অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পুনৰ্জন্ম (বৌদ্ধ ধৰ্ম)

বৌদ্ধ ধৰ্মত পুনৰ্জন্ম হৈছে এই ধাৰণা যে কোনো ব্যক্তিৰ কৰ্মৰ বাবে মৃত্যুৰ পাছত এক নতুন অস্তিত্ব লাভ কৰিব পাৰে। ই এক অন্তহীন চক্ৰত হয়, যাক সংসাৰ বোলা হয়। এই চক্ৰ দুঃখ। এই চক্ৰ তেতিয়াহে শেষ হয় যেতিয়া প্ৰজ্ঞা লাভ কৰি আৰু টান শেষ কৰি মোক্ষ লাভ কৰি মোক্ষ প্ৰাপ্তি হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বৌদ্ধ ধৰ্মত পুনৰ্জন্ম হৈছে এই ধাৰণা যে কোনো ব্যক্তিৰ কৰ্মৰ বাবে মৃত্যুৰ পাছত এক নতুন অস্তিত্ব লাভ কৰিব পাৰে। ই এক অন্তহীন চক্ৰত হয়, যাক সংসাৰ বোলা হয়।১২ এই চক্ৰ দুঃখ। এই চক্ৰ তেতিয়াহে শেষ হয় যেতিয়া প্ৰজ্ঞা লাভ কৰি আৰু টান শেষ কৰি মোক্ষ লাভ কৰি মোক্ষ প্ৰাপ্তি হয়।৩৪ কৰ্ম, নিৰ্বাণ আৰু মোক্ষৰ লগতে, পুনৰ্জন্ম বৌদ্ধ ধৰ্মৰ মৌলিক তত্ত্বৰ অন্যতম।৫৬৭

ষড্গতি

পুনৰ্জন্মৰ তত্ত্বৰ মতে, পুনৰ্জন্ম আকৌ মানুহৰ ৰূপতে হ'ব বুলি কোনো নিশ্চিতি নাই। ই অস্তিত্বৰ ৬ গতিৰ যিকোনো এটাত হ'ব পাৰে, যাৰ ভিতৰত স্বৰ্গ, দেৱ, জন্তু, ভূত আৰু নৰকো আছে।৮৯১০ বৌদ্ধ পৰম্পৰাৰ মতে,ৰ্পুনৰ্জন্ম নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। ভাল গতিত জন্মৰ কাৰণ কুশল কৰ্ম, আৰু বেয়া গতিত জন্মৰ কাৰণ অকুশল কৰ্ম।১১ যদিও বৌদ্ধ শিক্ষাৰ সৰ্বোচ্চ উদ্দেশ্য নিৰ্বাণ, বৌদ্ধ কৰ্মৰাজিৰ এক বৃহৎ অংশই পুণ্য অৰ্জন, পুণ্য হস্তান্তৰ আৰু ভাল গতিত জন্ম তথা বেয়া জগতত জন্ম নোহোৱাৰ ওপৰত মনোযোগ দিয়ে।১২১৩১৪

বিভিন্ন বৌদ্ধ পৰম্পৰাত

পুনৰ্জন্মৰ তত্ত্ব প্ৰাচীন কালৰে পৰা বৌদ্ধ ধৰ্ম অধ্যয়নকাৰীৰ মাজত এক গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে। বিশেষকৈ, পুনৰ্জন্মৰ তত্ত্বক কিদৰে অনত্তাৰ তত্ত্বৰ সৈতে সংগতিত ৰাখিব পাৰি, সেই প্ৰশ্ন গুৰুত্বপূৰ্ণ, যিহেতু অনত্তাই আত্মনৰ অস্তিত্বক প্ৰত্যাখ্যান কৰে।১৫১৬১৭ ভিন ভিন বৌদ্ধ পৰম্পৰাৰ মাজত এই কথাক লৈ মতভেদ আছে যে যেতিয়া কোনো ব্যক্তিৰ পুনৰ্জন্ম হয়, সেই ব্যক্তিৰ কি বস্তু আছলতে পুনৰ্জীৱিত হয়, আৰু মৃত্যুৰ পাছত কিমান সোণকালে এই পুনৰ্জন্ম সংঘটিত হয়।১৮১৯

