পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য (पुलस्त्य; Pulastya) আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন১ আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ (সাতজন মহা ঋষি) প্ৰথম মানৱতাৰ।২
মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান।
পুৰাতাত্ত্বিক নিদৰ্শন
শ্ৰীলংকাৰ পোলোন্নাৰুৱা (Polonnaruwa) অঞ্চলৰ মাটিৰ খনন কাৰ্যত গ্ৰেনাইট পাথৰত তৈয়াৰী এটি মানৱমূৰ্ত্তি পোৱা যায়। প্ৰাথমিকভাৱে ঐতিহাসিকবিদসকলে মূৰ্তিটোক ৰজা প্ৰথম পৰাক্ৰমবাহু বুলি অনুমান কৰিলেও পিছত তাক ঋষি পুলস্ত্যৰ মূৰ্তি বুলি অনুমান কৰিছিল। কিন্তু এই অনুমান মিছা বুলি সেনাৰাথ পাৰানাভিথানাই প্ৰমাণ কৰে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Kisari Mohan Ganguli (1883 - 1896). The Mahabharata. Sacred texts
- ↑ Inhabitants of the Worlds Mahanirvana Tantra, translated by Arthur Avalon, (Sir John Woodroffe), 1913, Introduction and Preface. The Rishi are seers who know, and by their knowledge are the makers of shastra and "see" all mantras. The word comes from the root rish Rishati-prapnoti sarvvang mantrang jnanena pashyati sangsaraparangva, etc. The seven great Rishi or saptarshi of the first manvantara are Marichi, Atri, Angira, Pulaha, Kratu, Pulatsya, and Vashishtha. In other manvantara there are other saptarishi. In the present manvantara the seven are Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja. To the Rishi the Vedas were revealed. Vyasa taught the Rigveda so revealed to Paila, the Yajurveda to Vaishampayana, the Samaveda to Jaimini, Atharvaveda to Samantu, and Itihasa an
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুলস্ত্য” প্ৰবন্ধৰ সংশোধন ৬১৬৫৯৮ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।