অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড

পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্প সামগ্ৰী, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ আদিৰো উৎপাদন কৰে। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ উৎপাদিত এটা উল্লেখযোগ্য উৎপাদন হৈছে ফেৱিক'ল।

হালনাগাদ: ২২ মে’ ২০২৫ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্প সামগ্ৰী, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ আদিৰো উৎপাদন কৰে১। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ উৎপাদিত এটা উল্লেখযোগ্য উৎপাদন হৈছে ফেৱিক'ল। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ অনান্য উৎপাদনসমূহ হৈছে ফেৱিকুইক, ড॰ ফিক্সিট, ৰ'ফ, চাইক্ল, ৰাণীপাল, হ'বি আইডিয়া, এম ছিল, আক্ৰন আদি।

তথ্যসূত্ৰ

  1. ↑ Pidilite Website

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠানউদ্যোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড” প্ৰবন্ধৰ সংশোধন ৫১১২৩৯ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।