অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
চ ৯৫৯ প্ৰবন্ধ
- চপয়চপয়( sopoy) এবিধ চতুষ্পদী ছন্দৰ কবিতা ৷ “এই ছন্দত চাৰি ফাঁকি থাকে। ৰাগ অনুসাৰে ইয়াৰ প্ৰত…
- চপলা বুক ষ্টলচপলা বুক ষ্টল (Chapala Book Stall) হৈছে শ্বিলং, মেঘালয়ৰ পুলিচ বজাৰৰ কিটিং ৰ’ডত অৱস্থিত এট…
- চফৱীয়া সাম্ৰাজ্যচফৱীয়া সাম্ৰাজ্য, যাৰ আধিকাৰিক নাম ইৰানৰ সুৰক্ষিত শাসনক্ষেত্ৰ, আছিল অন্যতম বৃহৎ আৰু দীৰ্ঘ…
- চমচমচমচম (Chomchom) হ’ল বাংলাদেশৰ টাঙ্গাইলৰ পোড়াবাড়ী নামৰ ঠাইত উৎপন্ন একটি বিখ্যাত মিঠাই যিট…
- চমথিং লাইক এ ৱাৰচমথিং লাইক এ ৱাৰ (Something Like a War) হ'ল ১৯৯১ চনত দীপা ধনৰাজৰ দ্বাৰা নিৰ্মিত এখন ভাৰতীয…
- চম্পা শৰ্মাঅধ্যাপক চম্পা শৰ্মা এগৰাকী প্ৰখ্যাত ডোগ্ৰী ভাষাৰ লেখিকা আৰু জম্মু-কাশ্মীৰৰ লগতে হিমাচল প্ৰ…
- চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যানচম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান (Champaner-Pavagadh Archaeological Park) গুজৰাট ৰাজ্যৰ…
- চম্পাৰণ সত্যাগ্ৰহচম্পাৰণ সত্যাগ্ৰহ (Champaran Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ বিহাৰৰ চম্পাৰণ জিলাত…
- চম্পাৱতীচম্পাৱতী ( Champavati) অসমীয়া সমাজ জীৱনৰ এটি চিনাকি নাম৷ সাধুকথা, নাটক, কবিতা, মালিতা, কথ…
- চম্পাৱতী (সাধু)চম্পাৱতী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা লোকসাধুৰ …
- চম্পাৱতী জলপ্ৰপাতচম্পাৱতী (Champawati Waterfall) বা চাপানলা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানলা নামৰ গাঁ…
- চম্পাৱতী নৈচম্পাৱতী নৈ ভাৰত উপমহাদেশৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ। চম্পাৱতী নৈৰ তিনিটা উপনৈ আছে …
- চম্পু কাব্যচম্পু কাব্য ( Champu Kavya) ভাৰতীয় সাহিত্য ৰচনাৰ এটা ধাৰা। “চম্পু’’ শব্দৰ অৰ্থ হ’ল কবিতা …
- চম্পূ ৰামায়ণচম্পূ ৰামায়ণ হৈছে ৰজা ভোজৰ দ্বাৰা ৰচিত সংস্কৃত ভাষাৰ এখন কাব্যিক ৰামায়ণ, য'ত ‘‘চম্পূ’’ শ…
- চম্বয়ালীচম্বয়ালী (টাকৰী লিপিত: 𑚏𑚢𑚶𑚠𑚣𑚭𑚥𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিম…
- চম্বল নদীচম্বল নদী মধ্য আৰু উত্তৰ ভাৰতৰ অন্যতম প্ৰধান নদী আৰু যমুনা নদীৰ উপনৈ হিচাপে গংগা নিষ্কাশন …
- চম্বা ৰুমালচম্বা ৰুমাল (Chamba Rumal) ভাৰতৰ হিমাচল প্ৰদেশত প্ৰচলিত পাৰম্পৰিক এম্ব্ৰইডাৰী কৰা হস্তশিল্…
- চমৎ পলিহপিটিয়চমৎ পলিহপিটিয় (චමත් පලිහපිටිය, Chamath Palihapitiya; জন্ম: ৩ ছেপ্টেম্বৰ, ১৯৭৬) এজন শ্ৰীলং…
- চয়তানচয়তান, ইছলামত ইবলিছ নামেৰেও জনাজাত, আৰু কেতিয়াবা খ্ৰীষ্টান ধৰ্মত লুচিফাৰ বুলিও কোৱা হয়,…
- চয়াবিনচয়াবিন হৈছে এক প্ৰকাৰৰ মাহজাতীয় উদ্ভিদ। ই হৈছে পূব এছিয়াৰ স্থানীয় উদ্ভিদ। ই এবিধ একবাৰ…
