০২৫ (৫)
দিল্লী কেপিটেলছ১ম (ৰাণাৰ্ছ আপ)১ম (ৰাণাৰ্ছ আপ)১ম (ৰাণাৰ্ছ আপ)
গুজৰাট জায়েণ্টছ৫ম (গ্ৰুপ পৰ্যায়)৫ম (গ্ৰুপ পৰ্যায়)৩য় (এলিমিনেটৰত পৰাজয়)
মুম্বাই ইণ্ডিয়ানছ২য় (চেম্পিয়নছ)২য় (এলিমিনেটৰত পৰাজয়)২য় (চেম্পিয়নছ)
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু৪ৰ্থ (গ্ৰুপ পৰ্যায়)৩য় (চেম্পিয়নছ)৪ৰ্থ (গ্ৰুপ পৰ্যায়)
ইউ পি ৱেৰিৱৰ্জ৩য় (এলিমিনেটৰত পৰাজয়)৪ৰ্থ (গ্ৰুপ পৰ্যায়)৫ম (গ্ৰুপ পৰ্যায়)
+দলৰ সামগ্ৰিক প্ৰদৰ্শন১দলঅৱতীৰ্ণসৰ্বোত্তম ফলাফলপৰিসংখ্যা
সৰ্বমুঠপ্ৰথমশেহতীয়ামেচৰ সংখ্যাজয়ীপৰাজিতটাইড+জটাইড+পঅমীমাংসিতজয়ৰ %
মুম্বাই ইণ্ডিয়ানছ৩২০২৩২০২৫(২০২৩, ২০২৫)২৯২০৯০০০৬৮.৯৭
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু২০২৩২০২৫(২০২৪)২৬১১১৩০১০৪৪.২৩
দিল্লী কেপিটেলছ২০২৩২০২৫(২০২৩, ২০২৪, ২০২৫)২৭১৭১০০০০৬২.৯৬
ইউ পি ৱেৰিৱৰ্জ২০২৩২০২৫(২০২৩)২৫৯১৫১০০৪০.০০
গুজৰাট জায়েণ্টছ২০২৩২০২৫(২০২৫)২৫৮১৭০০০৩২.০০

অভিলেখ আৰু পৰিসংখ্যা

বেটিং অভিলেখ
সৰ্বাধিক ৰাননেট চিভাৰ ব্ৰাণ্ট (এম আই)১,০২৭২
সৰ্বাধিক স্ক’ৰজৰ্জিয়া ভল (ইউ পি ডব্লিউ)৯৯* (বনাম আৰ চি বি, ৮ মাৰ্চ, ২০২৫)৩
চফি ডিভাইন (আৰ চি বি)৯৯ (বনাম জি জি, ১৮ মাৰ্চ ২০২৩)৩
সৰ্বাধিক পাৰ্টনাৰশ্বিপশফালি বাৰ্মা আৰু মেগ লেনিং (ডি চি)১৬২ (বনাম আৰ চি বি, ৫ মাৰ্চ ২০২৩)৪
সৰ্বাধিক ছয়শফালি বাৰ্মা (ডি চি)৪৯৫
সৰ্বাধিক ৫০+মেগ লেনিং (ডি চি)৯৬
ব’লিং অভিলেখ
সৰ্বাধিক উইকেটহেইলি মেথিউ (এম আই)৪১৭
শ্ৰেষ্ঠ ব’লিং ফিগাৰএলিচ পেৰি (আৰ চি বি)৬/১৫ (বনাম এম আই, ১২ মাৰ্চ ২০২৪)৮
ফিল্ডিং
সৰ্বাধিক ডিছমিছেলছ (উইকেট ৰক্ষক)ৰিচা ঘোষ (আৰ চি বি)৩০৯
সৰ্বাধিক কেচ (ফিল্ডাৰ)জেমিমাহ ৰড্ৰিগছ (ডি চি)১৫১০
দলীয় অভিলেখ
সৰ্বাধিক দলীয় স্ক’ৰইউ পি ৱেৰিৱৰ্জ২২৫/৫ (২০ অভাৰ বনাম আৰ চি বি, ৮ মাৰ্চ ২০২৫)১১
সৰ্বনিম্ন দলীয় স্ক’ৰগুজৰাট জায়েণ্টছ৬৪ (১৫.১ অভাৰ বনাম এম আই, ৪ মাৰ্চ, ২০২৩)১১

তথ্যসূত্ৰ

  1. ↑ (9 December 2023). WPL - দলৰ প্ৰদৰ্শন. ESPNcricinfo
  2. ↑ Women's Premier League Trophy batting most runs career. ESPNcricinfo
  3. ↑ Women's Premier League Trophy batting most runs innings. ESPNcricinfo
  4. ↑ Women's Premier League Trophy fow highest partnerships for any wicket. ESPNcricinfo
  5. ↑ Women's Premier League Trophy batting most sixes career. ESPNcricinfo
  6. ↑ Women's Premier League Trophy batting most fifties career. ESPNcricinfo
  7. ↑ Women's Premier League Trophy bowling most wickets career. ESPNcricinfo
  8. ↑ Women's Premier League Trophy bowling best figures innings. ESPNcricinfo
  9. ↑ Women's Premier League Trophy keeping most dismissals career. ESPNcricinfo
  10. ↑ Women's Premier League Trophy fielding most catches career. ESPNcricinfo
  11. ↑ Women's Premier League Trophy team highest innings totals. ESPNcricinfo

সম্পৰ্কিত শ্ৰেণী

খেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিলাৰ প্ৰিমিয়াৰ লীগ” প্ৰবন্ধৰ সংশোধন ৫৮৫১৬০ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।