অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পীয়ূষ মিশ্ৰ

পীয়ূষ মিশ্ৰ (Piyush Mishra) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপেও সুপৰিচিত। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ ১৯৮৬ চনৰ এজন স্নাতক।

হালনাগাদ: ১ আগষ্ট ২০২৩ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পীয়ূষ মিশ্ৰ (Piyush Mishra) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপেও সুপৰিচিত। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ ১৯৮৬ চনৰ এজন স্নাতক।

জন্ম আৰু শৈশৱ

মিশ্ৰৰ জন্ম গোৱালিয়ৰ চহৰত হৈছিল। তেওঁৰ দেউতাকৰ নাম প্ৰতাপকুমাৰ শৰ্মা। মিশ্ৰই গোৱালিঅ'ৰ ৰ কাৰ্মেল কনভেণ্ট স্কুলত পঢ়া-শুনা কৰিছিল যদিও শৈক্ষিক বিষয়তকৈ গীত-কবিতা, পেইণ্টিং আৰু অভিনয়ৰ প্ৰতিহে তেওঁ ৰাপ বেছি আছিল। অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ জীৱনৰ প্ৰথমটো কবিতা জিন্দা হো হাঁ‌ তুম কয়ী শ্বক নেহী (Yes you are alive; of this there is no doubt) লিখিছিল।১

তথ্যসূত্ৰ

  1. ↑ (31 October 2013). I am not talented, I am God gifted: Piyush Mishra – Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাভাৰতীয় চলচ্চিত্ৰ সংগীতকাৰভাৰতীয় গীতিকাৰভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পীয়ূষ মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৭২৯৩৬ (১ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।