- চল বেলোচল বেলো (SAUL BELLOW) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।
- চল' দিল্লীচলো দিল্লী ২০১১ চনত ৰিলিজ হোৱা শশান্ত শ্বাহ পৰিচালিত আৰু ২০১০ চনৰ আমেৰিকান ছবি "দিউ দেট"ৰ …
- চলংচলং বা কেৰাপেচ হৈছে সন্ধিপদী, যেনে ক্ৰুষ্টেচিয়ান আৰু এৰাকনিড, লগতে মেৰুদণ্ডী প্ৰাণী, যেনে…
- চলচ্চিত্ৰচলচ্চিত্ৰ বা বোলছবি বা চমুকৈ অকল ছবি (Cinema বা Film), মূলতঃ স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এট…
- চলচ্চিত্ৰ সমালোচনাচলচ্চিত্ৰ সমালোচনা (Film Criticism) হৈছে চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ মাধ্যমৰ বিশ্লেষণ আৰু মূল্…
- চলচ্চিত্ৰৰ ৰসাস্বাদনচলচ্চিত্ৰৰ ৰসাস্বাদন (Chalachitrar Rakhachadan) হৈছে অসমৰ লেখক আৰু চলচ্চিত্ৰ সমালোচক উৎপল …
- চলন্তপাৰাচলন্তপাৰা ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ। বঙাইগাঁও…
- চলমা হায়েকচলমা ভালগাৰ্মা হায়েক পিনাল্ট (ইংৰাজী: Salma Hayek; জন্ম: ২ ছেপ্টেম্বৰ, ১৯৬৬) এগৰাকী মেক্স…
- চলমান খানচলমান খান (Salman Khan) এজন জনপ্ৰিয় ভাৰতীয় অভিনেতা, প্ৰযোজক তথা টেলিভিচন ব্যক্তিত্ব। তেও…
- চলমান ৰুশ্বদিআহমেদ চলমান ৰুশ্বদি (Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু …
- চলা সংৰক্ষিত বনাঞ্চলচলা সংৰক্ষিত বনাঞ্চল (Chala Reserve Forest) বা চলাপথাৰ সংৰক্ষিত বনাঞ্চল (Chalapathar Reser…
- চলাপথাৰ বৌদ্ধ বিহাৰ আৰু সাংস্কৃতিক কেন্দ্ৰচলাপথাৰ বৌদ্ধ বিহাৰ (Chalapathar Buddhist Monastery) হৈছে থাই স্থাপত্য শৈলীৰে নিৰ্মিত বৌদ্…
- চলিয়াৰ নদীচলিয়াৰ নদী (Chaliyar River) হৈছে কেৰালা, ভাৰতৰ চতুৰ্থ দীঘলীয়া নদী। ইয়াৰ দৈৰ্ঘ্য ১৬৯ কিল…
- চলিহা বাৰেঘৰ সত্ৰচলিহা বাৰেঘৰ সত্ৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰ অসমৰ এখন ঐতিহাসিক সত্ৰ। মহাপুৰুষ…
- চলুংচলুং বা চলুং পূজা (Solung) অৰুণাচল প্ৰদেশৰ চিয়াং জিলা আৰু লোহিত জিলাত থকা আদি জনজাতীয় সম…
- চশমা-চকুৱা বান্দৰচশমা-চকুৱা বান্দৰ ( Phayre's leaf monkey; বৈজ্ঞানিক নামঃ Trachypithecus phayrei) দক্ষিণ এ…
- চহিয়ং বিধানসভা সমষ্টিচহিয়ং বিধানসভা সমষ্টি (Sohiong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ…
- চহৰচহৰ (City) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস। প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা…
- চহৰ ঔৰ স্বপ্নাচহৰ ঔৰ স্বপ্না ( Shehar Aur Sapna ) ১৯৬৩ চনত মুক্তি পোৱা খাজা আহমদ আব্বাছ পৰিচালিত এখন হিন…
- চহৰ দোলাতচাহীচহৰ দোলাতচাহী (ফাৰ্চী: سحر دولتشاهی; জন্ম: ৮ অক্টোবৰ ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ মূ…
