অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
প ১,৫২৯ প্ৰবন্ধ
- পিটনিপিটনি ( Swamp) বনাঞ্চলে আৱৰা জলাশয়। পিটনিবোৰক “ট্ৰেনজিট জ’ন’’ হিচাপে গণ্য কৰা হয়, কাৰণ ই…
- পিটবুলপিটবুল কুকুৰ (English: Pit Bull), যাক প্ৰায়ে আমেৰিকান পিট বুল টেৰিয়াৰ বুলি কোৱা হয়, ইয়…
- পিটা আমোৰগুয়াডালুপে টেৰেছা আমোৰ শ্বমিডটলিন (৩০ মে', ১৯১৮ – ৮ মে', ২০০০), যিজনে পিটা আমোৰ হিচাপে লি…
- পিটাৰ জন ৰেটক্লিফছাৰ পিটাৰ জন ৰেটক্লিফ (জন্ম: ১৪ মে' ১৯৫৪) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী…
- পিটাৰ ডিংকলেজপিটাৰ হেইডেন ডিংকলেজ (Peter Hayden Dinklage; জন্ম জুন ১১, ১৯৬৯) এজন আমেৰিকান অভিনেতা আৰু প…
- পিটাৰ পল ৰুবেন্সছাৰ পিটাৰ পল ৰুবেন্স (ইংৰাজী: Peter Paul Rubens/ ˈ r uː b ən z / ROO -bənz; ডাচ: ˈpeːtər p…
- পিটাৰ মাৰ্ক ৰ'জেপিটাৰ মাৰ্ক ৰ'জে (; ১৮ জানুৱাৰী ১৭৭৯ – ১২ ছেপ্টেম্বৰ ১৮৬৯) এজন ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক …
- পিটাৰ হেণ্ডকেপিটাৰ হেণ্ডকে (; জন্ম ৬ ডিচেম্বৰ ১৯৪২) এগৰাকী অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যক…
- পিটিকাপিটিকা হৈছে সিজাই বা পুৰি কোমল কৰা পাচলি, ফল, মাছ, মাংস আদিক হাতেৰে মোহাৰি মিহি কৰি প্ৰস্ত…
- পিঠাপিঠা মুখ্যতঃ চাউলগুড়িৰ পৰা প্ৰস্তুত কৰা অসমৰ পৰম্পৰাগত খাদ্য, যি জলপান, মিঠাই বা উৎসৱ-অনু…
- পিঠাগুড়িপিঠাগুড়ি (Rice flour) হৈছে মিহিকৈ পিহি লোৱা চাউলৰ পৰা তৈয়াৰী গুড়ি। ই সাধাৰণতে লাইত চাউল…
- পিঠাগুৰি দৌলপিঠাগুৰি দৌল (Pithaguri Doul) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমতলা অঞ্চলত অৱস্থিত এটা…
- পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডপিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্…
- পিণ্ডিকুঠী পেৰুন্নালপিণ্ডিকুঠী পেৰুনাল (মালয়ালম: പിണ്ടികുത്തി പെരുന്നാൾ) বা ৰাক্কুলি পেৰুনাল (মালয়ালম: രാക്ക…
- পিতা-পুত্ৰ (গ্ৰন্থ)পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্ত…
- পিতা-পুত্ৰ (চলচ্চিত্ৰ)পিতা-পুত্ৰ (Pita Putra) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ৷ এইখন মুনীন বৰুৱাই এককভ…
- পিতাং অয়িংপিতাং অয়িং হৈছে অসমৰ মিচিংসকলৰ পৰম্পৰাগত এবিধ আমিষ ব্যঞ্জন। থলুৱা কুকুৰাৰ মাংস পিঠাগুড়িৰ…
- পিতৃ দিৱসপিতৃ দিৱস বা ফাদাৰছ্ ডে বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পিতৃ দিৱসত পিত…
- পিতৃ-মাতৃ পূজন দিৱসপিতৃ-মাতৃ পূজন দিৱস ভাৰতীয় আধ্যাত্মিক নেতা আশাৰামে ২০০৭ চনত আৰম্ভ কৰিছিল ভেলেণ্টাইন দিৱসৰ…
- পিতৃপক্ষপিতৃপক্ষ (সংস্কৃত: पितृ पक्ष) হিন্দুধৰ্ম অনুসৰি, পূৰ্বপুৰুষৰ তৰ্পণাদিৰ বাবে প্ৰশস্ত এক বিশ…