কোনো কোনো বৌদ্ধ পৰম্পৰাৰ মতে, বিজ্ঞান এটি ধাৰাবাহিকতা বা ধাৰাত থাকে, আৰু যে এই বিজ্ঞানেই পুনৰ্জন্ম গ্ৰহণ কৰে।২০২১২২ থেৰবাদকে সামৰি কোনো কোনো পৰম্পৰাৰ মতে, পুনৰ্জন্ম তৎক্ষণাত সংঘটিত হয়, আৰু বিজ্ঞানেই হওক বা আন কোনো "বস্তু"ৱেই হওক, এটি জীৱনৰ পৰা আন জীৱনলৈ পুনৰ্জম লভিবলৈ যাত্ৰা নকৰে (পিচে ইয়াতো এটি কাৰণগত সম্পৰ্ক আছে: যিদৰে মমত মোহৰৰ ছাপ দিয়া হয়)। আন বৌদ্ধ পৰম্পৰা, যেনে তিব্বতী বৌদ্ধ ধৰ্মত মৃত্যু আৰু পুনৰ্জমৰ মাজত এটি অন্তৱৰ্তীকালীন অৱস্থা কল্পনা কৰা হয় (অন্তৰাভৱ)। ই ৪৯ দিনলৈকে থাকিব পাৰে। এই বিশ্বাসেৰেই তিব্বতী দেহ সংস্কাসম্বন্ধীয় ৰীতি-নীতি পালন কৰা হয়।২৩২৪ বৰ্তমানে অস্তিত্বত নথকা পুগ্গলবাদৰ মতে, এটি প্ৰকাশ কৰিব নোৱাৰা ব্যক্তিগত সত্তা (পুগ্গল) এটি জীৱনৰ পৰা আন জীৱনলৈ যায়।২৫

তথ্যসূত্ৰ

  1. ↑ Peter Harvey. (2012). An Introduction to Buddhism: Teachings, History and Practices. Cambridge University Press. পৃ. 32–33, 38–39, 46–49. ISBN 978-0-521-85942-4
  2. ↑ Trainor 2004, পৃ. 58, Quote: "Buddhism shares with Hinduism the doctrine of Samsara, whereby all beings pass through an unceasing cycle of birth, death and rebirth until they find a means of liberation from the cycle. However, Buddhism differs from Hinduism in rejecting the assertion that every human being possesses a changeless soul which constitutes his or her ultimate identity, and which transmigrates from one incarnation to the next.
  3. ↑ Trainor 2004, পৃ. 58, Quote: "Buddhism shares with Hinduism the doctrine of Samsara, whereby all beings pass through an unceasing cycle of birth, death and rebirth until they find a means of liberation from the cycle. However, Buddhism differs from Hinduism in rejecting the assertion that every human being possesses a changeless soul which constitutes his or her ultimate identity, and which transmigrates from one incarnation to the next.
  4. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  5. ↑ Peter Harvey. (2012). An Introduction to Buddhism: Teachings, History and Practices. Cambridge University Press. পৃ. 32–33, 38–39, 46–49. ISBN 978-0-521-85942-4
  6. ↑ Norman C. McClelland. (2010). Encyclopedia of Reincarnation and Karma. McFarland. পৃ. 226–228. ISBN 978-0-7864-5675-8
  7. ↑ Edward Craig. (1998). Routledge Encyclopedia of Philosophy. Routledge. পৃ. 402. ISBN 978-0-415-18715-2
  8. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  9. ↑ Obeyesekere, Gananath. (2005). Karma and Rebirth: A Cross Cultural Study. Motilal Banarsidass. পৃ. 127. ISBN 978-8120826090
  10. ↑ Obeyesekere, Gananath. (2005). Karma and Rebirth: A Cross Cultural Study. Motilal Banarsidass. পৃ. 127. ISBN 978-8120826090
  11. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  12. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  13. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  14. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  15. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  16. ↑ Norman C. McClelland. (2010). Encyclopedia of Reincarnation and Karma. McFarland. পৃ. 226–228. ISBN 978-0-7864-5675-8
  17. ↑ Norman C. McClelland. (2010). Encyclopedia of Reincarnation and Karma. McFarland. পৃ. 226–228. ISBN 978-0-7864-5675-8
  18. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  19. ↑ Ronald Wesley Neufeldt. (1986). Karma and Rebirth: Post Classical Developments. State University of New York Press. পৃ. 123–131. ISBN 978-0-87395-990-2
  20. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  21. ↑ Williams 2002, পৃ. 74-75
  22. ↑ Williams 2002, পৃ. 74-75
  23. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8
  24. ↑ Buswell Lopez 2003, পৃ. 49-50
  25. ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 708–709. ISBN 978-1-4008-4805-8

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুনৰ্জন্ম (বৌদ্ধ ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৬৩০৯১৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।