- চহৰাই পৰৱঅসমৰ চাহ জনগোষ্ঠীসমূহৰ মাজৰ অন্যতম চাওতাল জনগোষ্ঠী৷ এই জনগোষ্ঠীৰ অন্যতম জাতীয় উৎসৱ চহৰাই …
- চহৰীয়াচহৰীয়া হৈছে ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ এটা জনগোষ্ঠী। চহৰীয়াসকলে ৰাজস্থানৰ মৰেনা, শ্বেওপুৰ, …
- চহৰেহ আঘদাচলুচহৰেহ আঘদাচলু (জন্ম: ১১ মে', ১৯৫২) হৈছে এগৰাকী ইৰানীয়-আমেৰিকান অভিনেত্ৰী। তেওঁ এটা প্ৰাইম…
- চা চুং-হোৱাচা চুং-হোৱা (কোৰিয়ান: 차청화; জন্ম: ২৮ এপ্ৰিল ১৯৮০) এগৰাকী দক্ষিণ কোৰিয়ান চৰিত্ৰ অভিনেত্ৰী,…
- চাঁওতাল সংস্কৃতি সংগ্ৰহালয়চাঁওতাল সংস্কৃতি সংগ্ৰহালয় ( Museum of Santal Culture) হৈছে পশ্চিম বংগৰ বিষ্ণুবাটি গাঁৱত …
- চাঁওতালি ভাষাচাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰি…
- চাঁওতালি সাহিত্যচাঁওতালি সাহিত্য (ᱥᱟᱱᱛᱟᱲᱤ ᱥᱟᱶᱦᱮᱫ) বুলিলে চাঁওতালি ভাষাত ৰচিত সাহিত্যৰ সামগ্ৰিক সংকলনক বুজো…
- চাঁওতালি ৱিকিপিডিয়াচাঁওতালি ৱিকিপিডিয়া (ᱥᱟᱱᱛᱟᱲᱤ ᱣᱤᱠᱤᱯᱤᱰᱤᱭᱟ) হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চাঁওতালি …
- চাঁদ ৰাতচাঁদ ৰাত (অসমীয়া অৰ্থ: জোনাক নিশা) হৈছে দক্ষিণ এছিয়াৰ এটা সাংস্কৃতিক উৎসৱ, যি ঈদুল ফিতৰৰ…
- চাঁছ"চাঁছ হৈছে সমগ্ৰ ভাৰতীয় উপমহাদেশতে জনপ্ৰিয় এবিধ পানীয। ইয়াক দৈৰ পৰা প্ৰস্তুত কৰা হয়।ম…
- চাংচাং ‘বস্তু তুলি থ’বৰ কাৰণে বা মানুহ শুবলৈ অলপ ওখকৈ বাঁহ বা কাঠেৰে সজা যতন' বিধৰ নাম চাং।
- চাং (পানীয়)চাং বা ছিয়াং (তিব্বতীয়:ཆང་་) হৈছে পূব হিমালয়ৰ কিছু অংশতো জনপ্ৰিয় নেপালী আৰু তিব্বতী সু…
- চাং চুং-হোচাং চুং-হো (ইংৰাজী: Chang Ch'ung-ho; জন্ম: ১৭ মে', ১৯১৪ – ১৭ জুন, ২০১৫), বিবাহোত্তৰ নাম চু…
- চাং নৃত্যচাং নৃত্য (चंग नृत्य) ভাৰতৰ ৰাজস্থানৰ এক লোকনৃত্য। ইয়াক ধামাল, ডুফ নৃত্য, আৰু হোলী নৃত্য …
- চাংকেনপঞ চাংকেন বা পয়চাংকেন (Sangken) হৈছে অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাইবিশেষে বসতি কৰা টাই জাতিৰ…
- চাংঝৌ তিলৰ কেকচাংঝৌ তিলৰ কেক বা চাংঝৌ ডামাগাও (; ইংৰাজী: Changzhou sesame cake) হৈছে চীনৰ জিয়াংছু প্ৰদে…
- চাংলাং জিলাচাংলাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে টিৰাপ জ…
- চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যনচাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন (Shanghai Cooperation Organization) বা চমুকৈ এছ চিও(SCO)…
- চাই নেনেচিচাই নেনেচি পানীত থকা তুৰ্কী আত্মা, যি সাধাৰণতে খালৰ বাবে প্ৰয়োগ কৰা এটা নাম। জলাশয় আৰু হ…
- চাইকেলচাইকেল (cycle) অথবা বাইচাইকেল (bicycle) অথবা বাইক (bike) হৈছে মানুহৰ দ্বাৰা চালিত নাইবা মট…