- পিত্ত পাথৰপিত্ত পাথৰ (Gallstone) পিত্তথলীৰ ভিতৰত নিঃসৰণ হোৱা পিত্তৰ উপাদানৰ পৰা গঠিত কঠিন খণ্ড। আৰু …
- পিত্তথলীপিত্তথলী বা যাক ইংৰাজীত আৰু জনপ্ৰিয়ভাৱে গলব্লাডাৰ বুলি কোৱা হয়, মেৰুদণ্ডী প্ৰাণীৰ দেহত থ…
- পিথুপিথু হৈছে ভাৰতীয় উপমহাদেশৰ এটা লোকখেল। এই খেলৰ সৈতে এটা বল আৰু সমতল শিলৰ টুকুৰাৰে তৈয়াৰ …
- পিদাৰীপিদাৰী বা পিটাৰী হিন্দুসকলৰ এগৰাকী দেৱী। তামিলনাডুত তেওঁৰ পূজা-অৰ্চনা কৰা হয়। স্থানীয় পৰ…
- পিধিৰ্টছি দুৰ্গপিধিৰ্টছি দুৰ্গ (Pidhirtsi Castle; zamek w Podhorcach) হৈছে ইউক্ৰেইনৰ লভিভ অঞ্চলৰ পিধিৰ্টছ…
- পিধোৰা মঠপিধোৰা মঠ ( Pidhora Monastery) ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এক স্থাপত্য স্মাৰক। ইয়াত ধৰ্…
- পিন ক'ড H0H 0H0পিন ক'ড H0H 0H0 (উচ্চাৰণ:হ'হ'হ' ) কানাডাৰ ডাক বিভাগৰ দ্বাৰা পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুৰ বা…
- পিনক'ডডাক সূচকাংক বা পিনক'ড বা পিন নং (Postal Index Number চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ স…
- পিনথৰুমখ্ৰাহ বিধানসভা সমষ্টিপিনথৰুমখ্ৰাহ বিধানসভা সমষ্টি (Pynthorumkhrah Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ ম…
- পিনাকপিনাক ভগৱান শিৱৰ স্বৰ্গীয় ধনু। জনপ্ৰিয় কিংবদন্তি অনুসৰি তেওঁ ত্ৰিপূৰা নামেৰে জনাজাত মায়…
- পিনাকী চন্দ্ৰ ঘোষপিনাকী চন্দ্ৰ ঘোষ (জন্ম ২৮ মে ১৯৫২) ভাৰতৰ প্ৰথম তথা বৰ্তমান লোকপাল। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰি…
- পিনোপডপিনোপড (পিনোপড আৰু ইউটেৰ'ডম বুলিও জনা যায়) হৈছে জৰায়ুৰ এপিথেলিয়াল কোষৰ এপিকেল কোষীয় পৰ…
- পিপল বাবাপিপল বাবা বা স্বামী প্ৰেম পৰিৱৰ্তন (Peepal Baba) এজন পৰিৱেশবিদ যি নিজৰ দলৰ সৈতে ভাৰতৰ ১৮খন…
- পিপলান্ত্ৰিপিপলান্ত্ৰি ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজসমন্দ জিলাত অৱস্থিত এখন গাঁও। গাঁওখন ছোৱালী সন্তানৰ জ…
- পিপ্পলাড়াপিপ্পলাড়া হিন্দু পৰম্পৰাৰ এজন ঋষি আৰু দাৰ্শনিক আছিল। দহখন মুখ্য উপনিষদৰ ভিতৰত অন্যতম প্ৰশ…
- পিব’পিব’, যাক পিজি বুলিও কোৱা হয়, হৈছে হানফু (পৰম্পৰাগত চীনা পোছাক)ৰ সৈতে পৰিধান কৰা এবিধ আলং…
- পিম্পৰা গুচোৱামাধৱদেৱৰ পিম্পৰা গুচোৱা শিশু উপযোগী এখন ধেমেলীয়া নাট বা ঝুমুৰা। ইয়াত শিশু কৃষ্ণই গোৱালৰ …
- পিয়ং ইয়াংপিয়ং ইয়াং (평양, P’yŏngyang, অৰ্থাৎ: "সমতল ভূমি" বা "শান্ত ভূমি") উত্তৰ কোৰিয়াৰ ৰাজধানী আ…
- পিয়লি ফুকনপিয়লি ফুকন অসমৰ এজন স্বাধীনতা সংগ্ৰামী। জীউৰাম দুলীয়া বৰুৱাৰ লগতে তেওঁক অসম বা ভাৰতৰ স্ব…
- পিয়লি বৰুৱাপিয়লি বৰুৱা (Piyoli Baruah) অসমৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল। তেখেতক ই…
- পিয়লী ফুকন (চলচ্চিত্ৰ)পিয়লী ফুকন (Piyoli Phukan) ১৯৫৫ চনত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ ক'লা-বগা চলচ্চিত্ৰ। বোল…
