পুনশ্চ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এখন কাব্য সংকলন।১২ এইখন কাব্য সংকলন ১৯৩২ চনত প্ৰকাশিত হৈছিল।১২ এই কাব্য সংকলনত অন্তৰ্গত কবিতাসমূহ তেওঁ নতুন গদ্য শৈলীত ৰচনা কৰিছিল।৩৪৫ এই কাব্য সংকলনৰ অন্তৰ্গত কবিতাসমূহৰ যোগেদি তেওঁ মানৱ জীৱন আৰু মৃত্যু সম্পৰ্কীয় মানুহৰ সমস্যাসমূহ ব্যক্ত কৰিছিল।১ ঠাকুৰে এই কাব্য সংকলনখন কোনোবা নীতুৰ নামত উৎসৰ্গা কৰিছিল।৬ এই কাব্য সংকলনখনত মুঠ ৫০টা কবিতা আছে।৭
কবিতাৰ তালিকা
"পুনশ্চ" কাব্য সংকলনৰ অন্তৰ্গত কবিতাসমূহ হ'ল৭–
- কোপাই
- নাটক
- নূতন কাল
- খোয়াই
- পত্ৰ
- পুকুৰ-ধাৰে
- অপৰাধী
- ফাঁক
- বাসা
- দেখা
- সুন্দৰ
- শেষ দান
- কোমল গান্ধাৰ
- বিচ্ছেদ
- স্মৃতি
- ছেলেটা
- সহযাত্ৰী
- বিশ্বশোক
- শেষ চিঠি
- বালক
- ছেঁড়া কাগজেৰ ঝুড়ি
- কীটেৰ সংসাৰ
- ক্যামেলিয়া
- শালিখ
- সাধাৰণ মেয়ে
- একজন লোক
- খেলনাৰ মুক্তি
- পত্ৰলেখা
- খ্যাতি
- উন্নতি
- ভীৰু
- তীৰ্থযাত্ৰী
- চিৰৰূপেৰ বাণী
- শুচি
- ৰঙৰেজিনী
- মুক্তি
- প্ৰেমেৰ সোনা
- স্নানসমাপন
- প্ৰথম পূজা
- অস্থানে
- ঘৰছাড়া
- ছুটিৰ আয়োজন
- মৃত্যু
- মানবপুত্ৰ
- শিশুতীৰ্থ
- শাপমোচন
- ছুটি
- গানেৰ বাসা
- পয়লা আশ্বিন
- বাঁশি
তথ্যসূত্ৰ
- ↑ (2020-05-09). Rabindranath Tagore. Poetry Foundation
- ↑ The Flute: Selected Poems of Rabindranath Tagore by Translated by Jadu Saha: As New Hardcover (2003) · Vedams eBooks (P) Ltd. www.abebooks.co.uk
- ↑ ৰবীন্দ্ৰনাথ এবং গদ্যকবিতা · daily nayadiganta. The Daily Nayadiganta
- ↑ Koshy, A. V. The Increasing Relevance of Rabindranath Tagore for the Contemporary World by Dr Koshy AV and Dr Bina Biswas. Setu: A Bilingual Journal
- ↑ Chapter-1(Rabindranath Tagore). THE ENCHANTING VERSES LITERARY REVIEW
- ↑ পুনশ্চ -উৎসৰ্গ · ৰবীন্দ্ৰ ৰচনাবলী. rabindra-rachanabali.nltr.org
- ↑ পুনশ্চ – ৰবীন্দ্ৰ ৰচনাবলী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুনশ্চ (কাব্য সংকলন)” প্ৰবন্ধৰ সংশোধন ৫৩১৩৫০ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।