- চাইকেল চালনা আৰু নাৰীবাদবহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ ১৮৯০ৰ দশকত আমেৰিক…
- চাইণ্ডী ৱাংচাইণ্ডী ৱাং সিন-লিং (ইংৰাজী: Cyndi Wang; জন্ম: ৫ ছেপ্টেম্বৰ, ১৯৮২; ৱাং জিনলিং নামেৰেও জনা …
- চাইথেৰিয়াচাইথেৰিয়া (ইংৰাজী: Cytherea) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল। য…
- চাইন′পে (শ্ৰুতিকথা)চাইন′পে (/sɪˈnoʊpi/; প্ৰাচীন গ্ৰীক: Σινώπη, ইংৰাজী: Sinope) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱ…
- চাইপ্ৰাছচাইপ্ৰাছ (; Κύπρος; Kıbrıs ), আনুষ্ঠানিকভাৱে চাইপ্ৰাছ গণৰাজ্য এখন দ্বীপ ৰাষ্ট্ৰ, ছিৰিয়া আ…
- চাইপ্ৰাছৰ নাৰীদ্বিতীয় বিশ্বযুদ্ধৰ পিছত হোৱা পৰিৱৰ্তনৰ ফলত চাইপ্ৰাছৰ মহিলাসকলে বহু পৰিমাণে প্ৰভাৱিত হৈছি…
- চাইবাৰ নাৰীবাদচাইবাৰ নাৰীবাদ (Cyberfeminism) হৈছে এক নাৰীবাদী দৃষ্টিভংগী যিয়ে চাইবাৰ স্পেচ, ইণ্টাৰনেট আ…
- চাইবেৰিয়াthumb|220px|( চাইবেৰিয়াৰ মানচিত্ৰ) (গাঢ় ৰঙা ৰঙৰ এখন দেশ যাক চাইবেৰিয়া বুলি কোৱা হয় কিন…
- চাইবেৰিয়ান আইবেক্সচাইবেৰিয়ান আইবেক্স (:Capra sibirica), আলটাই আইবেক্স, এছিয়ান আইবেক্স, মধ্য এছিয়ান আইবেক্…
- চাইমোড'চ (শ্ৰুতিকথা)চাইমোড'চ (প্ৰাচীন গ্ৰীক: Κυμοδόκη, ইংৰাজী: Cymodoce, অৰ্থ. 'ঢৌ-সংগ্ৰাহক') নেৰিয়াছ আৰু অ'চ…
- চাইমোথ' (শ্ৰুতিকথা)চাইমোথ (প্ৰাচীন গ্ৰীক: Κυμοθόη, ইংৰাজী: Cymothoe; আক্ষৰিক অৰ্থ: 'ঢৌ-দ্ৰুত') গ্ৰীক শ্ৰুতিকথ…
- চাইলেচীয় ৱিকিপিডিয়াচাইলেচীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চাইলেচীয় সংস্কৰণ। ৱিকিমিডিয়া ফা…
- চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানচাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্য…
- চাইৰা ওৱাচিমচাইৰা ওৱাচিম সাম্প্ৰতিক সময়ৰ পাকিস্তানৰ লাহোৰৰ এগৰাকী শিল্পী। বৰ্তমান তেওঁ আমেৰিকাত বসবাস…
- চাইৰাছ মিষ্ট্ৰীচাইৰাছ মিষ্ট্ৰী (Cyrus Mistry; জন্ম: ১১ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় লেখক আৰু নাট্যকাৰ। তেওঁ…
- চাইৰাছ মিস্ত্ৰী (ব্যৱসায়ী)চাইৰাছ পল্লনজী মিষ্ট্ৰী (জন্ম, ৪ জুলাই ১৯৬৮ –মৃত্যু, ৪ ছেপ্টেম্বৰ ২০২২) আছিল এজন জন্মগতভাৱ…
- চাইৰীনী (শ্ৰুতিকথা)চাইৰীনী (/saɪˈriːni/, sy-REE-nee) বা /kaɪˈriːni/, ky-REE-nee; ইংৰাজী: Cyrene) শব্দটো উত্তৰ…
- চাঈদা ফয়েজমুহতাৰামে চাঈদা ফয়েজ চাহিবা (Saeeda Faiz; ৯ জুন ১৯২৫ - ১৪ ছেপ্টেম্বৰ ২০১০) উত্তৰ প্ৰদেশৰ …
- চাউ মিনচাউ মিন ভজা নুডল। এই নাম টাইচানিজ ভাষাৰ চাউ-মিঙৰ ইংৰাজীকৃত ৰূপ। এই খাদ্য প্ৰবাসী চীনাসকলৰ …
- চাউলচাউল (Rice) হৈছে অৰাইজা ছেটিভা (Oryza sativa, এছিয়ান ধান) বা সচৰাচৰ কম ব্যৱহাৰ হোৱা অৰাইজ…