- পিয়া বাজপেয়ীপিয়া বাজপেয়ী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে মূলতঃ তামিল আৰু হিন্দী ছবিত অভিনয়…
- পিয়া লামবাৰ্গপিয়া লামবাৰ্গ (ইংৰাজী: Pia Lamberg; জন্ম: ৫ অক্টোবৰ ১৯৯০) এগৰাকী ফিনিছ অভিনেত্ৰী, ফেশ্বন …
- পিয়াটনিটস্কা গীৰ্জা, চেৰ্নিহিভপিয়াটনিটস্কা গীৰ্জা (Piatnytska Church), যাৰ আন এটা নাম চেইণ্ট পাৰাস্কেভা গীৰ্জা (ইউক্ৰেই…
- পিয়ান'পিয়ান (Piano) এটা সুৰীয়া বাদ্যযন্ত্ৰ, যিটো কি-বোৰ্ড বাদ্যযন্ত্ৰৰ অন্তৰ্গত। ইয়াত হাতৰে ব…
- পিয়ুমি হংসমালীপিয়ুমি হংসমালী গোমেজ (জন্ম: ২২ নৱেম্বৰ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, দূৰদৰ্শন ব্যক্তি…
- পিয়েৰ অগ'ষ্টিনিপিয়েৰ অগ'ষ্টিনি (Pierre Agostini,; জন্ম ২৩ জুলাই ১৯৪১) এগৰাকী ফৰাচী পৰীক্ষামূলক পদাৰ্থবিজ…
- পিয়েৰ দি ফাৰ্মাপিয়েৰ দি ফাৰ্মা (; 17 আগষ্ট ১৬০১ বা ১৬০৭ – ১২ জানুৱাৰী ১৬৬৫) আছিল ফ্ৰান্সৰ Toulouseৰ Parl…
- পিয়েৰী ভাৰ্ণিয়াৰপিয়েৰী ভাৰ্ণিয়াৰ (Pierre Vernier) আছিল এজন ফৰাচী গণিতজ্ঞ আৰু সঁজুলি উদ্ভাৱক। জোখমাখৰ বাব…
- পিলি য়েছাপিলি য়েছা (তুলু: ಪಿಲಿ ಏಸ) অৰ্থ “বাঘৰ মুখা” হৈছে ভাৰতৰ উপকূলীয় ৰাজ্য কৰ্ণাটকৰ এক অনন্য লো…
- পিলিক চৌধুৰীপিলিক চৌধুৰী (Pilik Choudhury) অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক উজ্জ্বলাই তোলা ব্যক্তিসকলৰ ভিতৰত ন…
- পিলু মমতাজপিলু মমতাজ (প্ৰায় ১৯৫৩ – ২৩ মে' ২০১১) এগৰাকী বাংলাদেশী লোক-গায়িকা।
- পিশাচপিশাচ (সংস্কৃত: पिशाच, piśāca) ভাৰতীয় ধৰ্মসমূহত উল্লিখিত মাংসভোজী দানৱ। হিন্দু আৰু বৌদ্ধপ…
- পিসাংকাপিসাংকা (Гуцульська писанка) ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ হুচুল জনগোষ্ঠীৰ পৰম্পৰাগত সজ্জি…
- পিৰাভিপিৰাভি (Piravi; অৰ্থ: জন্ম) ) ১৯৮৯ চনৰ মালয়ালম ভাষাৰ শ্বাজী এন কৰুণৰ পৰিচালিত এখন নাট্যধৰ…
- পিৰাম দ্বীপপিৰাম দ্বীপ বা পিৰাম বেট আৰব সাগৰৰ কেম্বে উপসাগৰৰ এটা দ্বীপ যি ভাৰতৰ গুজৰাট ৰাজ্যৰ ভৱনগৰ জ…
- পিৰামিডপিৰামিড (প্ৰাচীন গ্ৰীক ভাষাৰ পৰা πυραμίς (puramís) 'পিৰামিড') এনে এটা গঠনবিশেষ যাৰ দৃশ্যমা…
- পিৰাহা ভাষাপিৰাহা বা মুৰা-পিৰাহা ভাষা হ'ল ব্ৰাজিলৰ আমাজনাৰ পিৰাহা জনগোষ্ঠীৰ থলুৱা ভাষা। পিৰাহাসকলে আম…
- পিৰিয়'ড৷এ'ণ্ড অফ চে'নটে'নচ৷পিৰিয়'ড। এ'ণ্ড অফ চে'নটে'নচ। (Period. End of Sentence.) হ'ল ৰায়কা জেহতাবচিৰ দ্বাৰা পৰিচা…
- পিৰু সিংকোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং শ্বেখাৱত (Piru Singh Shekhawat) পি.ভি.চি (২০ মে ১৯১৮ – ১৮ …
- পীতাম্বৰ কবিপীতাম্বৰ কবি এজন কবি সাহিত্যিক আছিল। তেওঁ চিলাৰায় আৰু শংকৰদেৱৰ সমসাময়িক আছিল যদিও পীতাম্…
- পীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱে ১৯৯৭ চনত “নিৰ্মালি” গ্ৰহণ কৰি আউনীআটী সত্ৰৰ বৰ্তমানৰ স…
- পীতাম্বৰ দেৱগোস্বামীপীতাম্বৰ দেৱগোস্বামী (Pitambar Deva Goswami; ১৮৮৫ – ১৯৬২) আছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ। তে…
- পীতাম্বৰ সিদ্ধান্তবাগীশপীতাম্বৰ সিদ্ধান্তবাগীশ (১৫২৫-১৬১৫) হ'ল কামৰূপীয় স্মৃতি ধাৰাৰ সৰ্বশ্ৰেষ্ঠ নিবন্ধকাৰ। এইজন…
- পীয়ূষ মিশ্ৰপীয়ূষ মিশ্ৰ (Piyush Mishra) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, …
- পীয়েৰ এবেলাৰ্ডপীয়েৰ এবেলাৰ্ড (Pierre Abélard) আছিল মধ্যযুগৰ এগৰাকী ফৰাচী দাৰ্শনিক, বিদ্বান, আগশাৰীৰ যুক…
- পীযুষ কান্তি ৰয়পীযুষ কান্তি ৰয় (Pijush Kanti Roy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ শব্দযন্ত্ৰী। তেওঁ পুণেৰ ভাৰত…
- পীযুষ পাণ্ডেপীযুষ পাণ্ডে (Piyush Pandey,৫ ছেপ্টেম্বৰ ১৯৫৫ – ২৩ অক্টোবৰ ২০২৫) এজন ভাৰতীয় বিজ্ঞাপন পেছা…
- পীযুষ হাজৰিকাপীযুষ হাজৰিকা অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ তথা অসম চৰকাৰৰ মন্ত্ৰী।
- পীৰাপীৰাৰ ( Peera) অসমীয়া সমাজব্যৱস্থাত অতীজৰে পৰাই বহুল ব্যৱহাৰ দেখিবলৈ পোৱা যায়। ইয়াক বহা…
- পুঁজিবাদপুঁজিবাদ বা ধনতন্ত্ৰ (Capitalism) হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতি য’ত…
- পুংগীপুংগী বা বীন (Pungi) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী লোকবাদ্য। সাধাৰ…
- পুকোড হ্ৰদপুকোড হ্ৰদ: Pookode Lake দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ ৱায়ানাড় জিলাত অৱস্থিত এক মনোৰম প্ৰাক…
- পুগাতপুগাত (ইংৰাজী: Puġat বা Pughat; উগাৰিটিক: 𐎔𐎙𐎚; ৰোমানীকৃত: pġt, Virolleaud, যেনে 2:15: ম…
- পুছ'পুছ বা তামু: Pusô or tamu, হৈছে কলপাতৰে বোৱা থোপা এটাত চাউল উতলাই তৈয়াৰ কৰা ফিলিপাইনছৰ ভা…
- পুছলানপুছলান দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানসকলৰ এটা সম্প্ৰদায়ৰ সামাজিক গোট। তেওঁলোক আছিল মধ্য মাল…
- পুটকীপুটকী হৈছে ঝাৰখণ্ড ৰাজ্যৰ ধনবাদ জিলাৰ ধনবাদ সদৰ মহকুমাৰ অন্তৰ্গত এটা অঞ্চল। ২০২০ চনৰ লোকপি…
- পুঠি মাছপুঠি মাছ (swamp barb, chola barb, বৈজ্ঞানিক নাম:Puntius chola) চাইপ্ৰিনিডে পৰিয়ালৰ এবিধ ব…
- পুঠিমাৰী নদীপুঠিমাৰী নদী (ইংৰাজী: Puthimari River) ভূটানৰ পাহাৰত উৎপত্তি হোৱা মহান ব্ৰহ্মপুত্ৰ নৈ ৰ উপ…
- পুডুছেৰীপুডুছেৰী (புதுச்சேரி, অৰ্থ: নতুন চহৰ) বা পণ্ডিচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। পূৰ্ব…
- পুডুছেৰী মহিলা আয়োগপুডুছেৰী মহিলা আয়োগ হৈছে পুডুছেৰী ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে…