- চাউল ভোজনিচাউল ভোজনি বৰপেটা জিলাৰ কোনো কোনো অঞ্চলত 'চাউল ভোজনি’নামৰ এটি ধৰ্মীয় উৎসৱ পালন কৰা হয়। চ…
- চাও পাওল'চাও পাওল হৈছে ব্ৰাজিলৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু অৰ্থনৈতিক কেন্দ্ৰ। ই দক্ষিণ আমেৰিকাৰ অন্যতম…
- চাওদাংচাওডাং(𑜋𑜰𑜫 𑜓𑜂𑜫 অৰ্থ: শাস্তি বিহা বিষয়া,Tsāo-Dāng) হৈছে টাই-আহোম সকলৰ এটা ফৈদ যি ৰাজ…
- চাওফাচাওফা (𑜋𑜰𑜫;𑜇า.Tsāo phâa; চীনা:召法;ছান:ၸဝ်ႈၾႃႉ,অৰ্থ: স্বৰ্গদেউ, স্বৰ্গৰ ৰজা) হ'ল আহোম ৰা…
- চাওমছচাওমছ (Chawmos, লগতে cawmōs, ghona chawmos yat, খোৱাৰ ভাষাত "chitrimas", 'চাতুৰ্মাছ্য'ৰপৰা…
- চাওলুংচাওলুং(আহোম ভাষা:𑜋𑜧𑜨 𑜏𑜤𑜂𑜫) হ’ল আহোম চাওফা সকলক উদ্দেশ্যি ব্যৱহাৰ কৰা এটা উপাধি। আহো…
- চাক-হাও (ক'লা চাউল)চাক-হাও (Chak-Hao (Black rice)) হ'ল এক থলুৱা, সুগন্ধি, আঠাযুক্ত আৰু বৃহৎ দানাৰ ক'লা চাউলৰ …
- চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)চাকনৈয়া হ'ল শৈল বৰুৱাই পৰিচালনা কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ১৯৫৯ চনত মুক্তি ল…
- চাকপা লামলাং আমাইপীচাকপা লামলাং আমাইপী (Chakpa Lamlang Amaipi), যাক চাকপা লামলাং আমাইবী বুলিও জনা যায়, হৈছে …
- চাকমা চক্ৰচাকমা চক্ৰ বা Chakma Circle (চাকমা ভাষাত: 𑄌𑄇𑄴𑄟𑄳𑄦 𑄥𑄢𑄴𑄇𑄬𑄣𑄴), যাক চাকমা ৰাজ নামে…
- চাকমা ভাষাচাকমা ভাষা (; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠী…
- চাকমা লিপিচাকমা লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হোৱা লিপি, এই লিপি চাকমা ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয় …
- চাকাৰেৰাচাকাৰেৰা (Chacarera) আৰ্জেণ্টিনাৰ ছাণ্টিয়াগো ডেল এষ্টেৰোত উৎপত্তি হোৱা এক পৰম্পৰাগত নৃত্য…
- চাকিচাকি, দিয়া, দীপক, দীপ, হৈছে তেলৰ সহায়ত জ্বলোৱা একপ্ৰকাৰৰ মাটি বা ধাতুৰে তৈয়াৰী কম পোহৰৰ…
- চাকিনা জাফ্ৰিচাকিনা জাফ্ৰি (ইংৰাজী: Sakina Jaffrey; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰ…
- চাকিনুৰ-আইন ডেলাছাছহাজ্জা চাকিনুৰ-আইন মুগং ডেলাছাছ (জন্ম: ২ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ফিলিপিনো লোক নৃত্যশিল্পী,…
- চাকৈ-চকোৱাচাকৈ-চকোৱা এটা হাঁহৰ প্ৰজাতি। সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলি কয়।
- চাক্যাৰ কুথুচাক্যাৰ কুথু (Chakyar Koothu) ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত প্ৰদৰ্শনকাৰী কলা। ই মূলত …
- চাক্ষুষ মনুচাক্ষুষ মনু (সংস্কৃত:चाक्षुषमनु) হিন্দু পৌৰাণিক কাহিনীৰ ষষ্ঠ মন্বন্তৰৰ (মন্ৱন্তৰ মানে মনুৰ…
- চাক্ষুস কবিতাকবিতাৰ অৰ্থ প্ৰকাশৰ বাবে গ্ৰাফিক আৰু দৰ্শনীয় নমুনাৰ উপাদানসমূহ সন্নিৱিষ্ট কৰি সৃষ্টি কৰা …
- চাকৰি ডট অৰ্গচাকৰি ডট অৰ্গ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, শিক…
- চাগুদানা বড়াচাগুদানা বড়া, যাক ‘ছাবু ভাদা’ বুলিও কোৱা হয়, ভাৰতৰ মহাৰাষ্ট্ৰৰ পৰা অহা পৰম্পৰাগত গাঢ়কৈ …
- চাচনি মেৰবিলচাচনি মেৰবিল বা মেৰবিল (Sasoni Merbil) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি…
- চাজ্জাদ মাৰ্দানীচাজ্জাদ মাৰ্দানী (ইংৰাজী: Sajjad Mardani; জন্ম ১ জুলাই ১৯৮৮ চনত ইৰানৰ শ্বাহৰেকৰ্ডত) এজন ইৰ…
- চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰীচাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী (संसुमा खंगर बासुमतारी জন্ম ১ জানুৱাৰী ১৯৬০) চতুৰ্দশ ভাৰতৰ লো…
- চাঞ্জীচাঞ্জী (Sanjhi) উত্তৰ ভাৰতত পালন কৰা একপ্ৰকাৰৰ লোকউৎসৱ। এই উৎসৱ দিল্লী, পঞ্জাব, হাৰিয়ানা …
- চাট (খাদ্য)চাট হৈছে ভাৰতীয় উপমহাদেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত বিভিন্ন প্ৰকাৰৰ লঘু আহাৰৰ সমষ্টি। সাধাৰণ…
- চাট (বাঁহৰ সঁজুলি)চাট হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ লোকাচাৰত ব্যৱহাৰ হোৱা ত্ৰিশূল সদৃশ বাঁহৰ শল…
- চাট মছলাচাট মছলা হৈছে দক্ষিণ এছিয়াত উৎপত্তি হোৱা গুড়া মছলাৰ মিশ্ৰণ। সাধাৰণতে চাটত সোৱাদ যোগ কৰিব…
- চাটগাঁইয়া ভাষাচাটগাঁইয়া, চট্টগ্ৰামীয়া, চাটগাঞা, বা চিটাইঙ্গা হৈছে বাংলাদেশৰ চট্টগ্ৰাম আৰু দক্ষিণ-পূৰ্ব…
- চাটনিচাটনি ভাৰতীয় উপমহাদেশৰ খাদ্যৰ সৈতে জড়িত মচলা। চাটনি বিভিন্ন ৰূপত তৈয়াৰ কৰা হয়, কিছুমান…
- চাটানিভ দুৰ্গচাটানিভ দুৰ্গ হৈছে ইউক্ৰেইনৰ খমেলনিটচ্কী অব্লাষ্টৰ অন্তৰ্গত খমেলনিটচ্কী ৰায়মৰ চাটানিভ নাম…
- চাণক্যচাণক্য (Chanakya, খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰ…
- চাণ্টাল গুণ্ডাংচাণ্টাল গুণ্ডাং (ইংৰাজী: Chantal Gondang) এগৰাকী কেমেৰুণীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, নৃত…
- চাতকচাতক বা টেলটুপী (Barn Swallow, বৈজ্ঞানিক নাম-Hirundo rustica) চাতক(Swallow) এইজাতীয় চৰাইস…
- চাতোমি ইছিহাৰাকুনিকো ইছিগামী (Kuniko Ishigami; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৬), যি তেওঁৰ মঞ্চনাম চাতোমি ইছিহাৰা …
- চাতোৰী(লোককথা)জাপানী লোককথাত চাতোৰী ( "চেতনা") হৈছে মন-পঢ়া বান্দৰৰ দৰে এক দানৱ ("yōkai"), যি হিডা আৰু ম…
- চাথাৰচাথাৰ নাচ ( Chathar Dance) বা “সাথাৰ নাচ’’ অসমত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলৰ বায়-খো প…
- চাদচাদ (Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ…
- চাদৰচাদৰ হৈছে এবিধ বহল আৰু দীঘলীয়া কাপোৰ বিশেষ। বিশেষকৈ অসমীয়া তিৰোতা মানুহে পৰিধান কৰা মেখে…