- পুণম পাণ্ডেপুণম পাণ্ডে (জন্ম: ১১ মাৰ্চ ১৯৯১) এগৰাকী ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু অভিনেত্ৰী। তেওঁ ২০…
- পুণেৰী পাগুৰীপূণেৰী পাগুৰী (Puneri Pagadi) মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য ক…
- পুতনাহিন্দু ধৰ্ম অনুসৰি পুতনা হৈছে শিশু কৃষ্ণই বধ কৰা এক ৰাক্ষসী। পুতনাই এগৰাকী সুন্দৰী নাৰীৰ ব…
- পুতলা ঘৰপুতলা ঘৰ (Putala Ghar) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন ক'লা-বগা …
- পুতলা নাচপুতলা নাচ (Marionette) হৈছে পুতলা বা পাপেট (Puppet)-সমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা …
- পুতলীবাইপুতলীবাই কৰমচান্দ গান্ধী (১৮৪৪ – ১২ জুন ১৮৯১) ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্…
- পুতুল নাচেৰ ইতিকথাপুতুল নাচেৰ ইতিকথা (Putul Nacher Itikatha) হৈছে বাঙালী সাহিত্যিক মানিক বন্দ্যোপাধ্যায়ৰ দ…
- পুত্ৰী টাংগুকপুত্ৰী টাংগুক ইণ্ডোনেছিয়াৰ জাম্বি লোককথাৰ এটা চৰিত্ৰ। কাহিনী অনুসৰি, পুত্ৰী টাংগুক নামৰ এ…
- পুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলিপুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলি হ'ল চিত্ৰপুথিৰ ভূমি যিয়েই নহক লাগে এই ভূমিসমূহত লিখিবলৈ, আঁক…
- পুথিভঁৰালপুথিভঁৰাল (Library) হৈছে এনে এক অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দৰ্শন, …
- পুথুৱাইপপুথুৱাইপ (পুথু ৱাইপ - নতুন ৱাইপিন) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচিস্থিত এক উদীয়মান প্ৰধান উদ্যোগ…
- পুনম ধিল্লোঁপুনম ধিল্লোঁ (Poonam Dhillon; জন্ম: ১৮ এপ্ৰিল ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবি…
- পুনম বাজৱাপুনম বাজৱা (Poonam Bajwa; জন্ম: ৫ এপ্ৰিল ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, মালয়…
- পুনম মহাজনপুনম মহাজন (জন্ম: ৯ ডিচেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু মহাৰাষ্ট্ৰৰ সমষ্টিৰ মুম্ব…
- পুনম সিনহাপুনম সিনহা (জন্ম: চন্দিৰামানী; ৩ নৱেম্বৰ ১৯৪৯; Poonam Sinha) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, প্…
- পুনমবেন মাদমপুনমবেন মাদম (জন্ম ১৯৭৪) ভাৰতৰ গুজৰাট ৰাজ্যৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ জামনগৰৰ পৰা লোকসভালৈ …
- পুনশ্চ (কাব্য সংকলন)পুনশ্চ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এখন কাব্য সংকলন। এইখন কাব্য সংকলন ১৯৩২ চনত প্ৰকাশিত হৈছি…
- পুনা চুক্তিপুনা চুক্তি ১৯৩০ চনত ব্ৰিটিছ ভাৰত চৰকাৰৰ বিধায়িকাৰ বাবে নিৰ্বাচনী আসন সংৰক্ষণৰ বাবে অনগ্ৰ…
- পুনাখাপুনাখা ( Punakha) ভূটানৰ ২০ খন জিলাৰ ভিতৰত এখন আৰু ই পুনাখা জংখাগৰ প্ৰশাসনিক কেন্দ্ৰ। ১৯৫৫…
- পুনিতা আৰোৰাচাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা (পিভিএছএম, এছএম, ভিএছএম) ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেন…
- পুনুকুলুপুনুকুলু বা পুনুগুলু(Punukulu) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এটা জলপান আৰু সাধাৰণ ৰাজপথৰ খাদ্য। পুনু…
- পুনেপুনে (पुणे) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰা…
- পুন্নগাই পু গীতা"পুন্নগাই পু" গীতা নামেৰে পৰিচিত গীতেহা আম্মাচি হৈছে মালয়েছিয়াৰ ৰেডিঅ' ব্যক্তিত্ব, চলচ্চ…
- পুনৰুত্থান দিৱসমুছলমানসকলে বিশ্বাস কৰে যে মৃত্যুৰ পিছত প্ৰত্যেক ব্যক্তিৰ কৃতকৰ্মৰ এদিন হিচাব লোৱা হ’ব আৰু…
- পুনৰ্জন্ম (বৌদ্ধ ধৰ্ম)বৌদ্ধ ধৰ্মত পুনৰ্জন্ম হৈছে এই ধাৰণা যে কোনো ব্যক্তিৰ কৰ্মৰ বাবে মৃত্যুৰ পাছত এক নতুন অস্তি…
- পুনৰ্বসুপুনৰ্বসু হিন্দু জ্যোতিষত এক নক্ষত্ৰ; ই মিথুন ৰাশিৰ দুটা উজ্জ্বল নক্ষত্ৰ - কেষ্টাৰ আৰু প'লা…
- পুপুছাপুপুছা হৈছে এল ছালভাডৰ আৰু হণ্ডুৰাছত তৈয়াৰ কৰা ডাঠ গ্ৰিডল কেক বা ফ্লেটব্ৰেড, যি মাকৈৰ গুড…
- পুপুল জয়কাৰপুপুল জয়কাৰ (: Pupul Jayakar; জন্ম: ১১ ছেপ্টেম্বৰ ১৯১৫ – ২৯ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় সা…
- পুপুল ভূঞাপুপুল ভূঞা এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন উপস্থাপক আৰু মডেল, যিয়ে ওড়িয়া চলচ্চিত্ৰ, …
- পুমলা এলেন গজৱানা কিসোচনকোলেপুমলা এলেন গজৱানা কিসোচনকোলে (Pumla Ellen Ngozwana Kisosonkole) (১৯১১–১৯৯৭) এগৰাকী উগাণ্ডা…
- পুমা ছুইডজোহানা জুচিনিয়েমি তেওঁৰ মঞ্চনামৰ প্ৰথম অংশটো ‘ফৰ্ড পুমা’ স্পৰ্টছ কাৰখনৰ পৰা লোৱা হৈছে। ২০…
- পুলক গগৈপুলক গগৈ (১৯৩৮–২০২২) অসমৰ এগৰাকী চিত্ৰশিল্পী, কাৰ্টুনিষ্ট, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। …
- পুলক বন্দ্যোপাধ্যায়পুলক বন্দ্যোপাধ্যায় (২ মে ১৯৩১ – ৭ চেপ্তেম্বৰ ১৯৯৯) এজন ভাৰতীয় বাঙালী গীতিকাৰ, সুৰকাৰ আৰ…
- পুলক বেনাৰ্জীপুলক বেনাৰ্জী (Pulak Banerjee) অসমৰ এগৰাকী কণ্ঠশিল্পী। শ্ৰব্য কেছেট 'সোঁৱৰণি'ৰ জৰিড়তে তেখ…
- পুলকিত সম্ৰাটপুলকিত সম্ৰাট ( ইংৰাজী: Pulkit Samrat; জন্ম: ২৯ ডিচেম্বৰ ১৯৮৩) এজন ভাৰতীয় অভিনেতা যিয়ে ম…
- পুলস্ত্যপৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য (पुलस्त्य; Pulastya) আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা…
- পুলহ (ঋষি)পুলহ হিন্দু পৌৰাণিক কাহিনীৰ এটা চৰিত্ৰ। তেওঁ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ পুত্ৰ আৰু লগতে প্ৰ…
- পুলি কালিপুলি কালি বা পুলিক্কালি (Puli Kali) ভাৰতৰ কেৰালা ৰাজ্যৰ এক মনোৰঞ্জনমূলক লোককলা। প্ৰশিক্ষিত…
- পুলিচেৰীপুলিচেৰী (ইংৰাজী: Pulissery) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ দৈ বা মাখন তোলা গাখীৰ ভি…